• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Friday, January 22, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

গাড়ীৰ ভিতৰতে ভিনিহিয়েকৰ যৌন ক্ষুধাৰ বলি খুলশালীয়েক

NE NOW NEWS মানস প্ৰতিম গগৈ
মাৰ্ঘেৰিটা , March 27, 2019 9:03 pm

1 min read

গাড়ীৰ ভিতৰতে ভিনিহিয়েকৰ যৌন ক্ষুধাৰ বলি খুলশালীয়েক

আটকাধীন অভিযুক্ত তথা ভিনিহিয়েক মুকেশ পণ্ডিত

2.4k
VIEWS
Share on FacebookShare on Twitter

মাৰ্ঘেৰিটা মহকুমাৰ লিডুত এগৰাকী ১৯ বছৰীয়া যুৱতীক ভিনিয়েকে এখন গাড়ীৰ ভিতৰত ধৰ্ষণ কৰা বুলি অভিযোগ উত্থাপিত হোৱা ঘটনাই অঞ্চলটোত তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে।

ঘটনাৰ বিৱৰণি অনুসৰি সোমবাৰে অৰ্থাৎ ২৫ মাৰ্চত মুকেশ পণ্ডিতে খুলশালী আৰু খুলশালীৰ ভায়েকক এ এছ ২৩ এল ৪৮৭১ নম্বৰৰ মাৰুতি ভানেৰে ডিব্ৰুগড়ৰ এখন ব্যক্তিগত নাৰ্চিংহোমলৈ চিকিৎসাজনিত কাৰণত লৈ গৈছিল।

পিছত ভায়েকক নাৰ্চিংহোমত থৈ খুলশালীয়েকক লৈ উভটি অহাৰ পথত টিংৰাই ৩৮ নং ৰাষ্ট্ৰীয় ঘাইপথৰউলাপুলস্থিত নিৰ্জন পথত গাড়ী ৰখাই ভিনিহিয়েক মুকেশ পণ্ডিতে খুলশালীয়েকৰ লগত অনৈতিক কাৰ্য সংঘটিত কৰে। লগতে খুলশালীয়েকক ঘটনাৰ বিষয়ে কাৰো আগত প্ৰকাশ নকৰিবলৈ আৰু কৰিলে প্ৰাণে মৰাৰ ভাবুকি প্ৰদান কৰে।

কিন্তু কালি যুৱতীগৰাকীয়ে এই কথা গাঁৱৰ মহিলাসকলৰ আগত প্ৰকাশ কৰাত ভিনিহিয়েক মুকেশ পণ্ডিতক আটক কৰি উত্তম-মধ্যম সোধাই আৰক্ষী চমজায় দিয়ে। আনহাতে আজি যুৱতী গৰাকী কিছু অসুস্থ হৈ পৰাত তিনিচুকীয়াৰ এখন চিকিৎসালয়ত চিকিৎসাধীন কৰা হয় ।

আটকাধীন মুকেশ পাণ্ডিত পেছাত এজন ডাম্পাৰ চালক। লিডু আৰক্ষীয়ে ইতিমধ্য মুকেশক আজি জে’ললৈ প্ৰেৰণ কৰে। ইফালে এই খবৰ বিয়পি পৰাত আজি বহু মহিলাই লিডু আৰক্ষী চকীত উপস্থিত হৈ লম্পট মুকেশক কঠোৰ শাস্তী দিয়াৰ দাবী জনাই পৰিবেশ উত্তাল কৰি তোলে।

Recent News

Rahul-Gandhi-Sonia-Gandhi

ওৰ পৰিব পৰিয়ালতন্ত্ৰৰ! চলিত বৰ্ষৰ জুন মাহত নিৰ্বাচন কৰা হ’ব কংগ্ৰেছৰ নতুন সভাপতি

বিধান সভা নিৰ্বাচনৰ পাছতে বি টি আৰত অনুষ্ঠিত হ’ব ভি চি ডি চি নিৰ্বাচন : গোবিন্দ বসুমতাৰী

বিধান সভা নিৰ্বাচনৰ পাছতে বি টি আৰত অনুষ্ঠিত হ’ব ভি চি ডি চি নিৰ্বাচন : গোবিন্দ বসুমতাৰী

ধৰ্মীয় ঐতিহ্যপূৰ্ণ স্থান সমূহ সংৰক্ষণৰ ক্ষেত্ৰত ৰাষ্ট্ৰসংঘৰ সাধাৰণ পৰিষদত প্ৰস্তাৱ গ্ৰহণ

ধৰ্মীয় ঐতিহ্যপূৰ্ণ স্থান সমূহ সংৰক্ষণৰ ক্ষেত্ৰত ৰাষ্ট্ৰসংঘৰ সাধাৰণ পৰিষদত প্ৰস্তাৱ গ্ৰহণ

remote-1140x570

প্ৰাক্তন মুখ্য ন্যায়াধীশ ৰঞ্জন গগৈলৈ ‘জেদ+’ ভি আই পি নিৰাপত্তা

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd