• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Tuesday, July 7, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

গোলাঘাটত নতুনকৈ ক’ভিডত আক্ৰান্ত ১৬৩জন লোক, মৃত্যু ৩ জনৰ

মীনাক্ষী ফুকন by মীনাক্ষী ফুকন
May 29, 2021 7:41 am
Covid19-and-Media-750x375
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

গোলাঘাটত যোৱা ২৪ ঘন্টাত ক’ভিড আক্ৰান্তৰ গ্ৰাফ অলপ নিম্নগামী হোৱা দেখা গৈছে। শুকুৰবাৰে ৫২৭৯ জন লোকৰ ক’ভিড পৰীক্ষাৰ অন্তত ১৬৩ জনৰ শৰীৰত ক’ভিড ভাইৰাছৰ উপস্থিতি ধৰা পৰিছে।

আনহাতে, যোৱা ২৪ ঘন্টাত ৩ জন ক’ভিড আক্ৰান্তৰ মৃত্যু হ’য়। মৃত লোক কেইজন হৈছে, সঞ্জীৱ সিং(৩৫) নুমলীগড়, গোলাঘাট, দেৱীচৰণ মিৰ্ধা (৬০) মিছামৰা ,ৰঙামাটি আৰু অৰুণ জীনা (৬০) উত্তৰ গৰঙা চাহ বাগিচা।

Apply Now

ইয়াৰে সঞ্জীৱ সিঙৰ যোৰহাট মেডিকেল কলেজ হাস্পাতালত মৃত্যু হোৱাৰ লগতে বাকী দুজনৰ গোলাঘাট ক’ভিড হাস্পাতালত মৃত্যু হ’য়।

সেইদৰে, চিনাক্ত হোৱা ১৬৩ জনৰ সৰ্বাধিক বোকাখাতৰ ৪২ জন, কমাৰবন্ধা আলিৰ ১০ জন, সৰুপথাৰৰ ২৩ , মিছামৰা ২১, শ্বহীদ কুশল কোঁৱৰ ক’ভিড হাস্পাতালত ১১, চাৰিঙীয়া ১৯ ,মৰঙীৰ ২৯, ৱাৰ্ডত ৫, আৰ টি পি চি আৰত ৩ জন পোৱা গৈছে।

বৰ্তমানেও  সক্ৰিয় হৈ থকা মুঠ ১৪৬৭ জন ৰোগীৰ ৬৫৩ জনক হ’ম আইছ’লেশ্যনত ৰখাৰ লগতে ২২৬ জনক হাস্পাতালত আৰু ৫৮৮ জনক ক’ভিড কেয়াৰ চেন্টাৰত ৰখাৰ ব্যৱস্থা কৰিছে।

ইফালে কালি গোলাঘাট জিলাৰ নৱনিযুক্ত উপায়ুক্ত মানৱেন্দ্ৰ প্ৰতাপ সিঙে সৰুপথাৰৰ ভগৱান চাহ বাগিচাত স্থাপন কৰা ক’ভিড কেয়াৰ চেন্টাৰ পৰিদৰ্শন কৰি ৰোগীৰ বাবে থকা সা-সুবিধা আৰু বিভিন্ন দিশৰ পৰ্যালোচনা কৰাৰ লগতে সৰুপথাৰৰ উৰিয়ামঘাটত থকা ক’ভিড কেয়াৰ চেন্টাৰত উপস্থিত হৈ আৰোগ্য লাভ কৰা কেইবাজনো লোকৰ সৈতে মত বিনিময় কৰে।

তেওঁ লগতে কেইবাগৰাকী ৰোগীৰ ফ’ন যোগে স্বাস্থ্যৰ বুজ লয়। ইয়াৰ পিছতেই উপায়ুক্ত গৰাকীয়ে সৰুপথাৰ মহকুমাধিপতিৰ কাৰ্যালয়ৰ সভাকক্ষত এখন বৈঠকত মিলিত হৈ ধনশিৰি মহকুমাৰ ক’ভিড পৰিস্থিতিৰ পৰ্যালোচনা কৰে।

উক্ত বৈঠকত মহকুমাধিপতি ৰাহুল জাভিৰ সুৰেশ, মহকুমা আৰক্ষী বিষয়া অমিত হোজাই, মহকুমা চিকিৎসা আৰু স্বাস্থ্য বিষয়া ডা: পি কে গঞ্জুৰ লগতে সকলো দণ্ডাধীশ ,বিভিন্ন বিভাগৰ মহকুমা মূৰব্বী আৰু খণ্ড উন্নয়ন বিষয়া সকল উপস্থিত থাকে।

Tags: COVID-19
মীনাক্ষী ফুকন

মীনাক্ষী ফুকন

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

তাজমহল নে তেজো মহালয়? কেন্দ্ৰ আৰু ASI-ৰ পৰা উত্তৰ বিচাৰিলে এলাহাবাদ উচ্চ ন্যায়ালয়ে

তাজমহল নে তেজো মহালয়? কেন্দ্ৰ আৰু ASI-ৰ পৰা উত্তৰ বিচাৰিলে এলাহাবাদ উচ্চ ন্যায়ালয়ে

July 7, 2026 12:21 pm
হৰমুজ প্ৰণালী অতিক্ৰম কৰাৰ পথত একাধিক বাণিজ্যিক জাহাজত ইৰাণৰ ক্ষেপণাস্ত্ৰ আক্ৰমণ

হৰমুজ প্ৰণালী অতিক্ৰম কৰাৰ পথত একাধিক বাণিজ্যিক জাহাজত ইৰাণৰ ক্ষেপণাস্ত্ৰ আক্ৰমণ

July 7, 2026 11:11 am
অসমত ‘কা’ৰ অধীনত ৬ গৰাকীলৈ নাগৰিকত্ব! বিধানসভাত চৰকাৰে সদৰী কৰিলে বিদেশী বিতাড়নৰ বৃহৎ তথ্য

অসমত ‘কা’ৰ অধীনত ৬ গৰাকীলৈ নাগৰিকত্ব! বিধানসভাত চৰকাৰে সদৰী কৰিলে বিদেশী বিতাড়নৰ বৃহৎ তথ্য

July 7, 2026 10:27 am
নিৰ্বাপিত আশা! ইউৰোপীয় মানৱ অধিকাৰ আদালতত পৰাজিত প্ৰৱঞ্চক নীৰৱ মোডী

নিৰ্বাপিত আশা! ইউৰোপীয় মানৱ অধিকাৰ আদালতত পৰাজিত প্ৰৱঞ্চক নীৰৱ মোডী

July 7, 2026 9:34 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

তাজমহল নে তেজো মহালয়? কেন্দ্ৰ আৰু ASI-ৰ পৰা উত্তৰ বিচাৰিলে এলাহাবাদ উচ্চ ন্যায়ালয়ে

তাজমহল নে তেজো মহালয়? কেন্দ্ৰ আৰু ASI-ৰ পৰা উত্তৰ বিচাৰিলে এলাহাবাদ উচ্চ ন্যায়ালয়ে

July 7, 2026 12:21 pm
হৰমুজ প্ৰণালী অতিক্ৰম কৰাৰ পথত একাধিক বাণিজ্যিক জাহাজত ইৰাণৰ ক্ষেপণাস্ত্ৰ আক্ৰমণ

হৰমুজ প্ৰণালী অতিক্ৰম কৰাৰ পথত একাধিক বাণিজ্যিক জাহাজত ইৰাণৰ ক্ষেপণাস্ত্ৰ আক্ৰমণ

July 7, 2026 11:11 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd