DMCA.com Protection Status
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Thursday, August 18, 2022
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

শিৱসাগৰ বাণিজ্য মহাবিদ্যালয়ৰ সোণালী জয়ন্তী বৰ্ষ উদযাপনৰ বিপুল প্ৰস্তুতি

পাৰ্শ্বজ্যোতি গগৈ by পাৰ্শ্বজ্যোতি গগৈ
June 25, 2019 7:00 am
FB_IMG_1560066132676

শিৱসাগৰ বাণিজ্য মহাবিদ্যালয়

2.3k
VIEWS
Share on FacebookShare on Twitter

উজনি অসমৰ বাণিজ্য শিক্ষাৰ অগ্ৰণী অনুষ্ঠান হিচাপে পৰিগণিত  হোৱা শিৱসাগৰ বাণিজ্য মহাবিদ্যালয়ে পঞ্চাশটা বছৰ অতিক্ৰম কৰিলে। পঞ্চাশ বছৰ অতিক্ৰম কৰা এই মহাবিদ্যালয়খনৰ সোণালী জয়ন্তী বৰ্ষৰ সামৰণি অনুষ্ঠান  ২৯, ৩০ জুন আৰু ১ জুলাইত তিনিদিনীয়া কাৰ্যসূচীৰে মহাবিদ্যালয়ৰ প্ৰঙ্গণত অনুষ্ঠিত কৰা হ’ব।

সামৰণি অনুষ্ঠানৰ লগত সংগতি ৰাখি ৩০ জুন দেওবাৰে দিনৰ দুই বজাৰ পৰা নিশা ৯ বজালৈ  প্ৰাক্তন ছাত্ৰ-ছাত্ৰীৰ বৰ্ণিল অনুষ্ঠান এটা অনুষ্ঠিত কৰা হ’ব।

অনুষ্ঠানটিৰ শুভ উদ্ধোধন কৰিব গুৱাহাটী কমাৰ্চ কলেজৰ অধ্যক্ষ তথা শিৱসাগৰ বাণিজ্য মহাবিদ্যালয়ৰ প্ৰাক্তন অধ্যাপক হোমেশ্বৰ কলিতাই । ইয়াৰ পাছতেই অনুষ্ঠিত হ’ব প্ৰাক্তন ছাত্ৰ ছাত্ৰীৰ এক অন্তৰংগ আলাপ অনুষ্ঠান। অনুষ্ঠানত ১৯৬৯ চনৰ পৰা ২০১৮ বৰ্ষৰ প্ৰাক্তন ছাত্ৰ ছাত্ৰী সকলে অংশ গ্ৰহণ কৰি সেই সোণালী দিনৰ স্মৃতি ৰোমন্থন কৰি নষ্টালজিক হৈ পৰিব পৰাকৈ এক পৰিবেশ সৃষ্টি কৰিবলৈ এলুমিনি এচ’চিয়েচনে অপ্ৰাণ চেষ্ঠা অব্যাহত ৰাখিছে।

অন্তৰংগ আলাপৰ সমান্তৰালকৈ  অনুষ্ঠিত হ’ব বহু হাস্যমধুৰ অনুষ্ঠান।  সন্ধিয়া ৬ বজাৰ পৰা অনুষ্ঠিত হ’ব সাংস্কৃতিক অনুষ্ঠান।  সাস্কৃতিক অনুষ্ঠানত অসমৰ সংগীত জগতত দপদপাই থকা  মহাবিদ্যালয়খনৰ বহুকেইগৰাকী প্ৰাক্তন ছাত্ৰ ছাত্ৰীয়ে অংশ গ্ৰহণ কৰাৰ লগতে অসমৰ জনপ্ৰিয় কণ্ঠ শিল্পী কুসুম কৈলাশে সংগীতানুষ্ঠান পৰিবেশন কৰিব।

আনহাতে, ১ জুলাইত পুৱা ৮. ৩০ বজাত অসম তথা ভাৰতবৰ্ষৰ বিভিন্ন কলা কৃষ্টি সংস্কৃতিৰে সমৃদ্ধ এক সাংস্কৃতিক সোভাযাত্ৰা উলিওৱা হ’ব।  সাংস্কৃতিক সোভাযাত্ৰাত প্ৰাক্তন ছাত্ৰ-ছাত্ৰী সকলেও অংশ গ্ৰহণ কৰিব।

উক্ত দুয়ো দিনৰ কাৰ্যসূচীত প্ৰাক্তন ছাত্ৰ-ছাত্ৰী সন্মিলনীৰ তৰফৰ পৰা সভাপতি অনুৰাগ শৰ্মা আৰু সম্পাদক মানসপ্ৰতীম গগৈৰ লগতে প্ৰাক্তন ছাত্ৰ নৰেন চেতিয়া, প্ৰদীপ খেমকা, অনিল গুপ্তা, জীৱন দে, হেমকান্ত গগৈ, নন্দকিশোৰ চাহু,  কাৰ্তিক দে, ৰাজেশ চন্দক, ৰণদ্বীপ হাজৰিকা,নয়ন দত্ত,  ৰাজীৱ বৰা ,  মৃদুল গগৈ, ৰাজীৱ শৰ্মা, কুমুদ দিহিঙ্গীয়া, জিতুজ্যোতি গায়ন, দিপ্তী বৰা, জেচমিন দে, মৃদুল চেতিয়াপাটৰ আৰু প্ৰশান্ত দাসে  সকলো প্ৰাক্তন ছাত্ৰ-ছাত্ৰীক অংশ গ্ৰহণ কৰি অনুষ্ঠানটো সাফল্য মণ্ডিত কৰি তুলিবলৈ আহ্বান জনায়

Recent News

বঙাইগাঁৱৰ পোপৰাগাঁৱত বিৰল প্ৰজাতিৰ অতি বিষাক্ত ৰাছেল ভাইপাৰ সাপ উদ্ধাৰ

বঙাইগাঁৱৰ পোপৰাগাঁৱত বিৰল প্ৰজাতিৰ অতি বিষাক্ত ৰাছেল ভাইপাৰ সাপ উদ্ধাৰ

বৃহত্তৰ বঙাইগাঁও প্ৰেছ ক্লাব আৰু বঙাইগাঁও জিলা পৰিবহণ বিভাগৰ উদ্যোগত ‘জাতীয় পতাকাৰ স্বকীয়তা-মৰ্যাদা অক্ষুণ্ণ ৰাখক ‘ শীৰ্ষক সচেতনতামূলক কাৰ্যসূচী

বৃহত্তৰ বঙাইগাঁও প্ৰেছ ক্লাব আৰু বঙাইগাঁও জিলা পৰিবহণ বিভাগৰ উদ্যোগত ‘জাতীয় পতাকাৰ স্বকীয়তা-মৰ্যাদা অক্ষুণ্ণ ৰাখক ‘ শীৰ্ষক সচেতনতামূলক কাৰ্যসূচী

Biological clock of human body জৈৱিক ঘড়ীৰ বিষয়ে জানেনে আপুনি?

Biological clock of human body জৈৱিক ঘড়ীৰ বিষয়ে জানেনে আপুনি?

’আমাক জীয়াই থাকিবলৈ দিয়ক’, কাশ্মীৰী পণ্ডিতৰ প্ৰতিবাদত কঁপি উঠিল কাশ্মীৰ উপত্যকা

’আমাক জীয়াই থাকিবলৈ দিয়ক’, কাশ্মীৰী পণ্ডিতৰ প্ৰতিবাদত কঁপি উঠিল কাশ্মীৰ উপত্যকা

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd