• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Friday, July 31, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

অধ্যক্ষ, অধ্যাপক, লাইব্ৰেৰীয়ান, নাৰ্চ, কেণ্টিন মেনেজাৰ, ৰান্ধনিকে ধৰি জি আই এম টিত একাধিক খালী পদত আবেদন আহ্বান

এন ই নাও নিউজ by এন ই নাও নিউজ
November 12, 2019 4:36 pm
gimt

জি আই এম টিৰ লগো

1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

গিৰিজানন্দ চৌধুৰী ইষ্টিটিউট অৱ মেনেজমেণ্ট এণ্ড টেকন’লজী (জি আই এম টি)ত অধ্যক্ষ, অধ্যাপক, সহকাৰী লাইব্ৰেৰীয়ান, নাৰ্চ, কেন্টিন মেনেজাৰ ৱাৰ্ডেন, ৰান্ধনীকে ধৰি একাধিক খালী পদত যোগ্য প্ৰাৰ্থীৰ পৰা আবেদন বিচৰা হৈছে।

পদৰ নাম : অধ্যক্ষ

Apply Now

অৰ্হতা : এ আই চি টি ইৰ নিয়ম অনুসৰি।

পদৰ নাম : অধ্যাপক, সহকাৰী অধ্যাপক

বিভাগ : চিভিল ইঞ্জিনিয়াৰিং, মেকানিকেল ইঞ্জিনিয়াৰিং, ইলেক্ট্ৰিকেল ইঞ্জিনিয়াৰিং আৰু কম্পিউটাৰ চায়েঞ্চ ইঞ্জিনিয়াৰিং।

অৰ্হতা : এই আই চি টি ইৰ নিয়ম অনুসৰি।

পদৰ নাম : সহকাৰী লাইব্ৰেৰীয়ান

অৰ্হতা : ৫৫ শতাংশ নম্বৰ সহ গ্ৰন্থাগাৰ আৰু তথ্য বিজ্ঞান বিভাগৰ স্নাতকোত্তৰ ডিগ্ৰীধাৰী। যিকোনো লাইব্ৰেৰীত কাম কৰাৰ অভিজ্ঞতা থাকিব লাগিব।

পদৰ নাম : পৰামৰ্শদাতা

বিভাগ : জি আই এম টি পৰামৰ্শ কেন্দ্ৰ

অৰ্হতা : মনোবিজ্ঞান/ ক্লিনিকেল মনোবিজ্ঞানৰ স্নাতকোত্তৰ ডিগ্ৰী। পৰামৰ্শদাতা বিভাগত এম ফিল অথবা ডিপ্লমা। মনোৰোগ বিজ্ঞানত এম ডি।

পদৰ নাম : নাৰ্চ

অৰ্হতা : বি এচ চি নাৰ্চিং অথবা জি এন এম

পদৰ নাম : ৱাৰ্ডেন (মহিলা)

বিভাগ : জি আই এম টি ছাত্ৰী নিৱাস

অৰ্হতা : যিকোনো বিভাগৰ স্নাতক লগতে হোষ্টেলত তিনিবছৰ কাম কৰাৰ অভিজ্ঞতা।

পদৰ নাম : কেণ্টিন মেনেজাৰ

বিভাগ : জি আই এম টি কেণ্টিন

অৰ্হতা : ফুড চাৰ্ভিছ মেনেজমেন্ট বিভাগৰ স্নাতক/ হোটেল মেনেজমেণ্ট। দুই বছৰ অভিজ্ঞতা থকা লোকক অগ্ৰাধিকাৰ দিয়া হ’ব।

পদৰ নাম : ৰান্ধনি

বিভাগ : জি আই এম টি কেণ্টিন

অৰ্হতা : নিম্নতম দুইবছৰৰ অভিজ্ঞতা থকা হ’ব লাগিব।

কেনেদৰে আৱেদন কৰিব :  আবেদনকাৰীয়ে আবেদন পত্ৰৰ লগত চিভি, পাচপোৰ্ট চাইজ ফটো, মৰ্কশ্বিটকে ধৰি সকলো প্ৰয়োজনীয় নথি পত্ৰৰ ফটোষ্টেট কপি তলত উল্লেখ কৰা ঠিকনাত প্ৰেৰণ কৰিব লাগিব।

ঠিকনা :  The Secretary, Shrimanta Shankar Academy and send to Girijananda Chowdhury Institute of Management and Technology (GIMT), Azara,Hatkhowapara, Guwahati- 781017

আবেদনৰ অন্তিম তাৰিখ : ২৫ নৱেম্বৰ, ২০১৯

এন ই নাও নিউজ

এন ই নাও নিউজ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

লখিমপুৰত শিঙৰা নদীৰ বাঢ়নি পানীয়ে মথাউৰি ভাঙি বুৰাই পেলালে কেইবাখনো গাঁও

লখিমপুৰত শিঙৰা নদীৰ বাঢ়নি পানীয়ে মথাউৰি ভাঙি বুৰাই পেলালে কেইবাখনো গাঁও

July 30, 2026 8:30 pm
২৪ ঘণ্টাত ৩ বাৰ সলনি হ’ল নম্বৰ! প্ৰশ্ন ফাদিলৰ পিছত এইবাৰ আৰু নিটৰ ফলাফলত ডাঙৰ কেলেংকাৰী!

২৪ ঘণ্টাত ৩ বাৰ সলনি হ’ল নম্বৰ! প্ৰশ্ন ফাদিলৰ পিছত এইবাৰ আৰু নিটৰ ফলাফলত ডাঙৰ কেলেংকাৰী!

July 30, 2026 7:56 pm
গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ত অঘটন  : চিলিং খহি পৰি চাৰিজন ৰোগী আহত

গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ত অঘটন  : চিলিং খহি পৰি চাৰিজন ৰোগী আহত

July 30, 2026 7:27 pm
নিজৰ পৰিচয়টোৱেই হেৰুৱাব নেকি? নিজৰ নামেৰে আৰু খেলিব নোৱাৰিব ভোজিনহাই?

নিজৰ পৰিচয়টোৱেই হেৰুৱাব নেকি? নিজৰ নামেৰে আৰু খেলিব নোৱাৰিব ভোজিনহাই?

July 30, 2026 6:46 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

লখিমপুৰত শিঙৰা নদীৰ বাঢ়নি পানীয়ে মথাউৰি ভাঙি বুৰাই পেলালে কেইবাখনো গাঁও

লখিমপুৰত শিঙৰা নদীৰ বাঢ়নি পানীয়ে মথাউৰি ভাঙি বুৰাই পেলালে কেইবাখনো গাঁও

July 30, 2026 8:30 pm
২৪ ঘণ্টাত ৩ বাৰ সলনি হ’ল নম্বৰ! প্ৰশ্ন ফাদিলৰ পিছত এইবাৰ আৰু নিটৰ ফলাফলত ডাঙৰ কেলেংকাৰী!

২৪ ঘণ্টাত ৩ বাৰ সলনি হ’ল নম্বৰ! প্ৰশ্ন ফাদিলৰ পিছত এইবাৰ আৰু নিটৰ ফলাফলত ডাঙৰ কেলেংকাৰী!

July 30, 2026 7:56 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd