• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Monday, June 15, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

অসমীয়াৰ ধৰ্ম নিৰপেক্ষতাক প্ৰশংসা আৰু তাৰ বাবে ধন্যবাদ দিলে কংগ্ৰেছৰ নেতা গোলাম নবী আজাদে

“সময় এতিয়া বিজেপিমুক্ত ভাৰতৰ দিশে গৈ আছে", গোলাম নবী আজাদ

কল্পজ্যোতি শইকীয়া by কল্পজ্যোতি শইকীয়া
December 24, 2019 4:57 pm
golam nabi azad

কাষত অসমৰ নেতা-নেত্ৰীক লৈ কংগ্ৰেছৰ কেন্দ্ৰীয় নেতা গোলাম নবী আজাদৰ সংবাদমেল।

1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

অসমৰ মানুহে হাজাৰ বছৰ ধৰি ধৰ্ম নিৰপেক্ষতা অৱলম্বন কৰি আহিছে আৰু তাৰ বাবে অসমবাসীক ধন্যবাদ জ্ঞাপন কৰিছে কংগ্ৰেছৰ সাধাৰণ সম্পাদক গোলাম নবী আজাদে।

অসমলৈ অহা কংগ্ৰেছৰ জ্যেষ্ঠ নেতাজনে আজি দিচপুৰস্থিত হোটেল ৰিভিয়েৰাত এখন সংবাদমেল সম্বোধন কৰে।

Apply Now

তেওঁ কয়, “ধৰ্মৰ কথা কেতিয়াও নকয় অসমৰ মানুহে। কংগ্ৰেছৰ দৰে অসমৰ মানুহে হাজাৰ বছৰ ধৰি ধৰ্ম নিৰপেক্ষতা অৱলম্বন কৰি আহিছে। তাৰ বাবে ধন্যবাদ জ্ঞাপন কৰিছো। হিন্দু-মুছলমান-খ্ৰীষ্টান সকলোৰে মাজত একতা আৰু সম্প্ৰীতি আছে”।

সংবাদমেলৰ আৰম্ভণিতে CAA-বিৰোধী আন্দোলনৰ পাঁচজন চহিদলৈ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে আৰু আহতসকলৰ আশু আৰোগ্য কামনা কৰে।

বিজেপি নেতৃত্বাধীন চৰকাৰে সমগ্ৰ দেশত “কা” বিৰোধী আন্দোলনত জড়িত ছাত্ৰ-ছাত্ৰীক প্ৰহাৰ কৰিছে বুলি অভিযোগ আজাদৰ। বিশ্ববিদ্যালয়ৰ চৌহদত আৰক্ষী প্ৰৱেশ কৰি ছাত্ৰ-ছাত্ৰীক প্ৰহাৰ কৰিছে বুলি অভিযোগ কৰি তেওঁ কয়, “ছাত্ৰৰ ওপৰত এনে অত্যাচাৰ পূৰ্বে হোৱা নাছিল”।

অসমত এন আৰ চিৰ কাম চৰকাৰখনে সঠিকভাৱে কৰিব নোৱাৰিলে বুলিও অভিযোগ কৰে কংগ্ৰেছৰ নেতাজনে। তেওঁৰ মতে, বাদ পৰা ১৯ লাখৰ মাজতো লাখ লাখ প্ৰকৃত ভাৰতীয় সোমাই আছে।

“কিছুমানৰ মাকৰ নাম আহিছে পুত্ৰ-জীয়ৰীৰ নাম অহা নাই, পিতৃৰ নাম অহা নাই পুত্ৰৰ নাম আহিছে”, সংবাদমেলত আজাদৰ মন্তব্য।

“অসমৰ নিচিনা ৰাজ্য এখনতে এন আৰ চিৰ কাম ঠিকমতে নহ’ল আৰু মোদী আৰু কেন্দ্ৰীয় গৃহ মন্ত্ৰীয়ে সমগ্ৰ ভাৰততে NRC-ৰ কাম কৰিব বিচাৰিছে। এইটো সম্ভৱ হৈ নুঠিব”, তেওঁ কয়।

মোদীৰ প্ৰতিশ্ৰুতিবোৰ সুঁৱৰি আজাজে কয়, “বিদেশৰ পৰা ক’লাধন আনিম বুলি কৈছিল, ক’ত আহিল? পাঁচ বছৰত ২ লাখ নিবনুৱাকো চাকৰি দিব নোৱাৰিলে। মূল্য বৃদ্ধি ৰোধ কৰিব নোৱাৰিলে। কৃষকৰ আমদানি দুগুণ কৰিব নোৱাৰিলে, কিন্তু হাজাৰ হাজাৰ কৃষকে আত্মহত্যা কৰিছে”।

তেওঁ চৰকাৰখনে বিজ্ঞাপনৰ বাবেহে অধিক ধন খৰচ কৰিছে বুলি কয়।

মোদীৰ বিমুদ্ৰাকৰণৰ পদক্ষেপক এটা ডাঙৰ বিফলতা বুলি দাবী কৰি কয় যে বিমুদ্ৰাকৰণৰ ফলত উদ্যোগবোৰ বন্ধ হৈ পৰিল, যাৰ বাবে কোটি কোটি লোকে চাকৰি হেৰুৱালে।

ঝাৰখণ্ডত গেৰুৱা দলটোৰ পৰাজয়ৰ কাৰণ ব্যাখ্যা কৰি কয়, “বিতৰ্কিত নাগৰিকত্ব সংশোধনী বিল পাছ কৰাৰ বাবেই ঝাৰখণ্ডত বৃহৎ পৰাজয়। মহাৰাষ্ট্ৰ, হাৰিয়ানাতো ৰাইজে বিজেপিক আঁতৰাই পঠালে। এতিয়া বিজেপিমুক্ত ভাৰতৰ দিশে গৈ আছে”, গোলাম নবী আজাদ।

কল্পজ্যোতি শইকীয়া

কল্পজ্যোতি শইকীয়া

নৰ্থ-ইষ্ট নাওৰ সাংবাদিক

Stay Connected

  • 117k Fans

Recent News

সকাহৰ খবৰ! আমেৰিকা-ইৰাণৰ শান্তি চুক্তি সম্পূৰ্ণ; হৰমুজ প্ৰণালীক লৈ লোৱা হ’ল ডাঙৰ সিদ্ধান্ত

সকাহৰ খবৰ! আমেৰিকা-ইৰাণৰ শান্তি চুক্তি সম্পূৰ্ণ; হৰমুজ প্ৰণালীক লৈ লোৱা হ’ল ডাঙৰ সিদ্ধান্ত

June 15, 2026 9:10 am
এন চি পি আইত ২০ জন বিদ্ৰোহী তৃণমূল সাংসদ; আইনী জটিলতাৰ পৰা হাত সাৰিবলৈকে ‘অস্বীকৃতিপ্ৰাপ্ত’ দলত যোগদান

এন চি পি আইত ২০ জন বিদ্ৰোহী তৃণমূল সাংসদ; আইনী জটিলতাৰ পৰা হাত সাৰিবলৈকে ‘অস্বীকৃতিপ্ৰাপ্ত’ দলত যোগদান

June 15, 2026 8:16 am
৭টা গ’ল! জয়েৰে বিশ্বকাপ অভিযান আৰম্ভ জাৰ্মানীৰ; যুঁজ দি মন জয় কৰিলে কৰিলে নৱাগত কুৰাকাওৱে

৭টা গ’ল! জয়েৰে বিশ্বকাপ অভিযান আৰম্ভ জাৰ্মানীৰ; যুঁজ দি মন জয় কৰিলে কৰিলে নৱাগত কুৰাকাওৱে

June 15, 2026 7:33 am

হৰমুজ প্ৰণালীত আৱদ্ধ ১৩ খন ভাৰতীয় জাহাজ! সাগৰত আবদ্ধ ৫৬২ ভাৰতীয় নাবিকৰ জীৱনলৈ ভাবুকি, অসুস্থ হৈ এজনৰ মৃত্যু

June 14, 2026 9:37 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

সকাহৰ খবৰ! আমেৰিকা-ইৰাণৰ শান্তি চুক্তি সম্পূৰ্ণ; হৰমুজ প্ৰণালীক লৈ লোৱা হ’ল ডাঙৰ সিদ্ধান্ত

সকাহৰ খবৰ! আমেৰিকা-ইৰাণৰ শান্তি চুক্তি সম্পূৰ্ণ; হৰমুজ প্ৰণালীক লৈ লোৱা হ’ল ডাঙৰ সিদ্ধান্ত

June 15, 2026 9:10 am
এন চি পি আইত ২০ জন বিদ্ৰোহী তৃণমূল সাংসদ; আইনী জটিলতাৰ পৰা হাত সাৰিবলৈকে ‘অস্বীকৃতিপ্ৰাপ্ত’ দলত যোগদান

এন চি পি আইত ২০ জন বিদ্ৰোহী তৃণমূল সাংসদ; আইনী জটিলতাৰ পৰা হাত সাৰিবলৈকে ‘অস্বীকৃতিপ্ৰাপ্ত’ দলত যোগদান

June 15, 2026 8:16 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd