• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Wednesday, September 23, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

‘ওপৰৰ হেঁচাৰ বাবেই চিছোদিয়াৰ ঘৰত চিবিআই-এ তালাচী চলাইছে’: অৰবিন্দ কেজৰিৱাল

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
August 19, 2022 4:54 pm
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

দিল্লীৰ উপ-মুখ্যমন্ত্ৰী তথা শিক্ষামন্ত্ৰী মনীষ চিছোদিয়াৰ ঘৰত চিবিআই-এ তালাচী চলোৱাৰ পিছতে আজি কেন্দ্ৰৰ বিৰুদ্ধে প্ৰতিবাদমুখৰ হৈ পৰে দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱাল। দিল্লীৰ উপ মুখ্যমন্ত্ৰী মনীষ চিছোদিয়াৰ ঘৰত কেন্দ্ৰীয় অনুসন্ধান ব্যুৰো চিবিআই-এ অভিযান চলোৱাৰ পিছতে কেজৰিৱালে চৰকাৰৰ সমালোচনাত মুখৰ হৈ পৰে। কেজৰিৱালে কয় যে চিবিআই-এ নিজৰ কাম কৰিছে৷ওপৰৰ পৰা অহা হেঁচাৰ বাবেই চিবিআই-এ চিছোদিয়াৰ ঘৰত তালাচী চলাইছে৷ চিছোদিয়াৰ ঘৰত এয়াই প্ৰথম তালাচী নহয়, ইয়াৰ পূৰ্বেও তিনিবাৰ তেওঁৰ ঘৰত তালাচী চলোৱা হৈছিল৷

আনকি কেজৰিৱালৰ ঘৰতো কেইবা বাৰো তালাচী চলোৱা হৈছিল বুলি মুখ্যমন্ত্ৰীগৰাকীয়ে কয়৷ অৰবিন্দ কেজৰিৱালে আজি আপৰ “ৰাষ্ট্ৰীয় অভিযান”ৰ বাবে এক “মিছকল” অভিযানো আৰম্ভ কৰে। চিবিআইয়ে ৰাষ্ট্ৰীয় ৰাজধানীত আপৰ আবকাৰী নীতিক লৈ অভিযান আৰম্ভ কৰাৰ কেইঘণ্টামানৰ পিছতে আপৰ মুৰব্বী কেজৰিৱালে আজি দেশৰ ১৩০ কোটি লোকক “ভাৰতক বিশ্বৰ আটাইতকৈ শক্তিশালী ৰাষ্ট্ৰ হিচাপে গঢ়ি তুলিবলৈ” আহ্বান জনায়। কেজৰিৱালে কয় “মই আজি এটা নম্বৰ মুকলি কৰিছো, এই নম্বৰটোত মিছকল দি শক্তিশালী ভাৰত গঢ়াত আপক সহায় কৰক৷ মিছকলৰ নম্বৰটো হৈছে নম্বৰ 9510001000। যিসকলে এই অভিযানত যোগদান কৰিব বিচাৰে, যিসকলে ভাৰতক বিশ্বৰ এক নম্বৰ ৰাষ্ট্ৰ, আটাইতকৈ শক্তিশালী ৰাষ্ট্ৰ হিচাপে চাব বিচাৰ তেওঁলোকক এই নম্বৰত মিছকল দিবলৈ কেজৰিৱালে আহ্বান জনায়৷

Apply Now

দিল্লীৰ মুখ্যমন্ত্ৰীগৰাকীয়ে কয়, “চিবিআইৰ অভিযানক লৈ আতংকিত হোৱাৰ কোনো প্ৰয়োজন নাই, তেওঁলোকক তেওঁলোকৰ কাম কৰিবলৈ দিয়ক। তেওঁলোকৰ আছে ওপৰৰ পৰা আমাক হাৰাশাস্তি কৰাৰ নিৰ্দেশ,”৷ কেজৰিৱালে এটা ভিডিঅ’ বাৰ্তা যোগে আজি জনতাক সম্বোধন কৰে৷কেন্দ্ৰীয় চৰকাৰে বিশ্বব্যাপী প্ৰশংসিত হোৱা ভাল কামৰ বাবে আপ নেতাসকলক লক্ষ্য কৰি লোৱা বুলিও তেওঁ অভিযোগ কৰে।

ভিডিঅ’ ভাষণৰ সময়ত দিল্লীৰ মুখ্যমন্ত্ৰীগৰাকীয়েয়ে দিল্লী চৰকাৰৰ শিক্ষা নীতিৰ ওপৰত নিউয়ৰ্ক টাইমছত প্ৰকাশিত বাতৰিৰ কথাও উল্লেখ কৰে।কেজৰিৱালে কয় ” আজি, মই আপোনালোকক কিছু ভাল খবৰ দিবলৈ ওলাইছো। এয়া এনে এক খবৰ যি খবৰে প্ৰতিজন ভাৰতীয়ক গৌৰৱান্বিত কৰিব। মই সকলোকে অভিনন্দন জনাব বিচাৰো। নিউয়ৰ্ক টাইমছ – আমেৰিকাৰ সৰ্বাধিক প্ৰচলিত বাতৰি কাকতত দিল্লীৰ শিক্ষা আৰ্হিৰ প্ৰতিবেদন প্ৰকাশ পাইছে। কাকত খনে দিল্লীৰ চৰকাৰী বিদ্যালয়সমূহত বিপ্লৱৰ কথা কৈছে,”৷

এক তেওঁ লগতে কয় যে যিদিনা চিছোদিয়াক “সৰ্বশ্ৰেষ্ঠ শিক্ষামন্ত্ৰী” হিচাবে ঘোষণা কৰা হৈছে সেইদিনাই চিবিআইয়ে তেওঁৰ ঘৰত তালাচী চলাইছে।

কেজৰিৱালে কয় যে দেশৰ বাবে গৌৰৱৰ বিষয় এয়াই যে বিশ্বৰ আটাইতকৈ শক্তিশালী দেশৰ আটাইতকৈ ডাঙৰ বাতৰি কাকত খনৰ প্ৰথম পৃষ্ঠাত মনীষ চিছোদিয়াৰ নাম উল্লেখ কৰা হৈছে, ষিক্ষাৰ ক্ষেত্ৰত কৰা তেওঁৰ কামক স্বীকৃতি দিয়া হৈছে৷

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

২৮ ছেপ্টেম্বৰৰ পৰা বেংক ধৰ্মঘট, গ্ৰাহকৰ সুবিধাৰ্থে এই দেওবাৰে খোলা থাকিব বেংক

২৮ ছেপ্টেম্বৰৰ পৰা বেংক ধৰ্মঘট, গ্ৰাহকৰ সুবিধাৰ্থে এই দেওবাৰে খোলা থাকিব বেংক

September 23, 2026 6:40 pm
বৰমা বজাৰৰ আক্ৰমণক লৈ নিৰ্বাচন আয়োগৰ কাষ চাপিল কংগ্ৰেছ, নগাঁৱৰ জিলা আয়ুক্তক অপসাৰণৰ দাবী

বৰমা বজাৰৰ আক্ৰমণক লৈ নিৰ্বাচন আয়োগৰ কাষ চাপিল কংগ্ৰেছ, নগাঁৱৰ জিলা আয়ুক্তক অপসাৰণৰ দাবী

September 23, 2026 5:32 pm
মেঘালয়ত বৃহৎ ৰাজনৈতিক পট পৰিৱৰ্তন! ইউডিপিৰ ৮ বিধায়কৰ বিজেপিত যোগদান

মেঘালয়ত বৃহৎ ৰাজনৈতিক পট পৰিৱৰ্তন! ইউডিপিৰ ৮ বিধায়কৰ বিজেপিত যোগদান

September 23, 2026 4:15 pm
ৰাষ্ট্ৰসংঘৰ মজিয়াত আমেৰিকা আৰু ইৰাণৰ প্ৰতিনিধিৰ মাজত আলোচনা: হৰমুজ প্ৰণালীত বিস্ফোৰণক লৈ তীব্ৰ চাঞ্চল্য

ৰাষ্ট্ৰসংঘৰ মজিয়াত আমেৰিকা আৰু ইৰাণৰ প্ৰতিনিধিৰ মাজত আলোচনা: হৰমুজ প্ৰণালীত বিস্ফোৰণক লৈ তীব্ৰ চাঞ্চল্য

September 23, 2026 2:49 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

২৮ ছেপ্টেম্বৰৰ পৰা বেংক ধৰ্মঘট, গ্ৰাহকৰ সুবিধাৰ্থে এই দেওবাৰে খোলা থাকিব বেংক

২৮ ছেপ্টেম্বৰৰ পৰা বেংক ধৰ্মঘট, গ্ৰাহকৰ সুবিধাৰ্থে এই দেওবাৰে খোলা থাকিব বেংক

September 23, 2026 6:40 pm
বৰমা বজাৰৰ আক্ৰমণক লৈ নিৰ্বাচন আয়োগৰ কাষ চাপিল কংগ্ৰেছ, নগাঁৱৰ জিলা আয়ুক্তক অপসাৰণৰ দাবী

বৰমা বজাৰৰ আক্ৰমণক লৈ নিৰ্বাচন আয়োগৰ কাষ চাপিল কংগ্ৰেছ, নগাঁৱৰ জিলা আয়ুক্তক অপসাৰণৰ দাবী

September 23, 2026 5:32 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd