• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Thursday, July 30, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home জীৱনশৈলী

চাহত মিহলাই খাওক সামান্য আদাঃ পাব অনেক সুফল

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
January 19, 2024 3:31 pm
Ginger Tea Health Benefits
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

পুৱা শুই উঠি একাপ গৰম চাহত দিয়া চুমুকে আমাৰ শৰীৰলৈ আনে যথেষ্ট উদ্যম। একেদৰে দিনটোৰ কামৰ হেঁচাই আনি দিয়া অৱসাদ দূৰীকৰণৰ প্ৰধান উপায় হ’ব পাৰে একাপ চাহ।

পিছে এই চাহকাপত যদি সামান্য পৰিমাণৰ আদা মিহলাই লোৱা হয়, তেতিয়া চাহকাপৰ সোৱাদ হৈ পৰে অনন্য। লগতে এই আদা দিয়া চাহকাপে শাৰীৰিক-মানসিক অৱসাদ আঁতৰাই দেহত নতুনকৈ প্ৰাণসঞ্চাৰ কৰে।

Apply Now

সমান্তৰালভাৱে আদা দিয়া চাহকাপ ব্যক্তিৰ স্বাস্থ্যৰ বাবেও যথেষ্ট উপকাৰী। এই আদা দিয়া চাহকাপে শীতকালীন ৰোগ যেনে চৰ্দি, কাহ বা ডিঙিৰ বিষ প্ৰতিৰোধ কৰাত সহায় কৰিব পাৰে।

আদা দিয়া চাহৰ এনে স্বাস্থ্য উপকাৰিতাৰ বিষয়ে জানো আহকঃ

১/ শৰীৰত প্ৰদাহ কমায়

বহু লোকে শীতকালত শৰীৰত প্ৰদাহ অৰ্থাৎ বিষ বা জ্বলা-পোৰা অনুভৱ কৰে। প্ৰদাহৰ প্ৰতিকাৰ হিচাপে পূৰ্বৰে পৰা আদা ব্যৱহাৰ কৰি অহা হৈছে। আদা দিয়া চাহকাপে প্ৰদাহজনিত সমস্যা তথা পেশী আৰু গাঁঠিৰ বিষ নিয়ন্ত্ৰণ কৰাত সহায় কৰে।

২/ ৰোগ প্ৰতিৰোধ ক্ষমতা বৃদ্ধি কৰে

ব্যক্তিৰ দেহ নিৰোগী কৰি ৰখাত দেহৰ শক্তিশালী ৰোগ প্ৰতিৰোধ ক্ষমতাৰ ভূমিকা অধিক। ডিঙিৰ বিষ, কাহ, চৰ্দি আৰু অন্যান্য সংক্ৰমণ শীতকালত যথেষ্ট সাধাৰণ। আদাত ৰোগ প্ৰতিৰোধ ক্ষমতা বৃদ্ধি কৰা গুণ থাকে যি এনে ৰোগসমূহক নিয়ন্ত্ৰণত ৰখাত সহায় কৰে।

৩/ মানসিক চাপ কমায়

আদা দিয়া চাহ কাপে শাৰীৰিক-মানসিক অৱসাদ আঁতৰাই দেহত নতুনকৈ প্ৰাণসঞ্চাৰ কৰে। আদাৰ সুগন্ধি আৰু ঔষধি গুণে মানসিক চাপ নিয়ন্ত্ৰণত সহায় কৰিব পাৰে।

৪/ হজম শক্তি উন্নত কৰে

সম্প্ৰতি মানুহৰ মাজত পূৰ্বৰ তুলনাত শাৰীৰিক কাৰ্যকলাপৰ মাত্ৰা যথেষ্ট হ্ৰাস পাইছে। সেয়ে বহু লোক সন্মুখীন হৈছে বদহজম সমস্যাৰ। আদাই বদহজম আৰু আনুষংগিক পেটৰ সমস্যা দূৰ কৰাত সহায় কৰে। ইয়াৰ উপৰিও বমিৰ সমস্যাৰ পৰা মুক্ত কৰিব পাৰে।

৫/ ওজন নিয়ন্ত্ৰণত সহায় কৰে

গৱেষণাৰ মতে, আদাই ওজন নিয়ন্ত্ৰণত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে। গতিকে চাহত আদাৰ ব্যৱহাৰে ওজন নিয়ন্ত্ৰণত সহায় কৰিব পাৰে।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

লখিমপুৰত শিঙৰা নদীৰ বাঢ়নি পানীয়ে মথাউৰি ভাঙি বুৰাই পেলালে কেইবাখনো গাঁও

লখিমপুৰত শিঙৰা নদীৰ বাঢ়নি পানীয়ে মথাউৰি ভাঙি বুৰাই পেলালে কেইবাখনো গাঁও

July 30, 2026 8:30 pm
২৪ ঘণ্টাত ৩ বাৰ সলনি হ’ল নম্বৰ! প্ৰশ্ন ফাদিলৰ পিছত এইবাৰ আৰু নিটৰ ফলাফলত ডাঙৰ কেলেংকাৰী!

২৪ ঘণ্টাত ৩ বাৰ সলনি হ’ল নম্বৰ! প্ৰশ্ন ফাদিলৰ পিছত এইবাৰ আৰু নিটৰ ফলাফলত ডাঙৰ কেলেংকাৰী!

July 30, 2026 7:56 pm
গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ত অঘটন  : চিলিং খহি পৰি চাৰিজন ৰোগী আহত

গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ত অঘটন  : চিলিং খহি পৰি চাৰিজন ৰোগী আহত

July 30, 2026 7:27 pm
নিজৰ পৰিচয়টোৱেই হেৰুৱাব নেকি? নিজৰ নামেৰে আৰু খেলিব নোৱাৰিব ভোজিনহাই?

নিজৰ পৰিচয়টোৱেই হেৰুৱাব নেকি? নিজৰ নামেৰে আৰু খেলিব নোৱাৰিব ভোজিনহাই?

July 30, 2026 6:46 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

লখিমপুৰত শিঙৰা নদীৰ বাঢ়নি পানীয়ে মথাউৰি ভাঙি বুৰাই পেলালে কেইবাখনো গাঁও

লখিমপুৰত শিঙৰা নদীৰ বাঢ়নি পানীয়ে মথাউৰি ভাঙি বুৰাই পেলালে কেইবাখনো গাঁও

July 30, 2026 8:30 pm
২৪ ঘণ্টাত ৩ বাৰ সলনি হ’ল নম্বৰ! প্ৰশ্ন ফাদিলৰ পিছত এইবাৰ আৰু নিটৰ ফলাফলত ডাঙৰ কেলেংকাৰী!

২৪ ঘণ্টাত ৩ বাৰ সলনি হ’ল নম্বৰ! প্ৰশ্ন ফাদিলৰ পিছত এইবাৰ আৰু নিটৰ ফলাফলত ডাঙৰ কেলেংকাৰী!

July 30, 2026 7:56 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd