DMCA.com Protection Status
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Monday, May 16, 2022
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

এন আৰ চি প্ৰক্ৰিয়াত অসন্তুষ্টি প্ৰকাশ কৰি গোলাঘাট আমছুৰ কেন্দ্ৰীয় গৃহ সচিবলৈ স্মাৰকপত্ৰ

ৰিতুপল্লৱ শইকীয়া by ৰিতুপল্লৱ শইকীয়া
August 9, 2019 9:51 pm
উৎকোচ হিচাপে ধন বিচৰা চাৰিজন এন আৰ চিৰ বিষয়াক গ্ৰেপ্তাৰ, জে’ললৈ প্ৰেৰণ

এন আৰ চি সেৱা কেন্দ্ৰ। ফাইল ফটো

299
VIEWS
Share on FacebookShare on Twitter

গোলাঘাট জিলা সংখ্যালঘু ছাত্ৰ য়ুনিয়নে আজি এন আৰ চি প্ৰক্ৰিয়াত অসন্তুষ্টি প্ৰকাশ কৰি কেন্দ্ৰীয় গৃহ সচিবলৈ এক স্মাৰক পত্ৰ প্ৰেৰণ কৰে।

এন আৰ চিৰ চূড়ান্ত খচৰা প্ৰকাশৰ দিন চমু চপি অহাৰ লগে লগে শুনানি গ্ৰহণ গ্ৰহণ ক্ষিপ্ৰতৰ কৰি তোলাৰ ফলত জনসাধাৰণ ব্যাপক সমস্যাৰ সন্মুখীন হোৱা বুলি সংগঠনটোৱে উল্লেখ কৰি গৃহ সচিবৰ ওচৰত কেতবোৰ দাবী উত্থাপন কৰিছে।

সেই অনুসৰি জনসাধাৰণৰ সুবিধাৰ প্ৰতি লক্ষ্য ৰাখি এন আৰ চি কৰ্তৃপক্ষক ব্যক্তিসকলৰ নিজ জিলা বা কাষৰীয়া জিলাত শুনানিৰ ব্যৱস্থা গ্ৰহণৰ নিৰ্দেশ দিয়া, শুনানিত উপস্থিতিৰ বাবে ন্যূনতম একসপ্তাহৰ সময়সীমা প্ৰদান কৰি জাননী জাৰি কৰাকে ধৰি আৰু কেইবাটাও দাবী সংগঠনটোৱে উত্থাপন কৰিছে।

তাৰোপৰি সংগঠনটোৱে উচ্চতম ন্যায়ালয়ত দাখিল কৰা গুৰুত্বপূৰ্ণ তথ্য ফাদিল হোৱা বিষয় সন্দৰ্ভত এক তদন্তৰ নিৰ্দেশ দিয়া, যিসকল ব্যক্তি এন আৰ চি শুনানিৰ বাবে যোৱাৰ পথত দুৰ্ঘটনাগ্ৰস্ত হৈছে তথা মৃত্যুৰ মুখত পৰিছে তেওঁলোকৰ পৰিয়ালক ৫ লাখ আৰু ১০ লাখ টকাৰ ক্ষতিপূৰণ প্ৰদানৰ বাবে দাবী উত্থাপন কৰিছে।

সংগঠনটোৰ গোলাঘাট জিলা সমিতিৰ তৰফৰ পৰা সভাপতি ইচাদ হুছেইন আৰু সম্পাদক ইৰফান আহমেদে জিলা উপায়ুক্তৰ জৰিয়তে গৃহ সচিবলৈ উক্ত স্মাৰকপত্ৰ প্ৰেৰণ কৰে।

সমিতিখনে লগতে সাতটা দাবী সম্বলিত স্মাৰকপত্ৰৰ প্ৰতিলিপি ভাৰত চৰকাৰৰ পঞ্জীয়ক, ৰাজ্য চৰকাৰৰ মুখ্য সচিব আৰু এন আৰ চিৰ ৰাজ্যিক সমন্বয়ক প্ৰতীক হাজেলালৈও প্ৰেৰণ কৰে।

Recent News

বানে খহাই নিলে মঙলদৈ ভুটিয়াচাং পথৰ এটা অংশ, যাতায়াত বিঘ্নিত হৈ পৰাৰ আশংকা

বানে খহাই নিলে মঙলদৈ ভুটিয়াচাং পথৰ এটা অংশ, যাতায়াত বিঘ্নিত হৈ পৰাৰ আশংকা

reservation in india

প্ৰতিনিধিত্বমূলক অংশগ্ৰহণৰ সুযোগেই “সংৰক্ষণ”

teen kills one-year-old girl

জিঘাংসু প্ৰতিশোধ: এটা চৰৰ প্ৰতিশোধ ল’বলৈয়ে এবছৰীয়া কন্যা শিশুক পানীত পেলাই হত্যা

ৰাজ্যৰ ৫০ৰো অধিক স্থানত ভূমিস্খলন:বৰাক উপত্যকাকে ধৰি ত্ৰিপুৰা, মিজোৰামত তীব্ৰ খাদ্য সংকটৰ আশংকা

ৰাজ্যৰ ৫০ৰো অধিক স্থানত ভূমিস্খলন:বৰাক উপত্যকাকে ধৰি ত্ৰিপুৰা, মিজোৰামত তীব্ৰ খাদ্য সংকটৰ আশংকা

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd