DMCA.com Protection Status
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Sunday, May 29, 2022
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home Popular Stories

উচ্চতৰ মাধ্যমিকত আশা কৰা ধৰণে ফলাফল লাভ নকৰা ছাত্ৰীৰ আত্মহত্যা

মানস প্ৰতিম গগৈ by মানস প্ৰতিম গগৈ
May 27, 2019 10:03 am
আত্মহত্যা কৰা ছাত্ৰী লুনা দহোটীয়া

আত্মহত্যা কৰা ছাত্ৰী লুনা দহোটীয়া

3k
VIEWS
Share on FacebookShare on Twitter

সদ্য ঘোষিত উচ্চতৰ মাধ্যমিকৰ চূড়ান্ত পৰীক্ষাৰ ফলাফলে একাংশ ছাত্ৰ-ছাত্ৰীক আনন্দিত কৰি তোলাৰ সময়তে আন একাংশ ছাত্ৰ-ছাত্ৰীয়ে হতাশাত ভূগি আত্মহত্যাৰ দৰে চৰম পন্থা গ্ৰহণ কৰিছে। এনে এক ঘটনা সংঘটিত হয় তিনিচুকীয়া জিলাৰ বৰডুমছাত।

ঘটনাৰ বিৱৰণি মতে তিনিচুকীয়া জিলাৰ ডিগবৈ মহাবিদ্যালয়ৰ ছাত্ৰী তথা বৰডুমছা কঠালগুৰিৰ নিবাসী লুনা দহোটীয়া(১৮)ই  সদ্যঘোষিত উচ্চতৰ মাধ্যমিকৰ ফলাফলত আশা কৰা ধৰণে ফলাফল লাভ কৰবিলৈ সক্ষম নহ’ল। লুনা দহোটীয়াই বাণিজ্য শাখাত তৃতীয় বিভাগত উত্তীৰ্ণ হৈছিল।

ফলত ছাত্ৰীগৰাকীয়ে আশা কৰা ধৰণে ফলাফল লাভ নকৰাত হতাশাথ ভূগি কালি অৰ্থাৎ ২৬ মে’ত ঘৰতে কীটনাশক দ্ৰব্য সেৱন কৰি আত্মহননৰ চেষ্টা কৰে।

পৰিয়ালৰ লোকে ছাত্ৰীগৰাকীক স্থানীয় চিকিৎসালয়লৈ নিয়ে যদিও উন্নত চিকিৎসাৰ বাবে চিকিৎসকে ডিব্ৰুগড়লৈ প্ৰেৰণ কৰে। কিন্তু দুৰ্ভাগ্যবশত নিয়তিৰ আগত হাৰ মানি ডিব্ৰুগড়লৈ গৈ থকা অৱস্থাতে লুনা দহোটীয়াই শেষ নিশ্বাস ত্যাগ কৰে।

আনহাতে ডিগবৈ মহাবিদ্যালয়ৰ এগৰাকী ছাত্ৰীয়ে এনেদৰে আত্মহত্যাৰ দৰে চমৰ পন্থা বাছি লোৱাত অঞ্চলটোত গভীৰ শোক ছাঁ‌ পৰে।

Recent News

মনোৰম প্ৰাকৃতিক পৰিৱেশৰ সলনি উত্তৰ পূব মৰুভূমি হোৱাটো বিচাৰে নেকি ভাৰত চৰকাৰে?

মনোৰম প্ৰাকৃতিক পৰিৱেশৰ সলনি উত্তৰ পূব মৰুভূমি হোৱাটো বিচাৰে নেকি ভাৰত চৰকাৰে?

কাঁ চলচ্চিত্ৰ মহোৎসৱৰ পৰা ওভতাৰ সময়তে লুইত কুমাৰ বৰ্মণলৈ GMCৰ জাননী কিয়?

কাঁ চলচ্চিত্ৰ মহোৎসৱৰ পৰা ওভতাৰ সময়তে লুইত কুমাৰ বৰ্মণলৈ GMCৰ জাননী কিয়?

IndiGo বিশেষভাৱে সক্ষম শিশুক নিদিলে বিমানত উঠিবলৈ : ইণ্ডিগ’ক পাঁচ লাখ টকাৰ জৰিমনা

IndiGo বিশেষভাৱে সক্ষম শিশুক নিদিলে বিমানত উঠিবলৈ : ইণ্ডিগ’ক পাঁচ লাখ টকাৰ জৰিমনা

Monkeypox: টমেট’ ফ্লুৰ মাজতে মাঙ্কিপক্সৰ আতংক; কিমান প্ৰস্তুত ভাৰত?

Monkeypox: টমেট’ ফ্লুৰ মাজতে মাঙ্কিপক্সৰ আতংক; কিমান প্ৰস্তুত ভাৰত?

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd