• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Tuesday, July 28, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

বোকাখাতত গােলাঘাট জিলা চুতীয়া ছাত্ৰ সন্থাৰ দ্বি বাৰ্ষিক অধিবেশনৰ প্ৰস্তুতি

উত্তম শইকীয়া by উত্তম শইকীয়া
March 26, 2019 7:34 pm
IMG-20190326-WA0024

গেলাঘাট জিলা চুতীয়া ছাত্ৰ সন্থাৰ বোকাখাত অধিবেশন

1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

বোকাখাত মহকুমা চুতীয়া ছাত্ৰ সন্থাৰ উদ্যোগত, বোকাখাত আঞ্চলিক চুতীয়া ছাত্ৰ সন্থা আৰু বোকাখাতৰ ৰাইজৰ সহযোগত গোলাঘাট জিলা চুতীয়া ছাত্ৰ সন্থাৰ দ্বি বার্ষিক অধিবেশনখন দুদিনীয়া কাৰ্যসুচীৰে ১ আৰু ২ এপ্রিল তাৰিখে বোকাখাত কেন্দ্ৰীয় বিহুতলিত  অনুষ্ঠিত হব।

প্রথম দিনৰ কাৰ্যসূচী অনুসৰি ৰাতিপুৱা মূলতোৰণ উদ্ধোধন কৰিব বোকাখাতৰ জ্যেষ্ঠ সাংবাদিক তথা আপকুৰ উপদেষ্টা ভৱেশ শইকীয়াই ৷ কাৰ্যালয় গৃহ  উদ্বোধন কৰিব বোকাখাত যান-বাহন শাখাৰ আৰক্ষী বিষয়া গোবিন কাকতিয়ে ৷ পতাকা উত্তোলন কৰিব গোলাঘাট জিলা চুতীয়া ছাত্ৰ সন্থাৰ সভাপতি পাপু শইকীয়াই ৷ সতী সাধনীৰ প্ৰতিমুৰ্তিত মাল্যাৰ্পন কৰিব উদযাপন সমিতিৰ সভাপতি প্রশান্ত শইকীয়াই আৰু স্মৃতি তৰ্পণ কৰিব গোলাঘাট জিলা চুতীয়া ছাত্ৰ সন্থাৰ সাধাৰণ সম্পাদক ৰিতু শইকীয়াই ৷

Apply Now

আনহাতে, স্থানীয় সমাজ সেৱক দেৱপ্ৰদীপ বৰা আৰু অভিযন্তা প্ৰদীপ বৰাই বৃক্ষৰোপন কাৰ্যসূচীত ভাগ লব।পৰস্পৰাগতভাবে চুতীয়া জাতিৰ দেও কুবেৰৰ  শলিতা লগোৱা সকাম পৰিচালনা কৰিব বৰদেউৰী প্রতাপ চন্দ্ৰ নেওগ, মাজু দেউৰী যতীন শইকীয়া আৰু সৰু দেউৰী ৰবীন হাজৰিকাই।

অধিবেশনৰ লগত সংগতি ৰাখি প্ৰথন দিনা ছাত্ৰ-ছাত্ৰী সকলৰ মাজত ৰচনা, কুইজ আৰু চিত্ৰাংকন প্ৰতিযোগিতা অনুষ্ঠিত কৰা হ’ব। বিয়লিৰ ভাগত অনুষ্ঠিত হ’বলগীয়া প্ৰতিনিধি সভা উদ্ধোধন কৰিব সদৌ অসম চুতীয়া ছাত্ৰ সন্থাৰ সহকাৰী সম্পাদক লক্ষী বৰাই। আনহাতে, বন্তি প্ৰজ্বলনত অংশগ্ৰহণ কৰিব বোকাখাত আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া ৰূপেশ্বৰ বৰাই।

দ্বিতীয়দিনা প্ৰতিযোগিতামূলক সাংস্কৃতিক শোভাযাত্ৰা অনুষ্ঠিত কৰা হ’ব বুলি উদ্যোক্তা সমিতিয়ে জনাইছে। শোভাযাত্ৰা উদ্বোধন কৰিব বিশিষ্ট অভিনেতা অৰুণ হাজৰিকাই ।

বিয়লি অনুষ্ঠিত হ’ব মুকলি সভা। মুকলি সভাত অংশগ্ৰহণ কৰিব সদৌ অসম চুতীয়া ছাত্ৰ সন্থাৰ মুখ্য উপদেষ্টা মধুমাধৱ শইকীয়া, সদৌ অসম চুতীয়া ছাত্র সন্থাৰ সভাপতি ক্ষীৰোদ শইকীয়া, অসম চৰকাৰৰ কৃষি আৰু পশুপালন মন্ত্রী অতুল বৰা, জলসম্পদ মন্ত্রী কেশৱ মহন্ত আৰু কলিয়াবৰ লােকসভা সমষ্টিৰ সাংসদ গৌৰৱ গগৈয়ে।

উত্তম শইকীয়া

উত্তম শইকীয়া

নৰ্থ-ইষ্ট নাওৰ সাংবাদিক

Stay Connected

  • 117k Fans

Recent News

ষ্টেট কেন্সাৰ ইনষ্টিটিউট, গুৱাহাটীত অস্বাভাৱিক হাৰত বৃদ্ধি মাচুল: ২০০ টকাৰ বিচনাৰ ভাড়া হ’ল ১৬০০ টকা

ষ্টেট কেন্সাৰ ইনষ্টিটিউট, গুৱাহাটীত অস্বাভাৱিক হাৰত বৃদ্ধি মাচুল: ২০০ টকাৰ বিচনাৰ ভাড়া হ’ল ১৬০০ টকা

July 28, 2026 1:20 pm
অসমত বানৰ ভয়াৱহ প্ৰভাৱ: ক্ষতিগ্ৰস্ত ৮৮ হাজাৰৰো অধিক পশুধন

অসমত বানৰ ভয়াৱহ প্ৰভাৱ: ক্ষতিগ্ৰস্ত ৮৮ হাজাৰৰো অধিক পশুধন

July 28, 2026 11:51 am
শ্ৰমিকৰ জীৱনক লৈ হেতালি খেলাৰ ভয়ংকৰ পৰিণতি! স্বত্বাধিকাৰীসহ পাঁচজনক গ্ৰেপ্তাৰ আৰক্ষীৰ

শ্ৰমিকৰ জীৱনক লৈ হেতালি খেলাৰ ভয়ংকৰ পৰিণতি! স্বত্বাধিকাৰীসহ পাঁচজনক গ্ৰেপ্তাৰ আৰক্ষীৰ

July 28, 2026 11:20 am
নিট প্ৰতিবাদকাৰীৰ বিৰুদ্ধে ৰুজু হোৱা সকলো গোচৰ প্ৰত্যাহাৰৰ সিদ্ধান্ত অসম চৰকাৰৰ

নিট প্ৰতিবাদকাৰীৰ বিৰুদ্ধে ৰুজু হোৱা সকলো গোচৰ প্ৰত্যাহাৰৰ সিদ্ধান্ত অসম চৰকাৰৰ

July 28, 2026 9:59 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

ষ্টেট কেন্সাৰ ইনষ্টিটিউট, গুৱাহাটীত অস্বাভাৱিক হাৰত বৃদ্ধি মাচুল: ২০০ টকাৰ বিচনাৰ ভাড়া হ’ল ১৬০০ টকা

ষ্টেট কেন্সাৰ ইনষ্টিটিউট, গুৱাহাটীত অস্বাভাৱিক হাৰত বৃদ্ধি মাচুল: ২০০ টকাৰ বিচনাৰ ভাড়া হ’ল ১৬০০ টকা

July 28, 2026 1:20 pm
অসমত বানৰ ভয়াৱহ প্ৰভাৱ: ক্ষতিগ্ৰস্ত ৮৮ হাজাৰৰো অধিক পশুধন

অসমত বানৰ ভয়াৱহ প্ৰভাৱ: ক্ষতিগ্ৰস্ত ৮৮ হাজাৰৰো অধিক পশুধন

July 28, 2026 11:51 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd