• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Thursday, January 21, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

বি পি এল শিক্ষাৰ্থীৰ বাবে জি আই এম টি তেজপুৰৰ বিশেষ সাহায্য

NE NOW NEWS এন ই নাও নিউজ
তেজপুৰ , June 12, 2019 1:18 pm

1 min read

A Few things about Girijananda Chowdhury Instititute of Management and Technology, Tezpur

জি আই এম টি, তেজপুৰ।

847
VIEWS
Share on FacebookShare on Twitter

তেজপুৰৰ ডেকাৰগাঁওস্থিত আগশাৰীৰ শিক্ষা প্ৰতিষ্ঠান গিৰিজানন্দ চৌধুৰী ইনষ্টিটিউট অব মেনেজমেণ্ট এণ্ড টেকন’লজী, চমুকৈ জি আই এম টি, তেজপুৰত শিক্ষাগ্ৰহণৰ বাবে দৰিদ্ৰ সীমাৰেখাৰ তলৰ ছাত্ৰ-ছাত্ৰীৰ কাৰণে বিশেষ সাহায্য প্ৰদানৰ কথা ঘোষণা কৰা হৈছে।

মহাবিদ্যলয় কৰ্তৃপক্ষই জনোৱা মতে অভিযান্ত্ৰিক মহাবিদ্যালয়খনৰ চিভিল, মেকানিকেল আৰু ইলেকট্ৰিকেল ইঞ্জিনিয়াৰিঙৰ তিনিওটা বিভাগতে এখনকৈ আসন দৰিদ্ৰ সীমাৰেখাৰ তলৰ ছাত্ৰ-ছাত্ৰীৰ বাবে সংৰক্ষিত ৰখা হ’ব। উক্ত আঁচনিৰ অধীনত ছাত্ৰ-ছাত্ৰীসকলে মুঠ শিক্ষা খৰছৰ ৫০ শতাংশ ৰেহাইত শিক্ষাগ্ৰহণ কৰিব পাৰিব।

ঠিক একেদৰে, NCC C চাৰ্টিফিকেট প্ৰাপ্ত শিক্ষাৰ্থী তথা ক্ৰীড়া ক্ষেত্ৰত ৰাজ্যিক ভিত্তিত প্ৰতিনিধিত্ব কৰা ছাত্ৰ-ছাত্ৰীৰ বাবেও তিনিওটা বিভাগতে এখনকৈ আসনত শিক্ষা খৰছৰ ৫০% ৰেহাই প্ৰদান কৰা হ’ব বুলি মহাবিদ্যালয় কৰ্তৃপক্ষৰ তৰফৰ পৰা জনোৱা হৈছে।

উল্লেখযোগ্য যে, উত্তৰ-পূবৰ প্ৰথমখন PPP (Public Private Partnership) আৰ্হিত স্থাপিত শিক্ষানুষ্ঠানখনৰ ২০ শতাংশ চৰকাৰীভাৱে সংৰক্ষিত আসনৰ নামভৰ্ত্তি গুৱাহাটীৰ অসম অভিযান্ত্ৰিক প্ৰতিষ্ঠানত হোৱা কাউন্সিলিং প্ৰক্ৰিয়াৰ যোগেদি কৰা হৈছে। বাকী ৮০ শতাংশ আসনৰ নামভৰ্ত্তি কলেজ প্ৰাংগনত কৰা হ’ব।

এই সম্পৰ্কত বিতং তথ্যৰ বিষয়ে জানিবলৈ আগ্ৰহী শিক্ষাৰ্থী, অভিভাৱকসকলে ৮৮১২০২৮৮২২ বা ৯৩৬৫৪০৪৫১৩ ফোন নম্বৰত যোগাযোগ কৰিব পাৰিব।

Recent News

বিশ্বনাথত অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ প্ৰতিবাদকাৰীক আৰক্ষীৰ বাধা

বিশ্বনাথত অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ প্ৰতিবাদকাৰীক আৰক্ষীৰ বাধা

নাগ্ৰীজুলিত পাঁচ শতাধিক লোকৰ বিজেপিত যোগদান

নাগ্ৰীজুলিত পাঁচ শতাধিক লোকৰ বিজেপিত যোগদান

ডেমকেয়াৰ ৰঞ্জিত! টেনশ্যন নলৈ, প্ৰত্যাহ্বান নোহোৱাকৈ ২১ ত CONG-AIUDF ক ৰুধিবলৈ সাজু

ডেমকেয়াৰ ৰঞ্জিত! টেনশ্যন নলৈ, প্ৰত্যাহ্বান নোহোৱাকৈ ২১ ত CONG-AIUDF ক ৰুধিবলৈ সাজু

স্মিথক অব্যাহতি, সঞ্জু ছেমছন ৰাজস্থান ৰোয়েলছৰ নতুন অধিনায়ক

স্মিথক অব্যাহতি, সঞ্জু ছেমছন ৰাজস্থান ৰোয়েলছৰ নতুন অধিনায়ক

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd