• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Tuesday, January 19, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home Popular Stories

বিশ্বত ক’ৰ’নাত মৃত্যু সংখ্যাই অতিক্ৰম কৰিলে ৫০,০০০ সীমা; আক্ৰান্তৰ সংখ্যা ১,০০০,০০০ অতিক্ৰম

NE NOW NEWS এন ই নাও নিউজ
গুৱাহাটী , April 3, 2020 8:39 am

1 min read

coronavirus-death-1-700x375

প্ৰতিনিধিত্বমূলক চিত্ৰ

5.8k
VIEWS
Share on FacebookShare on Twitter

সমগ্ৰ বিশ্বজুৰি ক’ৰ’না ভাইৰাছে আতংকময় পৰিস্থিতিৰ সৃষ্টি কৰিছে।

বিগত বৰ্ষৰ ডিচেম্বৰ মাহত চীনত আৰম্ভ হোৱা ক’ৰ’না ভাইৰাছে সমগ্ৰ বিশ্বত সংক্ৰমিত কৰা লোকৰ সংখ্যাই ২ এপ্ৰিলত ১,০০০,০০০ অতিক্ৰম কৰিছে।

ইউৰোপত সংক্ৰমিত হোৱা লোকৰ সংখ্যাই ৫০০,০০০ অতিক্ৰম কৰাৰ লগতে বিশ্বত মুঠ ৫১,৪৮৫ লোকে ক’ৰ’না ভাইৰাছৰ ফলত মৃত্যু মুখত পৰিছে।

বৃহস্পতিবাৰে স্পেইনত ৯৫০ গৰাকী লোকৰ মৃত্যু হোৱাৰ ফলত দেশখনত মৃত্যু হোৱাৰ লোকৰ সংখ্য ১০,০০৩ গৰাকীলৈ বৃদ্ধি পায়।

আনহাতে, ভাৰততো বৰ্তমানলৈ ক’ৰ’নাত আক্ৰান্ত লোকৰ সংখ্যাই ২৫০০-ৰ সংখ্যা অতিক্ৰম কৰে লগতে মৃত্যু হোৱা লোকৰ সংখ্যা ৭২ গৰাকীলৈ বৃদ্ধি পায়।

ভাৰতত ইছলাম ধৰ্মীয় কিছু লোকে দিল্লীৰ নিজামুদ্দিনৰ মাৰ্কাজৰ তাবলিঘি জামাতত অংশলোৱাৰ পাছতে দেশত ক’ৰ’নাত আক্ৰান্ত হোৱা লোকৰ সংখ্যা ভয়াবহভাৱে বৃদ্ধি হোৱা পৰিলক্ষিত হৈছে।

দেশৰ গৃহ মন্ত্ৰ্যালয়ৰ তৰফৰ পৰা বৃহস্পতিবাৰে নিজামুদ্দিনৰ মাৰ্কাজৰ জামাতৰ লগত সম্পৰ্ক থকা মুঠ ৯,০০০ গৰাকী লোকক কোৱাৰিণ্টাইনৰ ব্যৱস্থা কৰিছে বুলি উল্লেখ কৰে।

তদুপৰি, বৃহস্পতিবাৰে প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে দেশৰ মুখ্য মন্ত্ৰী সকলৰ সৈতে হোৱা অনলাইন বৈঠকত টেষ্টিং, আইছ’লেশ্যন আৰু কোৱাৰিণ্টাইনক গুৰুত্ব অৰ্পন কৰিবলগীয়া বিষয় হিচাপে অভিহিত কৰে।

Recent News

Brindaban-A

তেজপুৰৰ বৃন্দাবন পৰিব নেকি ছন! : সাংসদ পল্লৱৰ ঘোষণাত উৎফুল্লিত তেজপুৰ বিজেপি

742522c4-f4a8-4aa2-b61a-4a14339e879d

‘২০২১ত কংগ্ৰেছৰ চৰকাৰ আহিলে নাৰী সুৰক্ষাৰ বাবে মহিলা আৰক্ষী বিগ্ৰেড সৃষ্টি কৰিম’ : মহিলা কংগ্ৰেছ

Arunachal

উপগ্ৰহীয় চিত্ৰত ধৰা পৰিছে : অৰুণাচল প্ৰদেশত গাঁও নিৰ্মাণ কৰিছে চীনে!

index.jpgaa

মাৰ্ঘেৰিটাত ধঁপাত, গুটখা জাতীয় সামগ্ৰী বন্ধৰ দাবীত প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ ‘আহোম সভা’ৰ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd