• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Thursday, July 30, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

CAA-বিৰোধী আন্দোলনত ভাগ লোৱা জাৰ্মান ছাত্ৰক বহিষ্কাৰ ভাৰতৰ

CAA-বিৰোধী প্ৰতিবাদৰ সময়ত নিজৰ দেশৰ হিটলাৰৰাজৰ অতীত সুঁৱৰি লিখা প্লেকাৰ্ড লৈছিল জেকবে

এন ই নাও নিউজ by এন ই নাও নিউজ
December 25, 2019 1:06 pm
Jakob Lindenthal
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

চেন্নাইত নাগৰিকত্ব (সংশোধন) আইন আৰু এন আৰ চিৰ বিৰুদ্ধে উলিওৱা এটা প্ৰতিবাদত ভাগ লোৱাৰ দোষত ভাৰত চৰকাৰে আই আই টি মাদ্ৰাজত অধ্যয়নৰত জাৰ্মানিৰ এজন ছাত্ৰক দেশ ত্যাগ কৰিবলৈ নিৰ্দেশ দিয়ে।

“মানৱতাৰ কাৰণ”ত প্ৰতিবাদটোত ভাগ লোৱা বুলি সংবাদ মাধ্যমক জানিবলৈ দিয়া যুৱকজনৰ নাম জেকব লিণ্ডেলথাল (Jakob Lindenthal)।

Apply Now

এই বাতৰিটো প্ৰকাশ কৰা ইণ্ডিয়ান এক্সপ্ৰেছে জাৰ্মানিৰ ছাত্ৰজনৰ কিছুমান বক্তব্য উদ্ধৃতি হিচাপে প্ৰকাশ কৰিছে, য’ত কোৱা হৈছে ছাত্ৰজনে ২৩ ডিচেম্বৰত প্ৰতিবাদী সমদলটোত প্লেকাৰ্ড লৈ ভাগ লোৱাৰ পিছতে তেওঁক দেশখনৰ পৰা তৎকালে গুচি যাবলৈ কোৱা হয়।

লিণ্ডেলথাল এজন এক্সেঞ্জ ছাত্ৰ আছিল আৰু তেওঁ আই আই টি মাদ্ৰাজত পদাৰ্থবিজ্ঞানত স্নাতকোত্তৰ ডিগ্ৰী অধ্যয়ন কৰি আছিল। তেওঁৰ পাঠ্যক্ৰম শেষ হোৱা নাছিল।

লিণ্ডেলথালে প্ৰতিবাদৰ সময়ত এখন প্লেকাৰ্ড হাতত লৈ ফুৰা বুলি সংবাদ প্ৰতিষ্ঠানটোত প্ৰকাশ, য’ত হিটলাৰৰাজৰ দুঃস্মৃতিক সোঁৱৰাই লিখা আছিল “1933 to 1945; We Have Been There”.

জাৰ্মানিত ১৯৩৩ চনৰ পৰা ১৯৪৫ চনলৈ শাসনলৈ অহা নাজি বাহিনীৰ নেতা “কুখ্যাত” হিটলাৰে দেশৰ নাগৰিকৰ মাজৰ ইহুদিসকলক বাছি বাছি হত্যা কৰিছিল। তেওঁৰ শাসনকালত প্ৰায় ৬০ লাখ ইহুদিক হত্যা কৰা হৈছিল আৰু এইবোৰত জাৰ্মান সেনাক সহায় কৰিছিল হিটলাৰৰ অন্ধ অনুগামী। সাধাৰণ অ-ইহুদি জনতাৰ বহু অংশ আছিল হিটলাৰৰ এই অমানৱীয় কামৰ নীৰৱ সমৰ্থক।

দক্ষিণ জাৰ্মানিৰ পৰা ভাৰতলৈ অহা জেকব লিণ্ডেলথালে দেশ এৰাৰ প্ৰাকমুহূৰ্তত সংবাদ মাধ্যমক কয় যে ইমিগ্ৰেশ্যন বিষয়াসকলে তেওঁক প্ৰতিবাদত ভাগ লোৱাৰ বিষয়ে প্ৰশ্ন সোধাৰ উপৰি Chinta Bar নামৰ মাৰ্ক্সবাদী গোট এটাৰ সৈতে থকা সম্পৰ্কৰ বিষয়েও সুধিছিল, যিটো গোটে এই প্ৰতিবাদটো আয়োজন কৰিছিল।

“মই তেওঁলোকক কওঁ যে মই তেনেকুৱা সকলো গোটৰ পৰা দূৰত্ব বজাই ৰাখিছো। আৰু এটা সময়ত বিষয়াজনে মোৰ প্ৰতিবাদত অংশগ্ৰহণৰ সিদ্ধান্তৰ বিষয়ত কয়, মই যিহেতু কিহৰ বিষয়ে প্ৰতিবাদ হৈছে ভালদৰে অৱগত নহয়, গতিকে মই প্ৰতিবাদত ভাগ ল’ব নালাগিছিল। কিন্তু মই সেই কথাটোত একমত নহ’লো। মই ক’লো যে এইটো হ’ল মানুহৰ নিম্নতম মানৱীয় অধিকাৰৰ কথা। তেওঁলোকৰ সৈতে হোৱা কথা-বতৰা আক্ৰমণাত্মক নাছিল। মই উত্তৰ দিয়াৰ ক্ষেত্ৰত সংযমী আছিলো আৰু মোৰ দৃষ্টিভংগি দাঙি ধৰিছিলো”, কাকতখনত যুৱকজনৰ উদ্ধৃতি।

আনহাতে Chinta Bar-এ এইখন দেশৰ মানুহৰ অধিকাৰ সুৰক্ষা আৰু মানৱতাৰ বাবে সমৰ্থন আগ বঢ়োৱা বাবে জেকবৰ প্ৰতি তেওঁলোকৰ কৃতজ্ঞতা প্ৰকাশ কৰে।

এন ই নাও নিউজ

এন ই নাও নিউজ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

“ৰে’লৰ দৰে শিক্ষা ব্যৱস্থাও উন্নত হওক”, আওপকীয়াকৈ চৰকাৰক প্ৰশংসা সোণম ৱাংচুকৰ

“ৰে’লৰ দৰে শিক্ষা ব্যৱস্থাও উন্নত হওক”, আওপকীয়াকৈ চৰকাৰক প্ৰশংসা সোণম ৱাংচুকৰ

July 30, 2026 4:24 pm
মনত ৰাখিব অনুৰাগীয়ে! হঠাৎ ক্ৰিকেটৰ সকলো ফৰ্মেটৰ পৰা অৱসৰ ঘোষণা অজিংক্য ৰাহানেৰ

মনত ৰাখিব অনুৰাগীয়ে! হঠাৎ ক্ৰিকেটৰ সকলো ফৰ্মেটৰ পৰা অৱসৰ ঘোষণা অজিংক্য ৰাহানেৰ

July 30, 2026 4:23 pm
দেশত এতিয়া আৰু নাই এজনো মাওবাদী : সংসদত কেন্দ্ৰীয় গৃহ মন্ত্ৰালয়ৰ ঐতিহাসিক ঘোষণা

দেশত এতিয়া আৰু নাই এজনো মাওবাদী : সংসদত কেন্দ্ৰীয় গৃহ মন্ত্ৰালয়ৰ ঐতিহাসিক ঘোষণা

July 30, 2026 3:37 pm
উচ্চতম ন্যায়ালয়ৰ নিৰ্দেশত আত্মসমৰ্পণ হানিমুন মাৰ্ডাৰ গোচৰৰ অভিযুক্ত সোণম ৰঘুবংশীৰ

উচ্চতম ন্যায়ালয়ৰ নিৰ্দেশত আত্মসমৰ্পণ হানিমুন মাৰ্ডাৰ গোচৰৰ অভিযুক্ত সোণম ৰঘুবংশীৰ

July 30, 2026 3:02 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

“ৰে’লৰ দৰে শিক্ষা ব্যৱস্থাও উন্নত হওক”, আওপকীয়াকৈ চৰকাৰক প্ৰশংসা সোণম ৱাংচুকৰ

“ৰে’লৰ দৰে শিক্ষা ব্যৱস্থাও উন্নত হওক”, আওপকীয়াকৈ চৰকাৰক প্ৰশংসা সোণম ৱাংচুকৰ

July 30, 2026 4:24 pm
মনত ৰাখিব অনুৰাগীয়ে! হঠাৎ ক্ৰিকেটৰ সকলো ফৰ্মেটৰ পৰা অৱসৰ ঘোষণা অজিংক্য ৰাহানেৰ

মনত ৰাখিব অনুৰাগীয়ে! হঠাৎ ক্ৰিকেটৰ সকলো ফৰ্মেটৰ পৰা অৱসৰ ঘোষণা অজিংক্য ৰাহানেৰ

July 30, 2026 4:23 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd