• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Wednesday, September 2, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

গোলাঘাট কেন্দ্ৰীয় ৰঙালী বিহু সন্মিলন আৰম্ভ; সাংস্কৃতিক শোভাযাত্ৰাত মুগ্ধ ৰাইজ

ঋতুপল্লব শইকীয়া by ঋতুপল্লব শইকীয়া
April 30, 2019 7:51 pm
5
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

সেমেকা বতৰৰ মাজতে আজিৰ পৰা আৰম্ভ হৈছে ৫৮ সংখ্যক গোলাঘাট কেন্দ্ৰীয় ৰঙালী বিহু সন্মিলন। গোলাঘাটবাসী ৰাইজ আৰু বিভিন্ন দল-সংগঠনে একত্ৰিতভাবে তিনিদিনীয়া কাৰ্যসূচীৰে ৰাজহুৱা খেলপথাৰত আয়োজন কৰা সন্মিলনৰ পুৱা পতাকা উত্তোলন কৰে সভাপতি ৰোহিত গগৈয়ে।

পুৱা দহ বজাত জ্যেষ্ঠ সাংবাদিক দ্বিপেন দত্তই যতীন্দ্ৰনাথ শইকীয়া সোঁৱৰণী মঞ্চ আৰু মণ্ডপ মুকলি কৰাৰ পিছত দুপৰীয়া সন্মিলনৰ অন্যতম আকৰ্ষণ বাৰেৰহনীয়া সংস্কৃতিক শোভাযাত্ৰা উলিওৱা হয়।

Apply Now

ৰাজহুৱা খেলপথাৰৰ পৰা আৰম্ভ হৈ নগৰ পৰিভ্ৰমণ কৰা তথা বিভিন্ন জাতি-জনগোষ্ঠীৰ বৰ্ণিল সমাহাৰ উক্ত শোভাযাত্ৰাত ঢোল-পেঁপা, গগনাৰ লগতে ঐনিতম, ঝুমুৰ, জেং বিহুৰ পৰা জাতিৰ পিতা মহাত্মা গান্ধীৰ দাণ্ডী যাত্ৰা, হৰিহৰ যুদ্ধলৈকে বিভিন্ন কলা-কৃষ্টিৰ প্ৰদৰ্শনে ৰাইজক মুগ্ধ কৰি তোলে।

প্ৰতিযোগিতামূলকভাবে আয়োজন কৰা উক্ত শোভাযাত্ৰাৰ শ্ৰেষ্ঠ দলক এইবাৰ চিন্ময় ৰঞ্জন দত্ত সোঁৱৰণি বঁটা প্ৰদান কৰা হয়।

গোলাঘাট আঞ্চলিক ছাত্ৰ সন্থাৰ সংস্কৃতিক দল আৰু ডুবিগাঁও ব্ৰহ্মপুত্ৰৰ মিচিং হুঁচৰি দলে যুটীয়াভাবে শ্ৰেষ্ঠ বঁটা লাভ কৰাৰ বিপৰীতে পছোৱা সংস্কৃতিক গোষ্ঠী ফৰকাটিং আৰু উৰনপক্ষী ভৱন আঠখেলীয়াই দ্বিতীয় আৰু মাইহাং নাবাৰুণ বিহু দল আৰু কঁঠালগুৰি ৰাংঢালী মহিলা কৃষ্টি দল বেঙেনাখোৱাই তৃতীয় পুৰস্কাৰ লাভ কৰে। আনহাতে হামদৈপুল সমন্বয় মঞ্চৰ জেং বিহু আৰু ৰাংঢালী জেং বিহু দল শালিকীহাটক যুটীয়াভাবে উদগনিমূলক বঁটা আগবঢ়োৱা হয়।

বিয়লি ৪ বজাৰ পৰা প্ৰতিযোগিতাসমূহ আৰম্ভ হয়। প্ৰতিযোগিতাৰ উদ্বোধন কৰে চলচ্চিত্ৰ পৰিচালক দীনেশ গগৈয়ে। আজি আছে সৰু বিহুৱতী আৰু হুঁচৰি প্ৰতিযোগিতা। কাইলৈ দিনৰ ভাগত কণী যুজঁ, জেং বিহু  প্ৰতিযোগিতা অনুষ্ঠিত হ’ব। বিয়লি ৫ বজাত স্বৰ্ণলতা শইকীয়া সোঁৱৰণি সংস্কৃতিক অনুষ্ঠান আৰু নিশা ৮ বজাৰ পৰা মেজাঙ্কৰীখ্যাত বৰ বিহুৱতী প্ৰতিযোগিতা অনুষ্ঠিত হ’ব।

ঋতুপল্লব শইকীয়া

ঋতুপল্লব শইকীয়া

Stay Connected

  • 117k Fans

Recent News

 এতিয়াও বানৰ কবলত কেইবাখনো জিলা : ৩০ হাজাৰৰো অধিক লোক এতিয়াও আক্ৰান্ত

 এতিয়াও বানৰ কবলত কেইবাখনো জিলা : ৩০ হাজাৰৰো অধিক লোক এতিয়াও আক্ৰান্ত

September 2, 2026 6:09 pm
তিনিদিনীয়াকৈ অনুষ্ঠিত হ’ব জুবিন গাৰ্গৰ প্ৰথম মৃত্যুবাৰ্ষিকী : ১৭ ছেপ্টেম্বৰত পালন হ’ব ‘জুবিন দিৱস’

তিনিদিনীয়াকৈ অনুষ্ঠিত হ’ব জুবিন গাৰ্গৰ প্ৰথম মৃত্যুবাৰ্ষিকী : ১৭ ছেপ্টেম্বৰত পালন হ’ব ‘জুবিন দিৱস’

September 2, 2026 5:09 pm
তামিলনাডুৰ ৫২টা মন্দিৰত স্মাৰ্টফোন ব্যৱহাৰত নিষেধাজ্ঞা : কিন্তু কিয়?

তামিলনাডুৰ ৫২টা মন্দিৰত স্মাৰ্টফোন ব্যৱহাৰত নিষেধাজ্ঞা : কিন্তু কিয়?

September 2, 2026 4:09 pm
ভুলতো নাখাব বানত উটি অহা মাছ : বৰ্ন্যাতক সতৰ্কবাণী প্ৰশাসনৰ

ভুলতো নাখাব বানত উটি অহা মাছ : বৰ্ন্যাতক সতৰ্কবাণী প্ৰশাসনৰ

September 2, 2026 3:18 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

 এতিয়াও বানৰ কবলত কেইবাখনো জিলা : ৩০ হাজাৰৰো অধিক লোক এতিয়াও আক্ৰান্ত

 এতিয়াও বানৰ কবলত কেইবাখনো জিলা : ৩০ হাজাৰৰো অধিক লোক এতিয়াও আক্ৰান্ত

September 2, 2026 6:09 pm
তিনিদিনীয়াকৈ অনুষ্ঠিত হ’ব জুবিন গাৰ্গৰ প্ৰথম মৃত্যুবাৰ্ষিকী : ১৭ ছেপ্টেম্বৰত পালন হ’ব ‘জুবিন দিৱস’

তিনিদিনীয়াকৈ অনুষ্ঠিত হ’ব জুবিন গাৰ্গৰ প্ৰথম মৃত্যুবাৰ্ষিকী : ১৭ ছেপ্টেম্বৰত পালন হ’ব ‘জুবিন দিৱস’

September 2, 2026 5:09 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd