• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Friday, July 31, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

জি আই পি এছ-তেজপুৰত দিনযোৰা বৰ্ণাঢ্য কাৰ্যসূচীৰে বিশ্ব ফাৰ্মাচিষ্ট দিৱস উদযাপন

এন ই নাও নিউজ,গুৱাহাটী by এন ই নাও নিউজ,গুৱাহাটী
September 25, 2021 8:25 pm
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

আজি ২৫ ছেপ্তেম্বৰ, বিশ্ব ফাৰ্মাচী দিৱস।

এই উপলক্ষে তেজপুৰৰ কুন্দাৰবাৰীস্থিত গিৰিজানন্দ চৌধুৰী ইনষ্টিটিউট অফ্ ফাৰ্মাচিউটিকেল ছায়েন্সত দিনযোৰা বৰ্ণাঢ্য কাৰ্যসূচীৰ আয়োজন কৰা হয় বিশ্ব ফাৰ্মাচী দিৱস।

Apply Now

পুৱা ১০ বজাত প্ৰতিষ্ঠান চৌহদত শিক্ষক-কৰ্মচাৰী তথা ছাত্ৰ-ছাত্ৰীৰ উপস্থিতিত পতাকা উত্তোলনৰ দ্বাৰা কাৰ্যসূচীৰ শুভাৰম্ভণি কৰা হয়।

পতাকা উত্তোলন কৰে প্ৰতিষ্ঠানখনৰ অধ্যক্ষ ড° আব্দুল বাকী আহমেদে। আমন্ত্ৰিত অতিথি হিচাপে উপস্থিত থাকে জি আই এম টি – তেজপুৰৰ ভাৰপ্ৰাপ্ত অধ্যক্ষ ড° ডিপল বৰুৱা।

বিশ্ব ফাৰ্মাচিষ্ট দিৱস উপলক্ষে প্ৰতিষ্ঠানখনত এক উৎসৱমুখৰ পৰিৱেশ পৰিলক্ষিত হয়।

সন্মানীয় অধ্যক্ষদ্বয়ে বন্তি প্ৰজ্জ্বলন কৰাৰ পিছতে চেমিনাৰ হলত মুকলি সভা অনুষ্ঠিত হয়।

সভাৰ আদৰণি ভাষণত অধ্যক্ষ ড° আহমেদে ফাৰ্মাচিষ্ট দিৱসৰ যথাৰ্থতা, ইয়াৰ ইতিহাস তথা প্ৰয়োজনীতাৰ বিষয়ে বিতংভাৱে উল্লেখ কৰি বিশ্ব ফাৰ্মাচিষ্ট দিৱস ২০২১ বৰ্ষৰ বিষয়বস্তু “Pharmacy : Always Trusted for Your Health” শীৰ্ষক এক মননশীল বক্তৃতা আগবঢ়ায়।

আমন্ত্ৰিত অতিথিৰ ভাষণত ড° ডিপল বৰুৱাই ফাৰ্মাচিষ্ট সকলক ডাক্তৰ আৰু ৰোগীৰ মাজত এখন সাঁকো বুলি উল্লেখ কৰে, যিখন সাঁকো ফাৰ্মাচিষ্ট পেছাদাৰী সকলে সমাজৰ সহযোগত সুদৃঢ় কৰি ল’ব লাগিব বুলি তেওঁ কয়।

সমান্তৰালভাবে কেইবাজনো অধ্যাপক তথা ছাত্ৰ-ছাত্ৰীয়ে সভাত বক্তৃতা প্ৰদান কৰে।

তাৰপাছত অনুষ্ঠিত সাংস্কৃতিক অনুষ্ঠানত প্ৰতিষ্ঠানখনৰ ছাত্ৰ-ছাত্ৰীসকলে নিজৰ বিভিন্ন প্ৰতিভা প্ৰদৰ্শন কৰে।

ডি°ফাৰ্ম দ্বিতীয় বৰ্ষৰ ছাত্ৰসকলে চিকিৎসা আৰু অন্ধবিশ্বাসক মূল বিষয়বস্তু হিচাপে লৈ এখন সজাগতা মূলক নাট মঞ্চস্থ কৰে।

ছাত্ৰ সিদ্ধান্ত শৰ্মাই ফাৰ্মাচীৰ পিতৃ বুলি অভিহিত গেলনৰ চিত্ৰ থিতাতে অংকন কৰাৰ লগতে বিভিন্নজনে গীত-নৃত্য প্ৰদৰ্শন কৰে।

অনুষ্ঠানটোৰ শেষত শলাগৰ শৰাই আগবঢ়ায় সহ: অধ্যাপক তথা অনুষ্ঠানটোৰ পৃষ্ঠপোষক সন্দীপন চৌধুৰীয়ে।

এন ই নাও নিউজ,গুৱাহাটী

এন ই নাও নিউজ,গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

কাজিৰঙা বিলাসী হোটেল প্ৰকল্পৰ গোচৰত জামিন লাভ প্ৰণৱ দলে সহ চাৰিজন ভূমি অধিকাৰ কৰ্মীৰ

কাজিৰঙা বিলাসী হোটেল প্ৰকল্পৰ গোচৰত জামিন লাভ প্ৰণৱ দলে সহ চাৰিজন ভূমি অধিকাৰ কৰ্মীৰ

July 31, 2026 7:46 am
ইউৰোপীয় দেশসমূহৰ বিশ্বকাপ বৰ্জনৰ হুংকাৰ: ফিফাৰ বিতৰ্কিত পৰিকল্পনাক লৈ তীব্ৰ সংঘাত

ইউৰোপীয় দেশসমূহৰ বিশ্বকাপ বৰ্জনৰ হুংকাৰ: ফিফাৰ বিতৰ্কিত পৰিকল্পনাক লৈ তীব্ৰ সংঘাত

July 31, 2026 6:30 am
লখিমপুৰত শিঙৰা নদীৰ বাঢ়নি পানীয়ে মথাউৰি ভাঙি বুৰাই পেলালে কেইবাখনো গাঁও

লখিমপুৰত শিঙৰা নদীৰ বাঢ়নি পানীয়ে মথাউৰি ভাঙি বুৰাই পেলালে কেইবাখনো গাঁও

July 30, 2026 8:30 pm
২৪ ঘণ্টাত ৩ বাৰ সলনি হ’ল নম্বৰ! প্ৰশ্ন ফাদিলৰ পিছত এইবাৰ আৰু নিটৰ ফলাফলত ডাঙৰ কেলেংকাৰী!

২৪ ঘণ্টাত ৩ বাৰ সলনি হ’ল নম্বৰ! প্ৰশ্ন ফাদিলৰ পিছত এইবাৰ আৰু নিটৰ ফলাফলত ডাঙৰ কেলেংকাৰী!

July 30, 2026 7:56 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

কাজিৰঙা বিলাসী হোটেল প্ৰকল্পৰ গোচৰত জামিন লাভ প্ৰণৱ দলে সহ চাৰিজন ভূমি অধিকাৰ কৰ্মীৰ

কাজিৰঙা বিলাসী হোটেল প্ৰকল্পৰ গোচৰত জামিন লাভ প্ৰণৱ দলে সহ চাৰিজন ভূমি অধিকাৰ কৰ্মীৰ

July 31, 2026 7:46 am
ইউৰোপীয় দেশসমূহৰ বিশ্বকাপ বৰ্জনৰ হুংকাৰ: ফিফাৰ বিতৰ্কিত পৰিকল্পনাক লৈ তীব্ৰ সংঘাত

ইউৰোপীয় দেশসমূহৰ বিশ্বকাপ বৰ্জনৰ হুংকাৰ: ফিফাৰ বিতৰ্কিত পৰিকল্পনাক লৈ তীব্ৰ সংঘাত

July 31, 2026 6:30 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd