DMCA.com Protection Status
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Friday, March 24, 2023
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home Popular Stories

প্ৰেয়সীৰ গোপন ভিডিঅ’ ভাইৰেল কৰাৰ ভাবুকি প্ৰেমিকৰ : খঙত প্ৰেমিকৰ যৌনাংগ কাটিলে প্ৰেমিকাই

আহত প্ৰেমিকৰ চিঞৰ শুনি হোটেলৰ কৰ্মচাৰীয়ে তেওঁক চিকিৎসালয়লৈ লৈ যায়। বৰ্তমান অত্যধিক ৰক্তক্ষৰণৰ বাবে তেওঁ আই চি ইউত আছে। জানিব পৰা মতে ইতিমধ্যে প্ৰেমিকাগৰাকীক গ্ৰেপ্তাৰ কৰিছে আৰক্ষীয়ে।

by
February 28, 2023 11:29 am
55
VIEWS
Share on FacebookShare on Twitter

সামাজিক মাধ্যমত নিজৰ প্ৰেয়সীৰ যৌন সম্পৰ্কৰ গোপন ভিডিঅ’ বিয়পোৱাৰ ভাবুকি দি অৱস্থা কাহিল হ’ল এজন যুৱকৰ। ক্ষোভত প্ৰেমিকাই কাটি পেলালে প্ৰেমিকৰ যৌনাংগ।

যোৱা শনিবাৰে ইণ্ডোনেছিয়াৰ উত্তৰ সুমাত্ৰাৰ ছিবোলগা এখন হোটেলত সংঘটিত হয় এই ঘটনা। সংবাদ মাধ্যমৰ খবৰ অনুসৰি সুমাত্ৰা ভ্ৰমণৰ সময়ত এই প্ৰেমিক–প্ৰেমিকাই এখন হোটেলত আশ্ৰয় হয়। তাতে যুৱকজনে প্ৰেয়সীৰ লগত শাৰীৰিক সম্পৰ্ক কৰিবলৈ বিচাৰে। কিন্তু প্ৰেমিকাই যৌন সম্পৰ্কৰ বাবে সন্মতি নিদিয়াৰ বাবে প্ৰেমিকে তেওঁলোকৰ পুৰণি যৌন সম্পৰ্কৰ ভিডিঅ’ অনলাইনত পোষ্ট কৰাৰ ভাবুকি দিয়ে। এনেদৰে ভাবুকি দিয়াৰ পিছতে ক্ষোভত যুৱতীগৰাকীয়ে খং কৰি প্ৰেমিকৰ লিংগ কাটি পেলায়।

আহত প্ৰেমিকৰ চিঞৰ শুনি হোটেলৰ কৰ্মচাৰীয়ে তেওঁক চিকিৎসালয়লৈ লৈ যায়। বৰ্তমান অত্যধিক ৰক্তক্ষৰণৰ বাবে তেওঁ আই চি ইউত আছে। জানিব পৰা মতে ইতিমধ্যে প্ৰেমিকাগৰাকীক গ্ৰেপ্তাৰ কৰিছে আৰক্ষীয়ে।

আৰক্ষী বিষয়া টাৰিনো ৰাজাৰাজাই কয় যে, অভিযুক্তৰ বক্তব্যৰ ভিত্তিত জানিব পৰা গৈছে যে তেওঁলোকৰ মাজত প্ৰায় ৭ মাহ ধৰি সম্পৰ্ক আছিল। হোটেলত উপস্থিত হোৱাৰ পিছত যুৱকজনে প্ৰেমিকাৰ সৈতে যৌন সম্পৰ্ক স্থাপনৰ ইচ্ছা প্ৰকাশ কৰে। পিছে প্ৰেমিকাই অস্বীকাৰ কৰাৰ পিছত তেওঁলোকৰ পুৰণি যৌন সম্পৰ্কৰ ভিডিঅ’ সামাজিক মাধ্যমত বিয়পাই দিয়াৰ ভাবুকি প্ৰদান কৰে প্ৰেমিকে।

হোটেলখনৰ কৰ্মী ইভি ৱাহিউনি ছিৰেগাৰে কয় যে এই কাণ্ডৰ আগলৈকে দম্পতীহালৰ কোঠাৰ পৰা কোনো ধৰণৰ শব্দ শুনা নাছিল।

Recent News

হিণ্ডেনবাৰ্গ ৰিচাৰ্ছৰ নতুন অভিযোগৰ মধ্যমনি ব্লক ইনকৰ্পোৰেটেডৰ বিত্তীয় মুৰব্বী অমৃতা আহুজা!

হিণ্ডেনবাৰ্গ ৰিচাৰ্ছৰ নতুন অভিযোগৰ মধ্যমনি ব্লক ইনকৰ্পোৰেটেডৰ বিত্তীয় মুৰব্বী অমৃতা আহুজা!

উত্তৰ-পূবৰ দুজন সাংবাদিকে লাভ কৰিলে সাংবাদিকতাৰ উৎকৃষ্টতাৰ পুৰস্কাৰ

উত্তৰ-পূবৰ দুজন সাংবাদিকে লাভ কৰিলে সাংবাদিকতাৰ উৎকৃষ্টতাৰ পুৰস্কাৰ

Rahul Gandhi

সাংসদ পদ হেৰুৱালে ৰাহুল গান্ধীয়ে: লোকসভাৰ সদস্য পদৰ বাবে অযোগ্য ঘোষণা

“শূৰ্পনাখা মন্তব্য!” পাঁচ বছৰৰ পিছত মোডীৰ বিৰুদ্ধে মানহানি গোচৰ কংগ্ৰেছ নেতা ৰেণুকা চৌধুৰীৰ

“শূৰ্পনাখা মন্তব্য!” পাঁচ বছৰৰ পিছত মোডীৰ বিৰুদ্ধে মানহানি গোচৰ কংগ্ৰেছ নেতা ৰেণুকা চৌধুৰীৰ

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd