• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Sunday, June 8, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

বোকাখাতত গােলাঘাট জিলা চুতীয়া ছাত্ৰ সন্থাৰ দ্বি বাৰ্ষিক অধিবেশনৰ প্ৰস্তুতি

উত্তম শইকীয়া by উত্তম শইকীয়া
March 26, 2019 7:34 pm
IMG-20190326-WA0024

গেলাঘাট জিলা চুতীয়া ছাত্ৰ সন্থাৰ বোকাখাত অধিবেশন

789
VIEWS
Share on FacebookShare on Twitter

বোকাখাত মহকুমা চুতীয়া ছাত্ৰ সন্থাৰ উদ্যোগত, বোকাখাত আঞ্চলিক চুতীয়া ছাত্ৰ সন্থা আৰু বোকাখাতৰ ৰাইজৰ সহযোগত গোলাঘাট জিলা চুতীয়া ছাত্ৰ সন্থাৰ দ্বি বার্ষিক অধিবেশনখন দুদিনীয়া কাৰ্যসুচীৰে ১ আৰু ২ এপ্রিল তাৰিখে বোকাখাত কেন্দ্ৰীয় বিহুতলিত  অনুষ্ঠিত হব।

প্রথম দিনৰ কাৰ্যসূচী অনুসৰি ৰাতিপুৱা মূলতোৰণ উদ্ধোধন কৰিব বোকাখাতৰ জ্যেষ্ঠ সাংবাদিক তথা আপকুৰ উপদেষ্টা ভৱেশ শইকীয়াই ৷ কাৰ্যালয় গৃহ  উদ্বোধন কৰিব বোকাখাত যান-বাহন শাখাৰ আৰক্ষী বিষয়া গোবিন কাকতিয়ে ৷ পতাকা উত্তোলন কৰিব গোলাঘাট জিলা চুতীয়া ছাত্ৰ সন্থাৰ সভাপতি পাপু শইকীয়াই ৷ সতী সাধনীৰ প্ৰতিমুৰ্তিত মাল্যাৰ্পন কৰিব উদযাপন সমিতিৰ সভাপতি প্রশান্ত শইকীয়াই আৰু স্মৃতি তৰ্পণ কৰিব গোলাঘাট জিলা চুতীয়া ছাত্ৰ সন্থাৰ সাধাৰণ সম্পাদক ৰিতু শইকীয়াই ৷

আনহাতে, স্থানীয় সমাজ সেৱক দেৱপ্ৰদীপ বৰা আৰু অভিযন্তা প্ৰদীপ বৰাই বৃক্ষৰোপন কাৰ্যসূচীত ভাগ লব।পৰস্পৰাগতভাবে চুতীয়া জাতিৰ দেও কুবেৰৰ  শলিতা লগোৱা সকাম পৰিচালনা কৰিব বৰদেউৰী প্রতাপ চন্দ্ৰ নেওগ, মাজু দেউৰী যতীন শইকীয়া আৰু সৰু দেউৰী ৰবীন হাজৰিকাই।

অধিবেশনৰ লগত সংগতি ৰাখি প্ৰথন দিনা ছাত্ৰ-ছাত্ৰী সকলৰ মাজত ৰচনা, কুইজ আৰু চিত্ৰাংকন প্ৰতিযোগিতা অনুষ্ঠিত কৰা হ’ব। বিয়লিৰ ভাগত অনুষ্ঠিত হ’বলগীয়া প্ৰতিনিধি সভা উদ্ধোধন কৰিব সদৌ অসম চুতীয়া ছাত্ৰ সন্থাৰ সহকাৰী সম্পাদক লক্ষী বৰাই। আনহাতে, বন্তি প্ৰজ্বলনত অংশগ্ৰহণ কৰিব বোকাখাত আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া ৰূপেশ্বৰ বৰাই।

দ্বিতীয়দিনা প্ৰতিযোগিতামূলক সাংস্কৃতিক শোভাযাত্ৰা অনুষ্ঠিত কৰা হ’ব বুলি উদ্যোক্তা সমিতিয়ে জনাইছে। শোভাযাত্ৰা উদ্বোধন কৰিব বিশিষ্ট অভিনেতা অৰুণ হাজৰিকাই ।

বিয়লি অনুষ্ঠিত হ’ব মুকলি সভা। মুকলি সভাত অংশগ্ৰহণ কৰিব সদৌ অসম চুতীয়া ছাত্ৰ সন্থাৰ মুখ্য উপদেষ্টা মধুমাধৱ শইকীয়া, সদৌ অসম চুতীয়া ছাত্র সন্থাৰ সভাপতি ক্ষীৰোদ শইকীয়া, অসম চৰকাৰৰ কৃষি আৰু পশুপালন মন্ত্রী অতুল বৰা, জলসম্পদ মন্ত্রী কেশৱ মহন্ত আৰু কলিয়াবৰ লােকসভা সমষ্টিৰ সাংসদ গৌৰৱ গগৈয়ে।

Recent News

চৰকাৰী চিকিৎসালয়ত ভুৱা হৃদৰোগ বিশেষজ্ঞ! ৫০ টাতকৈও অধিক অস্ত্ৰোপচাৰ কৰিছিল এই গৰাকী  চিকিৎসকে

চৰকাৰী চিকিৎসালয়ত ভুৱা হৃদৰোগ বিশেষজ্ঞ! ৫০ টাতকৈও অধিক অস্ত্ৰোপচাৰ কৰিছিল এই গৰাকী  চিকিৎসকে

অবৈধ অনুপ্ৰৱেশকাৰীক লৈ ৰণক্ষেত্ৰত পৰিণত লছ এঞ্জেলছ! হিংসা ৰোধৰ বাবে ২০০০ সেনা মোতায়েন

অবৈধ অনুপ্ৰৱেশকাৰীক লৈ ৰণক্ষেত্ৰত পৰিণত লছ এঞ্জেলছ! হিংসা ৰোধৰ বাবে ২০০০ সেনা মোতায়েন

কলম্বিয়াত সভা চলি থকাৰ মাজতে ৰাষ্ট্ৰপতি পদৰ প্ৰাৰ্থীক দুৰ্বৃত্তৰ উপৰ্যুপৰি গুলী; এজনক গ্ৰেপ্তাৰ

কলম্বিয়াত সভা চলি থকাৰ মাজতে ৰাষ্ট্ৰপতি পদৰ প্ৰাৰ্থীক দুৰ্বৃত্তৰ উপৰ্যুপৰি গুলী; এজনক গ্ৰেপ্তাৰ

ঈদৰ দিনা শ্ৰীনগৰৰ জামা মছজিদত নামাজ নিষিদ্ধ কৰিলে কৰ্তৃপক্ষই; মিৰৱাজক গৃহবন্দীৰ অভিযোগ

ঈদৰ দিনা শ্ৰীনগৰৰ জামা মছজিদত নামাজ নিষিদ্ধ কৰিলে কৰ্তৃপক্ষই; মিৰৱাজক গৃহবন্দীৰ অভিযোগ

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd