• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Wednesday, September 16, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home আন্ত: ৰাষ্ট্ৰীয়

‘গোল্ডেন ড’ম’ৰ জৰিয়তে সুৰক্ষাৰ ব্যৱস্থা আমেৰিকাৰ! প্ৰতিৰক্ষাৰ বাবে বিপুল ধনৰাশিৰ ঘোষণা

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
May 21, 2025 10:17 am
2
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

আমেৰিকাৰ ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পে দেশৰ বায়ু প্ৰতিৰক্ষা ব্যৱস্থাক শক্তিশালী কৰিবলৈ ‘গোল্ডেন ড’ম’ নামৰ এক বিশাল ক্ষেপণাস্ত্ৰ প্ৰতিৰক্ষা ব্যৱস্থাৰ ঘোষণা কৰিছে। এই প্ৰকল্পৰ ব্যয় প্ৰায় ১৭৫ বিলিয়ন ডলাৰ, যাৰ বাবে ইতিমধ্যে ২৫ বিলিয়ন ডলাৰ আবণ্টনৰ প্ৰস্তাৱ দিয়া হৈছে। তিনি বছৰৰো কম সময় ভিতৰত এই ব্যৱস্থাৰ নিৰ্মাণ সম্পূৰ্ণ হ’ব বুলি ট্ৰাম্প প্ৰশাসনে আশা প্ৰকাশ কৰিছে। তেওঁ জনসাধাৰণক আশ্বাস দিছে যে এই ব্যৱস্থাই পৃথিৱীৰ যিকোনো স্থানৰ পৰা আনকি মহাকাশৰ পৰা নিক্ষেপ কৰা ক্ষেপণাস্ত্ৰ ধ্বংস কৰিবলৈ সক্ষম হ’ব। ভাৰতৰ ‘আকাশ’ আৰু ইজৰাইলৰ ‘আইৰন ড’ম’ৰ তুলনাত এই প্ৰকল্পৰ ব্যয় বহু বেছি।

‘গোল্ডেন ড’ম’ৰ প্ৰেৰণা সম্ভৱতঃ ভাৰতৰ ‘আকাশ’ বায়ু প্ৰতিৰক্ষা ব্যৱস্থাৰ পৰা আহিছে বহুজনে বুলি খুজে। যিয়ে পাকিস্তানৰ আক্ৰমণ, তুৰ্কীৰ ড্ৰোন, আৰু চীনৰ ক্ষেপণাস্ত্ৰৰ বিৰুদ্ধে কাৰ্যকৰীভাৱে সুৰক্ষা প্ৰদান কৰিছিল।  একেদৰে ইজৰাইলৰ ‘আইৰন ড’ম’ও বিশ্বব্যাপী প্ৰশংসিত, কিন্তু ভাৰতৰ এই কৃতিত্বই আমেৰিকাক নিজৰ প্ৰতিৰক্ষা ব্যৱস্থা উন্নত কৰাৰ প্ৰেৰণা যোগাইছে বুলি ক’ব পাৰি। ট্ৰাম্পে ক্ষমতালৈ অহাৰ পৰাই উচ্চমানৰ ক্ষেপণাস্ত্ৰ প্ৰতিৰক্ষা ব্যৱস্থা গঢ়াৰ প্ৰতিশ্ৰুতি দিছিল, আৰু তেওঁৰ মতে এই কাম ইতিমধ্যে আৰম্ভ হৈছে।

Apply Now

প্ৰকাশিত তথ্য অনুসৰি ‘গোল্ডেন ড’ম’ৰ মূল উদ্দেশ্য হৈছে উপগ্ৰহ ভিত্তিক নেটৱৰ্কৰ জৰিয়তে ক্ষেপণাস্ত্ৰ ধৰা পেলোৱা আৰু অনুসৰণ কৰা। এই ব্যৱস্থাত বৃহৎ সংখ্যক উপগ্ৰহৰ ব্যৱহাৰ কৰা হ’ব, যি সম্পূৰ্ণৰূপে আমেৰিকাত নিৰ্মিত হ’ব। এই প্ৰকল্পই আমেৰিকাৰ সুৰক্ষাক নতুন উচ্চতালৈ লৈ যাব বুলি ট্ৰাম্প প্ৰশাসনৰ বিশ্বাস। তেওঁৰ মতে, এই ব্যৱস্থাই বেলিষ্টিক আৰু হাইপাৰছনিক ক্ষেপণাস্ত্ৰৰ বিৰুদ্ধে কাৰ্যকৰী সুৰক্ষা প্ৰদান কৰিব। এই প্ৰকল্পৰ বিশাল ব্যয়ৰ তুলনাত ভাৰতৰ ‘আকাশ’ আৰু ইজৰাইলৰ ‘আইৰন ড’ম’ৰ ব্যয় যথেষ্ট কম, কিন্তু ‘গোল্ডেন ড’ম’ৰ উচ্চাকাংক্ষী পৰিকল্পনাই আমেৰিকাৰ প্ৰতিৰক্ষাৰ ক্ষেত্ৰত এক নতুন যুগৰ সূচনা কৰিব বুলি আশা প্ৰাকাশ কৰিছে।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

চৰকাৰী নিৰপেক্ষতা নে মত প্ৰকাশৰ অধিকাৰ খৰ্ব? আইপিএছ বুশৰা বানোৰ বদলিয়ে সৃষ্টি কৰিছে দেশজুৰি প্ৰতিক্ৰিয়া

চৰকাৰী নিৰপেক্ষতা নে মত প্ৰকাশৰ অধিকাৰ খৰ্ব? আইপিএছ বুশৰা বানোৰ বদলিয়ে সৃষ্টি কৰিছে দেশজুৰি প্ৰতিক্ৰিয়া

September 16, 2026 10:30 am
চীন আৰু পাকিস্তানলৈ কঠোৰ বাৰ্তা! থৰ মৰুভূমি আৰু হিমালয়ত একেলগে আৰম্ভ হ’ল ভাৰত-আমেৰিকাৰ যুটীয়া সামৰিক অনুশীলন ‘যুদ্ধ অভ্যাস ২০২৬’

চীন আৰু পাকিস্তানলৈ কঠোৰ বাৰ্তা! থৰ মৰুভূমি আৰু হিমালয়ত একেলগে আৰম্ভ হ’ল ভাৰত-আমেৰিকাৰ যুটীয়া সামৰিক অনুশীলন ‘যুদ্ধ অভ্যাস ২০২৬’

September 16, 2026 9:39 am
জছ বাটলাৰৰ যোগ্য উত্তৰাধিকাৰী! অধিনায়কৰ দায়িত্বলৈয়ে টি-২০ত বিশ্ব অভিলেখ গঢ়িলে হেৰী ব্ৰুকে

জছ বাটলাৰৰ যোগ্য উত্তৰাধিকাৰী! অধিনায়কৰ দায়িত্বলৈয়ে টি-২০ত বিশ্ব অভিলেখ গঢ়িলে হেৰী ব্ৰুকে

September 16, 2026 8:35 am
সামাজিক মাধ্যমত শিশুৰ নিৰাপত্তা: কেন্দ্ৰৰ কঠোৰ স্থিতিৰ পাছত মেটাৰ সিদ্ধান্তই আনিবনে যোগাত্মক পৰিৱৰ্তন?

সামাজিক মাধ্যমত শিশুৰ নিৰাপত্তা: কেন্দ্ৰৰ কঠোৰ স্থিতিৰ পাছত মেটাৰ সিদ্ধান্তই আনিবনে যোগাত্মক পৰিৱৰ্তন?

September 16, 2026 7:22 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

চৰকাৰী নিৰপেক্ষতা নে মত প্ৰকাশৰ অধিকাৰ খৰ্ব? আইপিএছ বুশৰা বানোৰ বদলিয়ে সৃষ্টি কৰিছে দেশজুৰি প্ৰতিক্ৰিয়া

চৰকাৰী নিৰপেক্ষতা নে মত প্ৰকাশৰ অধিকাৰ খৰ্ব? আইপিএছ বুশৰা বানোৰ বদলিয়ে সৃষ্টি কৰিছে দেশজুৰি প্ৰতিক্ৰিয়া

September 16, 2026 10:30 am
চীন আৰু পাকিস্তানলৈ কঠোৰ বাৰ্তা! থৰ মৰুভূমি আৰু হিমালয়ত একেলগে আৰম্ভ হ’ল ভাৰত-আমেৰিকাৰ যুটীয়া সামৰিক অনুশীলন ‘যুদ্ধ অভ্যাস ২০২৬’

চীন আৰু পাকিস্তানলৈ কঠোৰ বাৰ্তা! থৰ মৰুভূমি আৰু হিমালয়ত একেলগে আৰম্ভ হ’ল ভাৰত-আমেৰিকাৰ যুটীয়া সামৰিক অনুশীলন ‘যুদ্ধ অভ্যাস ২০২৬’

September 16, 2026 9:39 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd