• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Saturday, October 10, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home দেশ

গ্ল’বেল নেচাৰ কনজাৰ্ভেচন ইনডেক্স ২০২৪ : ১৮০ খন দেশৰ ভিতৰত ভাৰতৰ স্থান কিমান?

এন ই নাও নিউজ by এন ই নাও নিউজ
October 31, 2024 9:35 pm
11
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

গ্ল’বেল নেচাৰ কনজাৰ্ভেচন ইনডেক্স ২০২৪ (global Nature conservation imdex 2024)ত ১৮০খন দেশৰ ভিতৰত ভাৰতৰ স্থান ১৭৬। বিশেষজ্ঞসকলৰ ভাষ্য অনুসৰি অনাগত ভৱিষ্যতৰ বাবে ই যথেষ্ট চিন্তনীয় বিষয়। এই তালিকাত ভাৰতে ১০০ পইণ্টৰ ভিতৰত ৪৫.৫ পইণ্ট লাভ কৰিছে।

বৃহস্পতিবাৰে প্ৰকাশ পাইছে বিশ্ব পৰিৱেশ সুৰক্ষা সূচাংক । ইজৰাইলৰ বেন-গুৰিয়ান ইউনিভাৰ্চিটি অৱ দ্য নেগেভৰ গোল্ডমেন ছনেনফেল্ড স্কুল অৱ ছাষ্টেনেবিলিটি এণ্ড ক্লাইমেট চেঞ্জ আৰু বায়’ডিবি নামৰ ৱেবছাইটটোৱে এই সূচকাংক প্ৰস্তুত কৰিছে।

Apply Now

সেই তালিকাত ভাৰতৰ পিছত আছে মাত্ৰ চাৰিখন দেশ – মাইক্ৰ’নেছিয়া (ৰেংক – ১৭৭), ইৰাক (১৭৮), তুৰস্ক (১৭৯) আৰু কিৰিবাটি (১৮০)। ভাৰতৰ আগত বাংলাদেশ (১৭৩), পাকিস্তান, ম্যানমাৰ, চীন (১৬৪) আদি চুবুৰীয়া দেশ। এই তালিকাখন মূল চাৰিটা মাত্ৰাৰ ওপৰত ভিত্তি কৰি তৈয়াৰ কৰা হৈছে।এই চাৰিটা মাপকাঠী হ’ল ভূমি ব্যৱস্থাপনা, জৈৱ বৈচিত্ৰ্যৰ প্ৰতি বিভিন্ন ভাবুকি, শাসন আৰু সামৰ্থ্য আৰু ভৱিষ্যত পৰিকল্পনা।

ভাৰত ইমান পিছ পৰি থকাৰ এটা কাৰণ হ’ল জৈৱ বৈচিত্ৰ্যৰ প্ৰতি অহৰহ ভাবুকি আৰু ভূমি সংৰক্ষণৰ ব্যৱস্থাৰ অভাৱ। দেখা গৈছে যে ভাৰতৰ ৫৩ শতাংশ মাটি নগৰ, উদ্যোগিক আৰু কৃষি কামত ব্যৱহাৰ কৰা হৈছে। ২০০১-২০১৯ চনৰ ভিতৰত ২৩,৩০০ বৰ্গ কিলোমিটাৰ এলেকাত বনাঞ্চল ধ্বংস হৈছিল। যিটো চিন্তনীয়। ভাৰতত জনসংখ্যা বৃদ্ধিৰ বাবে জৈৱ বৈচিত্ৰ্য ধ্বংস হৈ আছে।

ভাৰতৰ ৭.৫ শতাংশ ভূমি সুৰক্ষিত যদিও সামুদ্ৰিক খণ্ডত সুৰক্ষাৰ উন্নতিৰ প্রয়োজন আছে বুলিও প্রতিবেদনত উল্লেখ কৰা হৈছে৷ জলভাগৰ ৰাষ্ট্ৰীয় সীমা আৰু একচেটিয়া অৰ্থনৈতিক মণ্ডল (EEZ)ৰ মাত্ৰ ০.২ শতাংশহে সুৰক্ষিত।

মন কৰিবলগীয়া যে এই তালিকাৰ প্ৰথম দহখনৰ ভিতৰত ইউৰোপৰ ৭খন দেশ আছে। শীৰ্ষত আছে লাক্সেমবাৰ্গ (স্ক’ৰ ৭০.৮), দ্বিতীয় স্থানত ইষ্ট’নিয়া (৭০.৫), তৃতীয় স্থানত আছে ডেনমাৰ্ক (৬৯.৪), চতুৰ্থ স্থানত ফিনলেণ্ড (৬৬.৯), পঞ্চম স্থানত আছে যুক্তৰাজ্য (৬৬.৯), ষষ্ঠ স্থানত আছে আফ্ৰিকা মহাদেশ জিম্বাবুৱে (৬৫ .৯ ), অ’চেনিয়া মহাদেশ অষ্ট্ৰেলিয়া সপ্তম স্থান (৬৫.৮), ছুইজাৰলেণ্ড অষ্টম স্থান (৬৪.৭), ৰোমানিয়া নৱম স্থান (৬৪.৬) আৰু কোষ্টা ৰিকা দশম স্থান (৬৪.৪)। এই তালিকাত এছিয়াৰ এখন দেশৰ স্থান ভাল। ভাৰতৰ চুবুৰীয়া দেশ ভূটানে ১০০ পইণ্টৰ ভিতৰত ৬৩.১ পইণ্ট লাভ কৰি ১৫ নম্বৰ স্থানত আছে।

এন ই নাও নিউজ

এন ই নাও নিউজ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

১১ গৰাকী ছাত্ৰীক যৌন নিৰ্যাতনৰ অভিযোগত JNU-ৰ পৰা বৰ্খাস্ত মণিপুৰৰ সাংসদ-অধ্যাপকক

১১ গৰাকী ছাত্ৰীক যৌন নিৰ্যাতনৰ অভিযোগত JNU-ৰ পৰা বৰ্খাস্ত মণিপুৰৰ সাংসদ-অধ্যাপকক

October 10, 2026 2:48 pm
‘ভাৰত এতিয়া আৰু উপনিবেশ নহয়’, ষ্টাৰলিংক বিতৰ্কত ‘স্বাৰ্থপৰ’ ইলন মাস্কক এশিকনি কমল হাছানৰ

‘ভাৰত এতিয়া আৰু উপনিবেশ নহয়’, ষ্টাৰলিংক বিতৰ্কত ‘স্বাৰ্থপৰ’ ইলন মাস্কক এশিকনি কমল হাছানৰ

October 10, 2026 1:08 pm
দিল্লীত ভৰি থবলৈকে নিদিলে, আটক চিজেপিৰ শীৰ্ষ নেতা অভিজিৎ দীপকে, সৌৰভ দাস আৰু আশুতোষ ৰাংকা

দিল্লীত ভৰি থবলৈকে নিদিলে, আটক চিজেপিৰ শীৰ্ষ নেতা অভিজিৎ দীপকে, সৌৰভ দাস আৰু আশুতোষ ৰাংকা

October 10, 2026 12:23 pm
দিল্লীলৈ যোৱাৰ পথত আটক ইউটিউবাৰ ধ্ৰুৱ ৰাথী; চিজেপি নেত্ৰী ৰত্না সিঙকো আটক দিল্লী আৰক্ষীৰ

দিল্লীলৈ যোৱাৰ পথত আটক ইউটিউবাৰ ধ্ৰুৱ ৰাথী; চিজেপি নেত্ৰী ৰত্না সিঙকো আটক দিল্লী আৰক্ষীৰ

October 10, 2026 11:24 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

১১ গৰাকী ছাত্ৰীক যৌন নিৰ্যাতনৰ অভিযোগত JNU-ৰ পৰা বৰ্খাস্ত মণিপুৰৰ সাংসদ-অধ্যাপকক

১১ গৰাকী ছাত্ৰীক যৌন নিৰ্যাতনৰ অভিযোগত JNU-ৰ পৰা বৰ্খাস্ত মণিপুৰৰ সাংসদ-অধ্যাপকক

October 10, 2026 2:48 pm
‘ভাৰত এতিয়া আৰু উপনিবেশ নহয়’, ষ্টাৰলিংক বিতৰ্কত ‘স্বাৰ্থপৰ’ ইলন মাস্কক এশিকনি কমল হাছানৰ

‘ভাৰত এতিয়া আৰু উপনিবেশ নহয়’, ষ্টাৰলিংক বিতৰ্কত ‘স্বাৰ্থপৰ’ ইলন মাস্কক এশিকনি কমল হাছানৰ

October 10, 2026 1:08 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd