গিৰিজানন্দ চৌধুৰী ইনষ্টিটিউট অফ ফাৰ্মাচিউটিকেল চায়েঞ্চ, আজাৰা, গুৱাহাটী-৭৮১০১৭ৰ বাবে নিম্নলিখিত পদৰ বাবে উপযুক্ত প্ৰাৰ্থীৰ পৰা আবেদন পত্ৰ বিচৰা হৈছে।
ইচ্ছুক প্ৰাৰ্থীয়ে আপডেটেড বায়’ডাটাৰ লগতে নথিপত্ৰসমূহৰ ফটোকপিৰ সৈতে আবেদন পত্ৰ অহা ১৪-০৮-২০২১তাৰিখৰ ভিতৰত পোৱাকৈ The Secretary, SSA, Girijananda Chowdhury Institute of Pharmaceutical Science, Azara, Guwahati-781017 এই ঠিকনাত বা [email protected]ত প্ৰেৰণ কৰিব লাগিব।
পদৰ নাম : ফাৰ্মাচিষ্ট
পদৰ সংখ্যা : ১টা
অৰ্হতা : (১) ফাৰ্মাচী কাউন্সিল অফ ইণ্ডিয়াৰ দ্বাৰা স্বীকৃতিপ্ৰাপ্ত কোনো প্ৰতিষ্ঠানৰ পৰা দুবছৰীয়া ফাৰ্মাচী পাঠ্যক্ৰম উত্তীৰ্ণ হ’ব লাগিব।
(২) আছাম ফাৰ্মাচী কাউন্সিলৰ সৈতে পঞ্জীয়ন থকা হ’ব লাগিব।