• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Wednesday, July 2, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

ছেনিটাইজেশ্যন অভিযান: গুৱাহাটীৰ প্ৰতিটো উপপথকে সামৰি ল’ব জিএমচিয়ে

এন ই নাও নিউজ by এন ই নাও নিউজ
March 31, 2020 11:41 am
Story-2-13-1140x570

প্ৰতিনিধিত্বমূলক আলোকচিত্ৰ

13.2k
VIEWS
Share on FacebookShare on Twitter

গুৱাহাটী মিউনিচিপাল কৰ্পোৰেশ্যন (জি এম চি)য়ে মহানগৰীৰ উপপথকে ইয়াৰ ছেনিটাইজেশ্যন কাৰ্যসূচীৰ অধীনত সামৰি লোৱাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে।

যোৱা ২৪ মাৰ্চৰ পৰা আৰম্ভ কৰা ছেনিটাইজেশ্যন অভিযানৰ অধীনত উপপথসমূহকো সামৰি লোৱাৰ বাবে নাগৰিকসকলৰ পৰা অহা ধাৰাবাহিক দাবীৰ পৰিপ্ৰেক্ষিতত এই সিদ্ধান্ত গ্ৰহণ কৰা হয়।

‘’এই সময়ছোৱাত পৌৰনিগমে তেওঁলোকৰ অঞ্চলসমূহ ছেনিটাইজেশ্যন কৰাৰ বাবে ৰাইজৰ পৰা বিপুল দাবী লাভ কৰিছে,’’- সোমবাৰে জি এম চিৰ এগৰাকী বিষয়াই কয়।

‘’জি এম চিয়ে এই দাবী পূৰণ কৰাৰ বাবে চেষ্টা কৰিব আৰু আমাৰ আওতাৰ ভিতৰত পৰা সম্ভাৱ্য সৰ্বাধিক অঞ্চল সামৰি লোৱা হ’ব,’’-বিষয়াগৰাকীয়ে লগতে কয়।

জিএমচিৰ সূত্ৰি জানিবলৈ দিয়ে যে যদিওৱা আগতে কৰ্মী আৰু কাৰিকৰী অভাৱৰ বাবে উপপথসমূহ সামৰি লোৱাৰ পৰিকল্পনা নাছিল, বিভিন্ন স্থানৰ পৰা অহা ব্যাপক অনুৰোধৰ পাছত তেওঁলোকে উপপথসমূহকো সামৰি লোৱাৰ সিদ্ধান্ত গ্ৰহণ কৰে।

ছেনিটাইজেশ্যন অভিযানৰ প্ৰথম পৰ্যায় দেওবাৰে অন্ত পৰাৰ পাছত সোমবাৰে দ্বিতীয় পৰ্যায়ৰ অভিযান আৰম্ভ কৰা হয়।

মহানগৰীত ছেনিটাইজেশ্যন অভিযান চলোৱাৰ বাবে জিএমচিয়ে ষ্টেট ফায়াৰ এণ্ড ইমাৰজেন্সী চাৰ্ভিছৰ সহযোগিতা গ্ৰহণ কৰিছে।

ছেনিটাইজেশ্যন অভিযানৰ দ্বিতীয় পৰ্যায়ত জিএমচিয়ে মহানগৰীৰ অধিকাংশ অঞ্চল সামৰি লোৱাৰ লক্ষ্য গ্ৰহণ কৰিছে।

Recent News

গুৱাহাটীৰ বন্ধ কোঠাত উদ্ধাৰ মহিলাৰ মৃতদেহ, হত্যাৰ সন্দেহ

গুৱাহাটীৰ বন্ধ কোঠাত উদ্ধাৰ মহিলাৰ মৃতদেহ, হত্যাৰ সন্দেহ

মুম্বাইত আশ্চৰ্যকৰ ঘটনাঃ এবছৰ ধৰি ১৬ বছৰীয়া ছাত্ৰক পঞ্চতাৰকাযুক্ত হোটেললৈ নি ধৰ্ষণ শিক্ষয়িত্ৰীৰ

মুম্বাইত আশ্চৰ্যকৰ ঘটনাঃ এবছৰ ধৰি ১৬ বছৰীয়া ছাত্ৰক পঞ্চতাৰকাযুক্ত হোটেললৈ নি ধৰ্ষণ শিক্ষয়িত্ৰীৰ

গুৱাহাটীৰ পানীযোগান সমস্যা সমাধানৰ দাবীত ধৰ্ণা কাৰ্যসূচী পালন নাগৰিক ঐক্য মঞ্চৰ

গুৱাহাটীৰ পানীযোগান সমস্যা সমাধানৰ দাবীত ধৰ্ণা কাৰ্যসূচী পালন নাগৰিক ঐক্য মঞ্চৰ

বৰ্ধিত অকাল মৃত্যুৰ বাবে দায়ী নেকি ক’ভিড ভেকচিন? কি উন্মোচিত হ’ল গৱেষণা কেন্দ্ৰ আইচিএমআৰ আৰু এইমছৰ যৌথ প্ৰতিবেদনত…

বৰ্ধিত অকাল মৃত্যুৰ বাবে দায়ী নেকি ক’ভিড ভেকচিন? কি উন্মোচিত হ’ল গৱেষণা কেন্দ্ৰ আইচিএমআৰ আৰু এইমছৰ যৌথ প্ৰতিবেদনত…

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd