• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Friday, September 18, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

পৌৰ সভাৰ অধীনৰ কৰ আদায় নিদিয়া লোকৰ বিৰুদ্ধে কঠোৰ গোলাঘাট জিলা প্ৰশাসন

বাৰে বাৰে জাননী পোৱাৰ পাছতো কৰ আদায় নিদিয়া ব্যৱসায়ীৰ বাতিল কৰা হ'ব অনুজ্ঞাপত্ৰ, বাজেয়াপ্ত কৰা হ'ব সম্পত্তি

মীনাক্ষী ফুকন by মীনাক্ষী ফুকন
June 3, 2021 8:10 am
IMG-20210602-WA0054

ফটো: নৰ্থইষ্ট নাও।

2
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

গোলাঘাট জিলাৰ উপায়ুক্ত মানৱেন্দ্ৰ প্ৰতাপ সিঙে বুধবাৰে গোলাঘাট পৌৰ সভাৰ কাৰ্যালয়ত পৌৰ সভাৰ কাম-কাজৰ পৰ্যালোচনা কৰে।

তেওঁ সভাৰ ৰাজহ সংগ্ৰহৰ পৰিমাণ ক্ৰমাৎ নিম্নগামী হোৱাৰ বিষয়টোত উদ্বিগ্নতা প্ৰকাশ কৰি কয় যে পৌৰ সভা এটা স্বতন্ত্ৰ সংস্থা। সেয়েহে চৰকাৰী পুঁজিলৈ বাট চাই নাথাকি কৰ সংগ্ৰহ ব্যৱস্থাটোক অধিক সক্ৰিয় কৰিব লাগিব{

Apply Now

তেওঁ পৌৰ সভাৰ পৰা জাননী লাভ কৰাৰ পাছতো কৰ আদায় নিদিয়া লোকসকলৰ নাম ৰাজহুৱা কৰিবলৈ নিৰ্দেশ দিয়ে।

তেওঁ কয় যে প্ৰয়োজন হ’লে অত্যধিক পৰিমাণৰ কৰ আদায় নিদিয়াকৈ থকা লোকৰ নাম বাতৰি কাকতত বিজ্ঞাপন আকাৰে প্ৰকাশ কৰিব লাগিব।

ইতিমধ্যে জাননী পোৱাৰ পাছতো কৰ দিবলৈ বাকী থকা লোকসকলৰ নাম জাননী ব’ৰ্ডত লিখি কাৰ্যালয় চৌহদত আঁৰি থ’বলৈ তেওঁ নিৰ্দেশ দিয়ে।

তেওঁ ক’ভিড পৰিস্থিতি কিছু নিয়ন্ত্ৰণলৈ অহাৰ পাছত অহা জুলাই মাহৰ পৰা কৰ আদায় নিদিয়া ব্যৱসায়ী আৰু অন্য লোকসকলৰ বিৰুদ্ধে জাননী জাৰি কৰিবলৈ নিৰ্দেশ দিয়ে।

আনহাতে,  ইতিমধ্যে ছীল কৰি থোৱা দোকান বা ব্যৱসায় প্রতিষ্ঠানসমূহ অতি শীঘ্ৰে নিলাম কৰি অন্য লোকৰ নামত আৱন্টন দিবলৈ উপায়ুক্তগৰাকীয়ে নিৰ্দেশ দিয়ে।

যিসকল ব্যৱসায়ী বা অন্য লোকে বাৰে বাৰে জাননী জাৰি কৰাৰ পাছতো পৰিষদৰ ওচৰত কৰসমূহ আদায় দিয়া নাই তেনে ব্যৱসায়ীৰ সম্পত্তি বাজেয়াপ্ত কৰাৰ লগতে অনুজ্ঞাপত্ৰ বাতিল কৰা হ’ব বুলি তেওঁ সকীয়াই দিয়ে।

তেওঁ কয় যে ৰাইজৰ বাবে ২৪ ঘণ্টাই সেৱা আগবঢ়োৱা পৌৰ সভাৰ ৰাজহ সংগ্ৰহৰ ক্ষেত্ৰত বাধাৰ সৃষ্টি কৰি যিসকল ব্যৱসায়ী আৰু অন্য লোকে দিবলগীয়া ন্যূনতম কৰো আদায় দিয়া নাই তেওঁলোকে অতি সোনকালে কৰ আদায় দিব লাগিব।অন্যথা আইন অনুসৰি বিহীত ব্যৱস্থা গ্ৰহণ কৰা হ’ব বুলি তেওঁ স্পষ্ট কৰি দিয়ে ।

আনহাতে, গোলাঘাট নগৰখনক পৰিষ্কাৰ কৰি ৰখাৰ বাবে পৌৰকর্মী তথা চাফাই কৰ্মীসকলক সক্ৰিয়ভাৱে কাম কৰি যাবলৈ তেওঁ পৰামৰ্শ আগবঢ়ায়।

উপায়ুক্তগৰাকীয়ে নগৰখনৰ ১৩ নম্বৰ ৱাৰ্ড পৰিদৰ্শন কৰি ষ্ট্ৰীট লাইটৰ বৰ্তমানৰ স্থিতিৰো বুজ লয়।

মীনাক্ষী ফুকন

মীনাক্ষী ফুকন

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

দেহ টানি নিছিল পথৰ কুকুৰে, চিনিব পৰা নাছিল লিংগ! দিল্লীৰ কিশোৰী ধৰ্ষণ-হত্যাৰ অভিযুক্তক এনেদৰে বিচাৰি উলিয়ালে আৰক্ষীয়ে

দেহ টানি নিছিল পথৰ কুকুৰে, চিনিব পৰা নাছিল লিংগ! দিল্লীৰ কিশোৰী ধৰ্ষণ-হত্যাৰ অভিযুক্তক এনেদৰে বিচাৰি উলিয়ালে আৰক্ষীয়ে

September 18, 2026 4:02 pm
‘ভোটৰ পিছত এইবাৰ দল চুৰি!’ তৃণমূলৰ প্ৰতীক ফ্ৰীজ কৰাৰ পিছতেই সৰৱ ৰাহুল, নিৰ্বাচন আয়োগক তুলাধূনা

‘ভোটৰ পিছত এইবাৰ দল চুৰি!’ তৃণমূলৰ প্ৰতীক ফ্ৰীজ কৰাৰ পিছতেই সৰৱ ৰাহুল, নিৰ্বাচন আয়োগক তুলাধূনা

September 18, 2026 2:22 pm
পাৰমাণৱিক নিৰীক্ষণত নৰজিল আমেৰিকাৰ দাদাগিৰি; ইৰাণ ইচ্ছ্যুত ৰাষ্ট্ৰসংঘত ৰাছিয়া-চীনৰ ভেটো

পাৰমাণৱিক নিৰীক্ষণত নৰজিল আমেৰিকাৰ দাদাগিৰি; ইৰাণ ইচ্ছ্যুত ৰাষ্ট্ৰসংঘত ৰাছিয়া-চীনৰ ভেটো

September 18, 2026 1:05 pm
বন্ধুক লগ কৰিবলৈ যোৱা কিশোৰীক দলবদ্ধ ধৰ্ষণ কৰি হত্যা; গ্ৰেপ্তাৰ হোৱা ৪ জনৰ ৩ জনেই কিশোৰ

বন্ধুক লগ কৰিবলৈ যোৱা কিশোৰীক দলবদ্ধ ধৰ্ষণ কৰি হত্যা; গ্ৰেপ্তাৰ হোৱা ৪ জনৰ ৩ জনেই কিশোৰ

September 18, 2026 12:13 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

দেহ টানি নিছিল পথৰ কুকুৰে, চিনিব পৰা নাছিল লিংগ! দিল্লীৰ কিশোৰী ধৰ্ষণ-হত্যাৰ অভিযুক্তক এনেদৰে বিচাৰি উলিয়ালে আৰক্ষীয়ে

দেহ টানি নিছিল পথৰ কুকুৰে, চিনিব পৰা নাছিল লিংগ! দিল্লীৰ কিশোৰী ধৰ্ষণ-হত্যাৰ অভিযুক্তক এনেদৰে বিচাৰি উলিয়ালে আৰক্ষীয়ে

September 18, 2026 4:02 pm
‘ভোটৰ পিছত এইবাৰ দল চুৰি!’ তৃণমূলৰ প্ৰতীক ফ্ৰীজ কৰাৰ পিছতেই সৰৱ ৰাহুল, নিৰ্বাচন আয়োগক তুলাধূনা

‘ভোটৰ পিছত এইবাৰ দল চুৰি!’ তৃণমূলৰ প্ৰতীক ফ্ৰীজ কৰাৰ পিছতেই সৰৱ ৰাহুল, নিৰ্বাচন আয়োগক তুলাধূনা

September 18, 2026 2:22 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd