• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Friday, October 23, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

বৰ্ণাঢ্য কাৰ্যসূচীৰে জি আই এম টি, তেজপুৰত ‘গোমচেং ২০১৯’ উদযাপন

এন ই নাও নিউজ by এন ই নাও নিউজ
April 27, 2019 7:42 pm
7
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

ৰাজ্যৰ অন্যতম আগশাৰীৰ অভিযান্ত্ৰিক শিক্ষা প্ৰতিষ্ঠান গিৰিজানন্দ চৌধুৰী ইনষ্টিটিউট অৱ মেনেজমেণ্ট এণ্ড টেকন’লজী চমুকৈ জি আই এম টি, তেজপুৰত ‘Ethnic Day’ কাৰ্যসূচী হিচাপে আজি ‘গোমচেং ২০১৯’ অনুষ্ঠানৰ আয়োজন কৰা হয়।

উল্লেখযোগ্য প্ৰত্যেক বছৰৰ ব’হাগ মাহৰ প্ৰথম পষেকত শিক্ষা প্ৰতিষ্ঠানখনত পৰম্পৰাগত সাজ পোছাক পৰিধানৰ দিৱস হিচাপে এটা দিন নিৰ্ধাৰণ কৰি বিশেষভাৱে উদযাপন কৰি অহা হৈছে। ইয়াৰ অংশ হিচাপে আয়োজন কৰা আজিৰ উক্ত অনুষ্ঠানটোত প্ৰতিষ্ঠানখনৰ ছাত্ৰ-ছাত্ৰী, শিক্ষক-শিক্ষয়িত্ৰীসকলৰ লগতে অন্যান্য কৰ্মচাৰীবৃন্দ সকলোৱে পৰম্পৰাগত সাজপাৰ পৰিধান কৰি নিজ নিজ কৃষ্টি-সংস্কৃতিৰ পৰিৱেশন কৰে।

Apply Now

পতাকা উত্তোলন আৰু বন্তি প্ৰজ্বলনেৰে অনুষ্ঠানটোৰ শুভ-উদ্বোধন কৰে মহাবিদ্যালয়খনৰ অধ্যক্ষ ড০ বুলজিৎ বুঢ়াগোহাঁয়ে। ইয়াৰ পিছতে ‘শ্ৰীময়ী অসমীৰ শীতল বুকুত উঠে উছৱৰ মধু আলোড়ণ’ শীৰ্ষক সমৱেত সংগীতেৰে সাংস্কৃতিক কাৰ্যসূচীৰ আৰম্ভণি কৰা হয়।

পৰৱৰ্তী সময়ত মহাবিদ্যালয়খনৰ ছাত্ৰ-ছাত্ৰীসকলে হোলী গীত, ভূপেন্দ্ৰ সংগীত, কবিতা আবৃত্তি, বিহু, আধুনিক গীত আদি বিবিধ অনুষ্ঠান পৰিৱেশেনৰে পৰিৱেশ মুখৰ কৰি তোলে। অনুষ্ঠানৰ লগত সংগতি ৰাখি অসমৰ পৰম্পৰাগত খেল-ধেমালি কণী যুঁজ, ৰচী টনা, কলহ ভঙা আদিৰো আয়োজন কৰা হয়।

মহাবিদ্যালয়ৰ শিক্ষক কৰ্মচাৰীবৃন্দই বৰগীতৰ পৰা আদি কৰি জিকিৰলৈ, জ্যোতি সংগীতৰ পৰা গোৱালপৰীয়া লোকগীতলৈ সকলো সংমিশ্ৰণ কৰি পৰিৱেশন কৰা মনোমোহা সংগীতানুষ্ঠানে অনুষ্ঠানটোক এক অন্য

 এক মাত্ৰা দিয়ে। ইয়াৰ লগতে মহাবিদ্যালয়খনৰ সহকাৰী অধ্যাপক পিনাকপাণি বৰুৱা ৰচিত আৰু নিৰ্দেশিত ‘কামোৰ’ শীৰ্ষক চুটি নাট এখনিও পৰিৱেশন কৰা হয়।

এইসমূহ অনুষ্ঠানৰ সমান্তৰালভাৱে আয়োজন কৰা হয় ‘পৰম্পৰাগত সাজপাৰ প্ৰতিযোগিতা’ আৰু ‘পৰম্পৰাগত খাদ্য সম্ভাৰ প্ৰস্তুত প্ৰতিযোগিতা’। পিছত ছাত্ৰ-ছাত্ৰী, শিক্ষক-শিক্ষয়িত্ৰীয়ে সমিলমিলেৰে পৰিৱেশন কৰা বিহু নৃত্যৰে অনুষ্ঠানটোৰ সামৰণি মৰা হয়।

এন ই নাও নিউজ

এন ই নাও নিউজ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

কেই মিনিটমানৰ ভিতৰতে তিব্বতত দুটাকৈ শক্তিশালী ভূমিকম্প! কমেও ১৬ জনৰ মৃত্যু, ৩২ জন আহত

কেই মিনিটমানৰ ভিতৰতে তিব্বতত দুটাকৈ শক্তিশালী ভূমিকম্প! কমেও ১৬ জনৰ মৃত্যু, ৩২ জন আহত

October 23, 2026 8:20 am
ইনষ্টাগ্ৰামত ছোনিয়া গান্ধী! মুকলি কৰিলে আত্মজীৱনী ‘বিলংগিং: এ জাৰ্নি অৱ লাভ’ৰ প্ৰথম আভাস

ইনষ্টাগ্ৰামত ছোনিয়া গান্ধী! মুকলি কৰিলে আত্মজীৱনী ‘বিলংগিং: এ জাৰ্নি অৱ লাভ’ৰ প্ৰথম আভাস

October 23, 2026 7:35 am
ভিডিঅ’ কলতে চাই ডেথ চাৰ্টিফিকেট! চাঞ্চল্যকৰ ঘটনাত পোহৰলৈ আহিছে চিকিৎসকৰ ‘কীৰ্তি’

ভিডিঅ’ কলতে চাই ডেথ চাৰ্টিফিকেট! চাঞ্চল্যকৰ ঘটনাত পোহৰলৈ আহিছে চিকিৎসকৰ ‘কীৰ্তি’

October 22, 2026 8:10 pm
ক্ৰাইষ্টচাৰ্চত ৰানৰ বৰষুণ, নিউজিলেণ্ডৰ বিৰুদ্ধে প্রথম টি-২০ত অভিলেখ গঢ়ি জয়ী টিম ইণ্ডিয়া

ক্ৰাইষ্টচাৰ্চত ৰানৰ বৰষুণ, নিউজিলেণ্ডৰ বিৰুদ্ধে প্রথম টি-২০ত অভিলেখ গঢ়ি জয়ী টিম ইণ্ডিয়া

October 22, 2026 7:21 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

কেই মিনিটমানৰ ভিতৰতে তিব্বতত দুটাকৈ শক্তিশালী ভূমিকম্প! কমেও ১৬ জনৰ মৃত্যু, ৩২ জন আহত

কেই মিনিটমানৰ ভিতৰতে তিব্বতত দুটাকৈ শক্তিশালী ভূমিকম্প! কমেও ১৬ জনৰ মৃত্যু, ৩২ জন আহত

October 23, 2026 8:20 am
ইনষ্টাগ্ৰামত ছোনিয়া গান্ধী! মুকলি কৰিলে আত্মজীৱনী ‘বিলংগিং: এ জাৰ্নি অৱ লাভ’ৰ প্ৰথম আভাস

ইনষ্টাগ্ৰামত ছোনিয়া গান্ধী! মুকলি কৰিলে আত্মজীৱনী ‘বিলংগিং: এ জাৰ্নি অৱ লাভ’ৰ প্ৰথম আভাস

October 23, 2026 7:35 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd