• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Sunday, January 17, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

বিহুটিক আদৰাৰ প্ৰস্তুতি : গোলাঘাট আঞ্চলিক ছাত্র সন্থাৰ উদ্যোগত বিহু কৰ্মশালাৰ আয়োজন

NE NOW NEWS ৰিতুপল্লৱ শইকীয়া
গোলাঘাট , March 31, 2019 6:44 am

1 min read

IMG-20190331-WA0000

গোলাঘাট জিলা ছাত্ৰ সন্থাৰ উদ্যোগত আয়োজিত বিহু কৰ্মশালা। ফটো : নৰ্থইষ্ট নাও

244
VIEWS
Share on FacebookShare on Twitter

অসমীয়াৰ অতি হেঁপাহৰ ৰঙালী বিহুটি আহি পদূলিমুখত উপস্থিত হোৱাৰ প্ৰাক্ক্ষণত বিহুটিক আদৰাৰ প্ৰস্তুতি ইতিমধ্যে আৰম্ভ হৈছে। নতুন প্ৰজন্মৰ বাবে ৰঙালী বিহুটিৰ পৰম্পৰাগত শৈলী আৰু স্বকীয় মৰ্যাদা সম্পৰ্কে সজাগ কৰি তোলাৰ উদ্দেশ্যে বিভিন্ন প্ৰশিক্ষণ,কৰ্মশালা আদিৰো আয়োজন কৰা হৈছে।

বিগত বৰ্ষৰ দৰে এইবাৰো সদৌ গোলাঘাট জিলা ছাত্র সন্থাৰ খেলপথাৰত বিহু কৰ্মশালাৰ আয়োজন কৰিছে গোলাঘাট আঞ্চলিক ছাত্র সন্থাই। যোৱা ২৬মাৰ্চৰ পৰা আৰম্ভ হোৱা বিহু কৰ্মশালাত প্রায় ৬০০ তকৈয়ো অধিক বিহু নাচনী আৰু ২০০ ৰো অধিক ঢুলীয়াই প্ৰশিক্ষণ গ্ৰহণ কৰিছে।

গোলাঘাট আঞ্চলিক ছাত্র সন্থাৰ সভাপতি অংশুমান বৰুৱা আৰু সাধাৰণ সম্পাদক বিশ্বজিত গগৈয়ে কয় যে বিহু অসমৰ জাতীয় উৎসৱ আৰু নতুন প্ৰজন্মক বিহুৰ সৈতে পৰিচয় দিয়া উদ্দেশ্য এই বিহু কৰ্মশালা আয়োজন কৰা হৈছে।

অহা ৭ এপ্ৰিলত অনুঠিত হ’বলগীয়া সামৰণি অনুষ্ঠানত সদৌ অসম ছাত্ৰ সন্থাৰ সাধাৰণ সম্পাদক লুৰীন জ্যোতি গগৈ মুখ্য অতিথি হিচাপে উপস্থিত থাকিব।

আনহাতে,সন্ধিয়া অনুঠিত হ’বলগীয়া সাংস্কৃতিক অনুষ্ঠানত অসমৰ জনপ্ৰিয় কণ্ঠশিল্পী বিপুল চেতিয়া ফুকন আৰু দিপু দীক্ষিতে গীত পৰিবেশন কৰিব।

Recent News

বিজেপি-কংগ্ৰেছলৈ প্ৰত্যাহ্বান! : লুৰীণৰ ঘোষণা ‘ৰাইজৰ দলৰে মিত্ৰতা হ’বই’

বিজেপি-কংগ্ৰেছলৈ প্ৰত্যাহ্বান! : লুৰীণৰ ঘোষণা ‘ৰাইজৰ দলৰে মিত্ৰতা হ’বই’

Image_1610887061085~2

বোকাখাতত শিল্পী দিৱস : কেঞ্চাৰেৰে যুঁজি থকা আশী উৰ্দ্ধৰ অৱহেলিত শিল্পীক সম্বৰ্ধনা

a modi

টীয়কত অনিৰ্বাণ সাংস্কৃতিক গোষ্ঠীৰ উদ্যোগত শিল্পী দিৱস উদযাপন

FB_IMG_1610885972644

বিধায়ক ভাস্কৰ শৰ্মাৰ বিৰুদ্ধে সোচ্চাৰ তিনিচুকীয়াৰ ছাত্ৰ মুক্তিৰ নেতা উমানন্দ মুদৈ মৰাণ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd