• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Wednesday, October 14, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব

পুনৰ গেৰুৱা হোৱাৰ দিশে ত্ৰিপুৰা-নাগালেণ্ড: মেঘালয়ত কনৰাড চাংমাৰ এন পি পি- ৰ অগ্ৰগতি

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
March 2, 2023 10:35 am
Election result in Nagaland-Tripura and Meghalaya
3
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

প্ৰত্যাশিতভাৱেই নিৰ্বাচনী ফলাফল লাভ কৰাৰ দিশে আগবাঢ়িছে উত্তৰ-পূবৰ তিনি ৰাজ্য। কোনো পৰিবৰ্তন নঘটাকৈ পুনৰ শাসনলৈ অহাৰ ইংগিত বহন কৰি বৰ্তমানলৈকে হোৱা ভোটগণনাত আগবাঢ়ি আছে ৰাজ্যকেইখনৰ বৰ্তমানৰ দল।

এইপৰ্যন্ত হোৱা ভোটগণনাত নাগালেণ্ডত বিজেপি মিত্ৰজোঁটে শক্তিশালী অগ্ৰগতি লাভ কৰাৰ বিপৰীতে মেঘালয়ত কনৰাড চাংমাৰ এন পি পি আগবাঢ়ি আছে। আনহাতে ত্ৰিপুৰাত বিজেপি প্ৰত্যাহ্বানৰ সন্মুখীন হ’ব বুলি আশংকা কৰা হৈছিল যদিও বৰ্তমানলৈকে হোৱা ভোটগণনাই তেনে সম্ভাৱনা নাকচ কৰিছে।

Apply Now

ত্ৰিপুৰাত শাসকীয় বিজেপিয়ে প্ৰতিদ্বন্দ্বী বাওঁ-কংগ্ৰেছৰ মিত্ৰজোঁটৰ বিৰুদ্ধে বৃহৎ অগ্ৰগতি লাভ কৰিছে। ইণ্ডিজেনাছ প্ৰগ্ৰেছিভ ফ্ৰণ্ট অৱ ত্ৰিপুৰা, চমুকৈ আই পি এফ টিৰ সৈতে মিত্ৰজোঁটত থকা দলটো বৰ্তমান ২৭ খন আসনত আগবাঢ়ি আছে।

আনহাতে বাওঁ-কংগ্ৰেছ মিত্ৰজোঁটে এইপৰ্যন্ত ১৯ খন আসনত অগ্ৰগতি লাভ কৰিছে। ১৩ খন আসনত আগবাঢ়ি আছে টিপৰাহা ইণ্ডিজেনাছ প্ৰগ্ৰেছিভ ৰিজ’নেল এলায়েন্স, চমুকৈ টি আই পি আৰ এ।

ইফালে মেঘালয়ত প্ৰথমবাৰৰ বাৰে নিৰ্বাচনী যুঁজত অৱতীৰ্ণ হোৱা মমতা বেনাৰ্জীৰ তৃণমূল কংগ্ৰেছক পিছত ৰাখি পুনৰ শাসনলৈ অহাৰ সম্ভাৱনা বৃদ্ধি কৰি ৰাখিছে কনৰাড চাংমাৰ নেচনেল পিপলছ পাৰ্টি, চমুকৈ এন পি পি- দলে।

এন পি পি- এ এইপৰ্যন্ত ২১ খন আসনত অগ্ৰগতি লাভ কৰি থকাৰ বিপৰীতে তৃণমূলে ৮ খন আসনত অগ্ৰগতি লাভ কৰিছে। ইউনাইটেড ডেম’ক্ৰেটিক পাৰ্টি, চমুকৈ ইউ ডি পি- য়েও ৮ খন আসনত অগ্ৰগতি বজাই ৰাখিছে। আনহাতে শাসকীয় চৰকাৰত এন পি পি- ৰ সহযোগী হিচাপে থকা বিজেপি ৭ খন আসনত আগবাঢ়ি আছে।

পাঁচ বছৰীয়া মিত্ৰতাৰ অন্ত পেলাই এইবাৰ নিৰ্বাচনত পৃথকে পৃথকে অৱতীৰ্ণ হৈছে বিজেপি আৰু এন পি পি। কিন্তু দল দুটাৰ মাজত আলোচনা চলি আছে বুলি অনুমান কৰা হৈছে। মঙলবাৰে গুৱাহাটীত অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা আৰু কনৰাড চাংমাৰ মাজত মাজনিশা হোৱা বৈঠকে এই সম্ভাৱনাকে ব্যক্ত কৰিছে।

নাগালেণ্ডত বিজেপি আৰু সহযোগী এনডিপিপি (নেশ্যনেলিষ্ট ডেম’ক্ৰেটিক প্ৰগ্ৰেছিভ পাৰ্টি) বৃহৎ বিজয়ৰ দিশত আগবাঢ়িছে। ৬০ জনীয়া বিধানসভাত ৪৭ খন আসনত আগবাঢ়ি আছে মিত্ৰজোঁট।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

বিশ্বৰ শীৰ্ষ ২ শতাংশ বিজ্ঞানীৰ তালিকাত গিৰিজানন্দ চৌধুৰী বিশ্ববিদ্যালয়ৰ অধ্যাপক ড০ অনুপম ‎শৰ্মা : অসমলৈ কঢ়িয়াই আনিলে বিৰল গৌৰৱ

বিশ্বৰ শীৰ্ষ ২ শতাংশ বিজ্ঞানীৰ তালিকাত গিৰিজানন্দ চৌধুৰী বিশ্ববিদ্যালয়ৰ অধ্যাপক ড০ অনুপম ‎শৰ্মা : অসমলৈ কঢ়িয়াই আনিলে বিৰল গৌৰৱ

October 13, 2026 10:12 pm
গণতন্ত্ৰত কুঠাৰ ঘাত! দিল্লীত এদিন প্ৰতিবাদ কৰিবৰ বাবে চৰকাৰক দিব লাগিব ১.২১ লাখ টকা!

গণতন্ত্ৰত কুঠাৰ ঘাত! দিল্লীত এদিন প্ৰতিবাদ কৰিবৰ বাবে চৰকাৰক দিব লাগিব ১.২১ লাখ টকা!

October 13, 2026 9:00 pm
কেন্দ্ৰীয় মন্ত্ৰীসভাৰ পৰা এল মুৰুগনৰ পদত্যাগ, ২০২৯ৰ লক্ষ্যৰে তামিলনাডুত বিজেপি শক্তিশালী কৰাত মন

কেন্দ্ৰীয় মন্ত্ৰীসভাৰ পৰা এল মুৰুগনৰ পদত্যাগ, ২০২৯ৰ লক্ষ্যৰে তামিলনাডুত বিজেপি শক্তিশালী কৰাত মন

October 13, 2026 7:58 pm
নিৰ্বাচনৰ পূৰ্বে পঞ্জাৱত মাদকবিৰোধী কৰ্মীক গুলীয়াই হত্যা! আপ চৰকাৰৰ বিৰুদ্ধে সৰৱ বিৰোধী

নিৰ্বাচনৰ পূৰ্বে পঞ্জাৱত মাদকবিৰোধী কৰ্মীক গুলীয়াই হত্যা! আপ চৰকাৰৰ বিৰুদ্ধে সৰৱ বিৰোধী

October 13, 2026 6:52 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

বিশ্বৰ শীৰ্ষ ২ শতাংশ বিজ্ঞানীৰ তালিকাত গিৰিজানন্দ চৌধুৰী বিশ্ববিদ্যালয়ৰ অধ্যাপক ড০ অনুপম ‎শৰ্মা : অসমলৈ কঢ়িয়াই আনিলে বিৰল গৌৰৱ

বিশ্বৰ শীৰ্ষ ২ শতাংশ বিজ্ঞানীৰ তালিকাত গিৰিজানন্দ চৌধুৰী বিশ্ববিদ্যালয়ৰ অধ্যাপক ড০ অনুপম ‎শৰ্মা : অসমলৈ কঢ়িয়াই আনিলে বিৰল গৌৰৱ

October 13, 2026 10:12 pm
গণতন্ত্ৰত কুঠাৰ ঘাত! দিল্লীত এদিন প্ৰতিবাদ কৰিবৰ বাবে চৰকাৰক দিব লাগিব ১.২১ লাখ টকা!

গণতন্ত্ৰত কুঠাৰ ঘাত! দিল্লীত এদিন প্ৰতিবাদ কৰিবৰ বাবে চৰকাৰক দিব লাগিব ১.২১ লাখ টকা!

October 13, 2026 9:00 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd