• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Thursday, January 21, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

সাংবাদিকৰ সুৰক্ষা সুনিশ্চিত কৰাৰ দাবী সাংবাদিক সুৰক্ষা মঞ্চৰ, মুখ্য মন্ত্ৰীলৈ প্ৰেৰণ স্মাৰক পত্ৰ

NE NOW NEWS ঋতুপল্লব শইকীয়া
গোলাঘাট , April 30, 2019 7:44 am

1 min read

Rajen Deka

দুৰ্বৃত্তৰ আক্ৰমণৰ বলি হোৱা সাংবাদিক ৰাজেন ডেকা। ফটো : নৰ্থ-ইষ্ট নাও

1.3k
VIEWS
Share on FacebookShare on Twitter

দুগৰাকীকৈ সাংবাদিকৰ ওপৰত হোৱা ভংয়কৰ আক্ৰমণৰ বিৰুদ্ধে সাংবাদিক সুৰক্ষা মঞ্চৰ গোলাঘাট জিলা সমিতিয়ে তীব্ৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে। সমিতিখনে সাংবাদিক ৰাজেন ডেকা আৰু ৰাজীৱ বৰাৰ ওপৰত হোৱা আক্ৰমণৰ ঘটনাত গভীৰ উদ্বেগ প্ৰকাশ কৰি এনে ঘটনাক অসহনীয়, নিন্দনীয় আৰু গৰিহনাৰ যোগ্য বুলি মন্তব্য কৰিছে।

গণতন্ত্ৰৰ চতুৰ্থ স্তম্ভৰ ওপৰত হোৱা এনে ঘ্টনা নিঃসন্দেহে গণতন্ত্ৰ আৰু সমাজৰ বাবে শুভ লক্ষণ নহয় বুলি উল্লেখ কৰি সমিতিখনে সোমবাৰে সাংবাদিকসকলৰ সুৰক্ষা সুনিশ্চিত কৰিবৰ বাবে ব্যৱস্থা গ্ৰহণৰ দাবী জনায় মুখ্য মন্ত্ৰীলৈ এক স্মাৰক পত্ৰ প্ৰেৰণ কৰে।

ইয়াৰ উপৰি যিসকল সাংবাদিক এনে আক্ৰমণৰ বলি হয়,তেওঁলোকক চৰকাৰী প্ৰচেষ্টাৰে উন্নত বিনামূলীয়া চিকিৎসা সেৱা আগবঢ়োৱা, ভুক্তভোগী সাংবাদিকগৰাকীক উপযুক্ত ক্ষতিপূৰণ প্ৰদানৰ ব্যৱস্থা কৰা আৰু সাংবাদিকৰ ভৱিষ্যত সুৰক্ষিত কৰাৰ বাবে শীঘ্ৰে এখন কঠোৰ আইন প্ৰণয়নৰ ব্যৱস্থা কৰিবলৈ দাবী উত্থাপন কৰে।

সমিতিৰ তৰফৰ পৰা সভাপতি প্ৰবীণ কুমাৰ দাস, কাৰ্যকৰী সভাপতি জয়ন্ত হাজৰিকা আৰু ভাৰপ্ৰাপ্ত সম্পাদক বিচিত্ৰ গোস্বামীয়ে জিলা উপায়ুক্তৰ জৰিয়তে উক্ত স্মাৰক পত্ৰ প্ৰেৰণ কৰে।

Recent News

Jerenga Modi

ইতিহাস প্ৰসিদ্ধ জেৰেঙা পথাৰক বিশ্ব দৰবাৰত প্ৰতিষ্ঠা কৰিবলৈ চেষ্টা কৰিবনে প্ৰধান মন্ত্ৰী মোদীয়ে?

অসম আৰক্ষীত অতি শীঘ্ৰে হ’ব খালী হৈ থকা পদত নিযুক্তি

অসম আৰক্ষীত অতি শীঘ্ৰে হ’ব খালী হৈ থকা পদত নিযুক্তি

অৰুণাচল প্ৰদেশত চীনা গাঁও স্থাপন; সদৌ অৰুণাচল ছাত্ৰ সন্থাৰ চীনৰ বিৰুদ্ধে প্ৰতিবাদ

অৰুণাচল প্ৰদেশত চীনা গাঁও স্থাপন; সদৌ অৰুণাচল ছাত্ৰ সন্থাৰ চীনৰ বিৰুদ্ধে প্ৰতিবাদ

Ajmal VS muminul

ৰং সলাইছে নেতাই! বদৰুদ্দিন আজমল এজন সাম্প্ৰদায়িক মানুহ :মুমিনুল আৱাল

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd