• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Thursday, June 26, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

সোণৰ দাম হ্ৰাস, প্ৰতি ১০ গ্ৰামত ৫০০০ টকালৈকে কমিছে মূল্য

এন ই নাও নিউজ by এন ই নাও নিউজ
March 17, 2020 7:32 pm
Gold prices fall over ₹5,000 per 10 gram
45.8k
VIEWS
Share on FacebookShare on Twitter

ঘৰুৱা বজাৰত সোণৰ দাম হ্ৰাস পাই আছে। ১০ গ্ৰামত ৪৪,৫০০ টকাৰ পৰা সোণৰ মূল্য প্ৰায় ৫,০০০ টকা হ্ৰাস হৈছে।

ৰূপৰ দামো এম চি এক্সত প্ৰতি কেজিত ৫ শতাংশ কমি ৩৪,৫০০ টকা হৈছেগৈ।

সোণক বিশ্ব বজাৰৰ সংকটৰ সময়ত সুৰক্ষিত বিনিয়োগ বুলি ধৰা হয় যদিও কৰ’নাভাইৰাছৰ আতংকৰ বাবে ইয়াৰ মূল্যৰ তাৰতম্য ঘটিছে।

সোমবাৰে স্পট গ’ল্ড প্ৰতি আউন্সত ১৫১১.৩০ ডলাৰলৈ হ্ৰাস পায়। এই মূল্য যোৱা নৱেম্বৰৰ পৰা নিম্নতম।

শুকুৰবাৰে সোণৰ দাম প্ৰতি ১০ গ্ৰামত প্ৰায় ১৮০০ টকা হ্ৰাস পাইছিল। ৰূপৰ ক্ষেত্ৰতো এম চি এক্সত প্ৰায় ০.১১ শতাংশ হ্ৰাস পাইছিল।

বিশেষজ্ঞসকলৰ মতে, বিশ্ব বজাৰৰ উঠা-নমাৰ লগতে কৰ’নাভাইৰাছৰ আতংকৰ বাবে সোণৰ চাহিদা হ্ৰাস পাইছে।

সোণ আৰু ৰূপ দুয়োবিধ মূল্যৱান ধাতুৰে মূল্য আৰু কমিব পাৰে বুলি বিশেষজ্ঞসকলে ধাৰণা কৰিছে।

Recent News

‘তোমাৰ অবিহনে এই সকলোবোৰৰ একো অৰ্থ নাই’-  উৰণৰ পূৰ্বে সুভাংশুৱে পত্নীক দিলে স্নেহবাৰ্তা…

‘তোমাৰ অবিহনে এই সকলোবোৰৰ একো অৰ্থ নাই’-  উৰণৰ পূৰ্বে সুভাংশুৱে পত্নীক দিলে স্নেহবাৰ্তা…

CBSEৰ দশম শ্ৰেণীৰ পৰীক্ষাক লৈ ডাঙৰ সিদ্ধান্ত, বছৰত দুবাৰকৈ হ’ব পৰীক্ষা

CBSEৰ দশম শ্ৰেণীৰ পৰীক্ষাক লৈ ডাঙৰ সিদ্ধান্ত, বছৰত দুবাৰকৈ হ’ব পৰীক্ষা

তামিলনাডুৰ প্ৰথমগৰাকী ট্ৰেন্সউমেন সহকাৰী অধ্যাপিকা হিচাপে এন জেন্সীয়ে ৰচনা কৰিলে ইতিহাস…

তামিলনাডুৰ প্ৰথমগৰাকী ট্ৰেন্সউমেন সহকাৰী অধ্যাপিকা হিচাপে এন জেন্সীয়ে ৰচনা কৰিলে ইতিহাস…

নগাঁৱৰ বোৱাৰী লৈ পলাল কুকিল হীৰা! কিয় তিনিবাৰকৈ বিয়া পতা পুৰুষৰ সৈতে পলাল বোৱাৰী?

নগাঁৱৰ বোৱাৰী লৈ পলাল কুকিল হীৰা! কিয় তিনিবাৰকৈ বিয়া পতা পুৰুষৰ সৈতে পলাল বোৱাৰী?

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd