DMCA.com Protection Status
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Saturday, July 2, 2022
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

GIMT,গুৱাহাটীৰ উদ্যোগত ইলেক্ট্ৰিকেল ইঞ্জিনীয়াৰিঙৰ কেৰিয়াৰ সম্পৰ্কীয় ৱেবনাৰৰ আয়োজন, কিদৰে কৰিব যোগদান?

এন ই নাও নিউজ by এন ই নাও নিউজ
July 25, 2021 3:50 pm
GIMT-Guwahati-750x375

জিআইএমটি, গুৱাহাটী।

352
VIEWS
Share on FacebookShare on Twitter

গিৰিজানন্দ চৌধুৰী ইনষ্টিটিউট অব মেনেজমেণ্ট এণ্ড টেকন’ল’জি চমুকৈ GIMT, গুৱাহাটীৰ উদ্যোগত অহা ১ আগষ্ট, ২০২১ত এখন ৱেবনাৰৰ আয়োজন কৰা হৈছে।

GIMT, গুৱাহাটীৰ ইলেক্ট্ৰিকেল ইঞ্জিয়ানীয়াৰিং বিভাগৰ উদ্যোগত আয়োজিত এই ৱেবনাৰ খন মূলতঃ পলিটেকনিকৰ শিক্ষাৰ্থীসকলৰ বাবে আয়োজন কৰা হৈছে বুলি উদ্যোক্তাসকলে জানিবলৈ দিছে।

ৱেবনাৰত সংশ্লিষ্ট বিভাগৰ বিশেষজ্ঞ ব্যক্তিসকলে শিক্ষাৰ্থীসকলৰ সৈতে মত বিনিময় কৰিব আৰু ডিপ্ল’মা গ্ৰহণৰ পিছত কেনেধৰণৰ পেছাত শিক্ষাৰ্থীসকলে নিজকে নিয়োজিত কৰিব পাৰিব সেই বিষয়ে দিহা-পৰামৰ্শ আগবঢ়াব।

gimt1

ৱেবনাৰ খনে শিক্ষাৰ্থীসকলক তেওঁলোকৰ কেৰিয়াৰ নিৰ্বাচনত বিশেষ ভাবে  সহায় কৰিব বুলি আশা কৰা হৈছে। আগ্ৰহী শিক্ষাৰ্থীসকলে এই লিংকত নিজৰ নাম পঞ্জীয়ন কৰি ৱেবনাৰত অংশগ্ৰহণ কৰিব পাৰিব। লিংকটো হৈছে—

https://docs.google.com/forms/d/e/1FAIpQLSfn6pYP17Dz4SPDEp-tyRUAvc2opE5zw1cYQvJDKS4we3BZEg/viewform

 

কৰ্মসংস্থাপন লাভৰ বাবে ডিপ্ল’মা গ্ৰহণৰ পিছত কিয় বি-টেকৰ দৰে উচ্চ শিক্ষাগ্ৰহণ কৰাটো প্ৰয়োজনীয়, বি-টেক ডিগ্ৰী গ্ৰহণৰ পিছত শিক্ষাৰ্থীসকলে কৰ্মসংস্থাপনৰ ক্ষেত্ৰত আন কেনেদৰে উপকৃত হ’ব, ডিপ্ল’মা গ্ৰহণৰ পিছত প্ৰধান প্ৰধান ক্ষেত্ৰ সমূহৰ উপৰি আনুসংগিক ক্ষেত্ৰ সমূহত কামৰ কেনে সুবিধা, বি-টেক কৰাৰ পিছত কেনেদৰে সেই সুবিধা সমূহ আৰু অধিক বৃদ্ধি পায়, গৱেষণাৰ সুবিধা আদি বিষয় সমূহ ৱেবনাৰত খৰচি মাৰি আলোচনা কৰা হ’ব।

১ আগষ্টৰ পুৱা ১০ বজাৰ পৰা বিয়লি ১ বজালৈ অনুষ্ঠিত হ’বলগীয়া উক্ত ৱেবনাৰৰ বিষয়ে অধিক জানিবলৈ আগ্ৰহীসকলে ৭০০২৪-৭৪৫২৬,৯৮৬৪৫-০৪৪৩১ বা ৭০০২২-৯২০৮৪ নম্বৰত যোগাযোগ কৰিব পাৰিব।

Recent News

Tai-language teaching: মাৰ্ঘেৰিটাত ডাম চাও গিৰিন মহুং বৰুৱাৰ সোঁ‌ৱৰণত এমহীয়া টাই ভাষাৰ পাঠদান কাৰ্য্যসূচীৰ শুভাৰম্ভ

Tai-language teaching: মাৰ্ঘেৰিটাত ডাম চাও গিৰিন মহুং বৰুৱাৰ সোঁ‌ৱৰণত এমহীয়া টাই ভাষাৰ পাঠদান কাৰ্য্যসূচীৰ শুভাৰম্ভ

Maharashtra politics

পুনৰ নিৰাশ উদ্ধৱ ঠাকৰে শিবিৰ: উচ্চতম ন্যায়ালয়ে খাৰিজ কৰিলে জৰুৰী শুনানিৰ আবেদন

Raj Thackeray on Uddhav Thackeray

সৌভাগ্য সফলতা নহয়: পতনৰ পাছতে উদ্ধৱ ঠাকৰেক কটাক্ষ ৰাজ ঠাকৰেৰ

Amarinder Singh

শীঘ্ৰেই বিজেপিলৈ অমৰিন্দৰ সিং: বিজেপিৰ সৈতে চামিল হ’ব পঞ্জাৱ লোক কংগ্ৰেছ

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd