DMCA.com Protection Status
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Wednesday, February 8, 2023
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

দেশত আকাশলংঘী সোণৰ মূল্য; প্ৰতি ১০ গ্ৰামত ৫০,০০০ টকা অতিক্ৰম

এন ই নাও নিউজ by এন ই নাও নিউজ
July 22, 2020 2:07 pm
প্ৰতিনিধিত্বমূলক আলোকচিত্ৰ

প্ৰতিনিধিত্বমূলক আলোকচিত্ৰ

9.7k
VIEWS
Share on FacebookShare on Twitter

দেশত প্ৰথমবাৰৰ বাবে সোণৰ মূল্য প্ৰতি দহ গ্ৰামত ৫০,০০০ টকা অতিক্ৰম কৰিছে।

সমগ্ৰ বিশ্বত ক’ৰ’না ভাইৰাছৰ সংক্ৰমণৰ বাবে পৰা প্ৰভাৱৰ বাবেই সোণৰ দাম দ্ৰুত গতিত বৃদ্ধি পাইছে বুলি ব্যৱসায়ী সকলে জনাইছে।

সোণৰ সমান্তৰালভাৱে ৰূপৰ দামো বৃদ্ধি পাইছে।

বুধবাৰে ৰূপৰ দাম ৭ শতাংশ বৃদ্ধি পাই প্ৰতিকেজিত ৬১,২৮০ টকা হয়।

বিশ্বৰ সোণ আমদানি কৰা দেশ সমূহৰ ভিতৰত ভাৰত অন্যতম। ভাৰত সোণ আমদানিৰ ক্ষেত্ৰত বিশ্বৰ দ্বিতীয় স্থানত আছে।

ভাৰতৰ বিভিন্ন বিবাহ অনুষ্ঠানৰ লগতে ধৰ্মীয় উৎসৱ-পাৰ্বনতো সোণৰ ব্যৱহাৰ হোৱা দেখা যায়।

উল্লেখযোগ্য যে, ২০১৯ বৰ্ষৰ তুলনাত চলিত বৰ্ষত এতিয়ালৈ সোণৰ মূল্য ২৮ শতাংশ বৃদ্ধি পাইছে।

অৱশ্যে ভাৰতত সোণৰ মূল্য মুঠ ঘৰুৱা চাহিদাৰ ওপৰত নিৰ্ভৰ কৰি উঠা-নমা হৈ থাকে।

বুধবাৰৰ দিনতটোত বিগত ৯ বছৰৰ ভিতৰত ভাৰতত সোণৰ দাম সৰ্বাধিক হাৰত বৃদ্ধি পায়।

Recent News

২০২৪ৰ নিৰ্বাচনলৈ মাজত মাত্ৰ ৪০০ দিন! প্ৰধানমন্ত্ৰী মোদীয়ে সাংসদসকলক কি গুৰুমন্ত্ৰ দিলে?

২০২৪ৰ নিৰ্বাচনলৈ মাজত মাত্ৰ ৪০০ দিন! প্ৰধানমন্ত্ৰী মোদীয়ে সাংসদসকলক কি গুৰুমন্ত্ৰ দিলে?

Mahua Moitra

মহুৱা মৈত্ৰৰ আপত্তিজনক শব্দ! উত্তপ্ত সংসদ: ক্ষমা খোজাৰ দাবী বিজেপিৰ

Shraddha Walkar murder

মিক্সিত গুৰি কৰা হৈছিল শ্ৰদ্ধা ৱাকাৰৰ দেহৰ হাড়! দিল্লী আৰক্ষীৰ চাৰ্জশ্বীটত চাঞ্চল্যকৰ দাবী

Rahul Gandhi

সংসদত প্ৰধানমন্ত্ৰী মোদী আৰু আদানীৰ পুৰণি ফটো! আক্ৰমণাত্মক ৰাহুল গান্ধী

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd