• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Wednesday, July 16, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

GIMTৰ পদাৰ্থবিজ্ঞান, ৰসায়ন বিজ্ঞান আৰু গণিতৰ অনলাইন পিচিএম প্ৰতিযোগিতা-২০২১ৰ ঘোষণা

এন ই নাও নিউজ by এন ই নাও নিউজ
July 12, 2021 8:02 pm
GIMT-Guwahati-750x375

জিআইএমটি, গুৱাহাটী।

272
VIEWS
Share on FacebookShare on Twitter

গিৰিজানন্দ চৌধুৰী ইনষ্টিটিউট অফ মেনেজমেন্ট এণ্ড টেকন’লজি (জিআইএমটি)য়ে ইয়াৰ দ্বিতীয় সংস্কৰণ পদাৰ্থবিজ্ঞান, ৰসায়ন বিজ্ঞান আৰু গণিতৰ(পিচিএম) প্ৰতিযোগিতা-২০২১ৰ ঘোষণা কৰিছে।

চলিত বছৰৰ দ্বাদশ শ্ৰেণীৰ (১০+২)পৰীক্ষাত (বিজ্ঞান শাখা) অৱতীৰ্ণ আৰু  যোৱা বৰ্ষত দ্বাদশ শ্ৰেণীৰ  (১০+২)পৰীক্ষাত উত্তীৰ্ণ হোৱা শিক্ষাৰ্থীসকলৰ বাবে এই প্ৰতিযোগিতা ২০জুলাই, ২০২১ত অনুষ্ঠিত হ’ব।

সকলো প্ৰশ্ন CEE/JEE ষ্টেণ্ডাৰ্ডৰপদাৰ্থবিজ্ঞান, ৰসায়ন বিজ্ঞান আৰু গণিতৰ পৰা MCQ ধৰণৰ হ’ব। প্ৰতিযোগিতাখন গুগল ক্লাছৰুমৰ জৰিয়তে অনলাইন যোগে অনুষ্ঠিত হ’ব।

অংশগ্রহণকাৰীসকলে প্ৰতিযোগিতাৰ পূৰ্বে অনলাইন পঞ্জীয়ণ পত্ৰ পূৰণ কৰিব লাগিব। তেওঁলোকে পঞ্জীয়ণৰ সময়ত নিজৰ স্কুল/কলেজৰ আই ডি কাৰ্ড তেওঁলোকৰ পৰিচয়ৰ প্ৰমান হিচাপে আপলোড কৰিব লাগিব।

আবেদন পত্ৰ পূৰণ কৰাৰ অন্তিম তাৰিখ হৈছে ১৮জুলাই,২০২১। পঞ্জীয়ণৰ লিংক: https://forms.gle/7FocrXntpbN7rW178 ।

প্ৰতিযোগিতাত প্ৰথম, দ্বিতীয় আৰু তৃতীয় স্থান প্ৰাপ্তসকল বাবে ক্ৰমে ৫০০০টকা, ৩০০০টকা আৰু ২০০০টকাৰ তিনিটা পুৰস্কাৰ থাকিব।

প্ৰতিগৰাকী অংশগ্ৰহণকাৰীয়ে একোখন ই-চাৰ্টিফিকেট লাভ কৰিব যিখন তেওঁলোকৰ পঞ্জীয়ণৰ সময়ত দাখিল কৰা ৰেজিষ্টাৰ্ড ইমেইল আই ডিত প্ৰেৰণ কৰা হ’ব।

WhatsApp Image 2021-07-12 at 3.39.12 PM

ফলাফলসমূহ জিআইএমটিৰ ৱেবছাইট (www.gimt-guwahati.ac.in)ত প্ৰতিযোগিতাৰ ৫দিনৰ ভিতৰত আপলোড কৰা হ’ব।

পৰৱৰ্তী কোনো অনসন্ধান/সৱিশেষৰ বাবে অংশগ্ৰহণকাৰীসকলে কলেজৰ ৱেবছাইট চাব পাৰে বা 9706489981/9954089594 নম্বৰত বা [email protected] ইমেইলত যোগাযোগ কৰিব পাৰে।

আয়োজক সমিতিৰ সিদ্ধান্তই চূড়ান্ত সিদ্ধান্ত হ’ব।

শীৰ্ষ ২০গৰাকী অংশগ্ৰহণকাৰীয়ে তেওঁলোকে জিআইএমটি, গুৱাহাটীত নামভৰ্তিৰ ইচ্ছা কৰিলে ইঞ্জিনিয়াৰিঙৰ আকাংক্ষিত শাখাত পছন্দ কৰি লোৱাৰ সুযোগ লাভ কৰিব।

Recent News

মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ কাৰ্যকালত অসমত উচ্ছেদ কৰা হৈছে ১২ হাজাৰ হেক্টৰৰো অধিক ভূমি

মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ কাৰ্যকালত অসমত উচ্ছেদ কৰা হৈছে ১২ হাজাৰ হেক্টৰৰো অধিক ভূমি

প্ৰেমৰ প্ৰতি সমৰ্পণ! প্ৰেমিকাৰ IPS হোৱাৰ স্বপ্ন পূৰণৰ বাবে ১২১ লিটাৰ গংগাজল লৈ ২২০ কিলোমিটাৰ খোজ কাঢ়িলে প্ৰেমিকে

প্ৰেমৰ প্ৰতি সমৰ্পণ! প্ৰেমিকাৰ IPS হোৱাৰ স্বপ্ন পূৰণৰ বাবে ১২১ লিটাৰ গংগাজল লৈ ২২০ কিলোমিটাৰ খোজ কাঢ়িলে প্ৰেমিকে

১৭ জুলাইত ৰাষ্ট্ৰপতি শ্ৰীমতী দ্ৰৌপদী মুৰ্মুৱে প্ৰদান কৰিব ২০২৫ত সন্মানীয় স্বচ্ছ সৰ্বেক্ষণ ২০২৪-২৫ বঁটা

১৭ জুলাইত ৰাষ্ট্ৰপতি শ্ৰীমতী দ্ৰৌপদী মুৰ্মুৱে প্ৰদান কৰিব ২০২৫ত সন্মানীয় স্বচ্ছ সৰ্বেক্ষণ ২০২৪-২৫ বঁটা

জাপানীজ এনকেফেলাইটিছ ৰোগ নিয়ন্ত্ৰণত চৰকাৰ ব্যৰ্থ হৈছে, স্বাস্থ্য মন্ত্ৰীয়ে পদত্যাগ কৰক : আপ

জাপানীজ এনকেফেলাইটিছ ৰোগ নিয়ন্ত্ৰণত চৰকাৰ ব্যৰ্থ হৈছে, স্বাস্থ্য মন্ত্ৰীয়ে পদত্যাগ কৰক : আপ

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd