• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Saturday, September 19, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home ক্ৰীড়া

‘৩৫ নট আউট’: ৩৫ টা বসন্ত গৰকিলে ফুটবলৰ যাদুকৰে

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
June 24, 2022 5:58 pm
Leo Messi Birthday
5
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

খেলপথাৰত ২২ জন খেলুৱৈ। সকলোৰে দৃষ্টি নিবদ্ধ এগৰাকী খেলুৱৈৰ ওপৰত। নিপুণ ক্ৰীড়াশৈলীৰ অভিনৱ প্ৰদৰ্শনেৰে বিপক্ষৰ খেলুৱৈৰ মাজেৰে আগলৈ বল ঠেলি আগুৱাই গৈছে এই বিশেষ খেলুৱৈগৰাকী। তাৰ পিছতে ‘মেজিকেল লেফ্ট ফুটে’ৰে নেটলৈ লক্ষ্য কৰি নান্দনিকভাৱে ঠেলি দিছে বল। তাৰ পিছতে চাৰিওফালে হৰ্ষোল্লাস! — ফুটবলৰ এই চিনাকি দৃশ্যৰ চমৎকাৰী নায়কজনৰ নাম লিঅ’নেল মেছি। মাত্ৰ ১১ বছৰ বয়সতে Growth Hormone Deficiency ৰোগত ভুগিও ন উদ্যমেৰে বিশ্ব ফুটবলৰ সৰ্বশ্ৰেষ্ঠ তাৰকা হিচাপে প্ৰতিষ্ঠিত হৈ পৰা আৰ্জেণ্টিনাৰ এই মহান ফুটবলাৰগৰাকীয়ে গৰকিলে জীৱনৰ ৩৫ টা বসন্ত। বিশ্বৰ অগনণ ফুটবল অনুৰাগী, প্ৰাক্তন ফুটবলাৰ আৰু ফুটবল বিশেষজ্ঞৰ ভাষাত ‘এলিয়েন’ ‘G.O.A.T’ খ্যাত মেছিয়ে ৩৫ বছৰৰ পিছতো মোহাচ্ছন্ন কৰি ৰাখিছে ফুটবল প্ৰেমী সকলক।

জীৱনৰ ৩৪ টা বসন্ত অতিক্ৰমি ৩৫ ত ভৰি দিয়া ফুটবল তাৰকাগৰাকীৰ কেইটামান বিশেষ মুহূৰ্তৰ ছবি-

Apply Now

 

শিশু কালত মেছি

 

শৈশৱতে উন্মেষ ঘটিছিল সেই বিশেষ প্ৰতিভাৰ

 

নেৱেলছ্ অল্ড বয়জ ক্লাৱত অংকুৰিত হৈছিল ভৱিষ্যতৰ এক সোণালী ইতিহাসৰ

 

বাৰ্চিলোনাৰ জুনিয়ৰ ক্লাৱৰ হৈ অনুশীলনৰত মেছি

 

এক স্বৰ্ণিল ইতিহাসৰ বীজ ৰোপন: বাৰ্চিলোনাৰ মূল দলৰ হৈ অভিষেক

 

বাৰ্চিলোনাৰ জাৰ্চীৰে প্ৰথমটো গল

 

আৰ্জেণ্টাইন ফুটবলৰ নৱজাগৰণৰ প্ৰাথমিক ক্ষণ: ৰাষ্ট্ৰীয় দলৰ হৈ অভিষেক

 

আৰ্জেণ্টিনাৰ হৈ প্ৰথমটো গল স্ক’ৰ কৰাৰ পিছত

 

প্ৰথমবাৰৰ বাবে ‘নম্বৰ ১০’ জাৰ্চীত

 

কেৰিয়াৰৰ প্ৰথমটো উৱেফা চেম্পিয়নছ্ লীগ খিতাপ জয়ৰ পাছত

 

কেৰিয়াৰৰ প্ৰথমটো বেল’ন ডি অ’ৰ সন্মান

 

২০১৪ ৰ ব্ৰাজিল বিশ্বকাপৰ ফাইনেলত জাৰ্মানীৰ বিৰুদ্ধে পৰাস্ত হৈ শোকত ভাগি পৰা মেছি

 

অপেক্ষাৰ অৱসান: প্ৰথমটো আন্ত: ৰাষ্ট্ৰীয় খিতাপত আকাংক্ষিত চুম্বন

 

বাৰ্চিলোনাৰ জাৰ্চী পৰিধান কৰি অন্তিম মেচত ভাগ লৈ আবেগ বিহ্বল হৈ পৰাৰ মুহূৰ্তত

 

ফৰাচী ক্লাৱ পেৰিছ ছেইন্ট জাৰ্মেইনৰ সৈতে চুক্তিবদ্ধ হোৱাৰ পিছত

 

সাতটাকৈ বেল’ন ডি অ’ৰ সন্মান লাভেৰে অনবদ্য খ্যাতি

 

পৰিয়ালৰ সৈতে এক সুখকৰ মুহূৰ্তত

 

কেতিয়া পূৰণ হ’ব এই দুৰ্বাৰ স্বপ্ন!

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

উত্তৰ-পূৰ্বাঞ্চলত প্ৰকৃতিৰ ভয়ংকৰ তাণ্ডৱ: ৫২ বছৰৰ গৱেষণাত পোহৰলৈ আহিল জলবায়ু পৰিৱৰ্তনৰ উদ্বেগজনক ‎তথ্য

উত্তৰ-পূৰ্বাঞ্চলত প্ৰকৃতিৰ ভয়ংকৰ তাণ্ডৱ: ৫২ বছৰৰ গৱেষণাত পোহৰলৈ আহিল জলবায়ু পৰিৱৰ্তনৰ উদ্বেগজনক ‎তথ্য

September 18, 2026 9:11 pm
গোলাঘাটস্থিত বন্ধ শীতলীকৰণ ভঁৰালৰ সমুখত চাকি জ্বলাই চৰকাৰৰ দৃষ্টি আকৰ্ষণৰ অভিনৱ প্ৰতিবাদ কৃষক ‎মুক্তিৰ

গোলাঘাটস্থিত বন্ধ শীতলীকৰণ ভঁৰালৰ সমুখত চাকি জ্বলাই চৰকাৰৰ দৃষ্টি আকৰ্ষণৰ অভিনৱ প্ৰতিবাদ কৃষক ‎মুক্তিৰ

September 18, 2026 8:42 pm
‘খাইছে, খাবলৈ দিছে, খুৱাইছেও’ : পেমা খান্দুক লৈ মোদীক থকা-সৰকা কংগ্ৰেছৰ

‘খাইছে, খাবলৈ দিছে, খুৱাইছেও’ : পেমা খান্দুক লৈ মোদীক থকা-সৰকা কংগ্ৰেছৰ

September 18, 2026 7:11 pm
বেচৰকাৰী বিশ্ববিদ্যালয় ব্যৱসায়ৰ কেন্দ্ৰ নহয়, শিক্ষা আৰু জনসেৱাৰ প্ৰতিষ্ঠান হ’ব লাগিব : উচ্চতম ন্যায়ালয়

বেচৰকাৰী বিশ্ববিদ্যালয় ব্যৱসায়ৰ কেন্দ্ৰ নহয়, শিক্ষা আৰু জনসেৱাৰ প্ৰতিষ্ঠান হ’ব লাগিব : উচ্চতম ন্যায়ালয়

September 18, 2026 6:00 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

উত্তৰ-পূৰ্বাঞ্চলত প্ৰকৃতিৰ ভয়ংকৰ তাণ্ডৱ: ৫২ বছৰৰ গৱেষণাত পোহৰলৈ আহিল জলবায়ু পৰিৱৰ্তনৰ উদ্বেগজনক ‎তথ্য

উত্তৰ-পূৰ্বাঞ্চলত প্ৰকৃতিৰ ভয়ংকৰ তাণ্ডৱ: ৫২ বছৰৰ গৱেষণাত পোহৰলৈ আহিল জলবায়ু পৰিৱৰ্তনৰ উদ্বেগজনক ‎তথ্য

September 18, 2026 9:11 pm
গোলাঘাটস্থিত বন্ধ শীতলীকৰণ ভঁৰালৰ সমুখত চাকি জ্বলাই চৰকাৰৰ দৃষ্টি আকৰ্ষণৰ অভিনৱ প্ৰতিবাদ কৃষক ‎মুক্তিৰ

গোলাঘাটস্থিত বন্ধ শীতলীকৰণ ভঁৰালৰ সমুখত চাকি জ্বলাই চৰকাৰৰ দৃষ্টি আকৰ্ষণৰ অভিনৱ প্ৰতিবাদ কৃষক ‎মুক্তিৰ

September 18, 2026 8:42 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd