• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Tuesday, July 7, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

দুৰ্ঘটনাত আহত সোণালী বান্দৰ: মুহূৰ্ততে বঙাইগাঁও জিলা প্ৰশাসনে গ্ৰহণ কৰিলে এইবোৰ সিদ্ধান্ত

প্ৰণৱ কুমাৰ ডেকা by প্ৰণৱ কুমাৰ ডেকা
May 15, 2021 7:59 pm
kkkkkkkk1222
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

বঙাইগাঁও জিলাৰ অভয়াপুৰীৰ নিকটৱৰ্তী দেওহাটীৰ ৰাজ্যিক ঘাইপথত আজি পুৱা প্ৰায় ১০-৩০ বজাত এটি সোণালী বান্দৰ দুৰ্ঘটনাত আহতপ্ৰাপ্ত হয়। তাৰ অলপ পিছতে সেই ঠাইত উপস্থিত হয় বঙাইগাঁও জিলাৰ উপায়ুক্ত ডা:এম এচ লক্ষ্মী প্ৰিয়া ৷

সেই সময়ত উপায়ুক্তগৰাকী উত্তৰ শালমাৰা মহকুমা এলেকাৰ ক’ভিড ভেকচিন প্ৰদান কাৰ্যসূচী পৰিদৰ্শন কৰি উভতি আহি আছিল। পিছত ততালিকে বন বিভাগৰ বিষয়াক অৱগত কৰাত ঘটনাস্থলীত বন বিভাগৰ লোক উপস্থিত হৈ আঘাতপ্ৰাপ্ত সোণালী বান্দৰটো উদ্ধাৰ কৰি উন্নত চিকিৎসাৰ বাবে বি টি এ ডিৰ চৰাইখোলাত থকা বন্য প্ৰাণী উদ্ধাৰ কেন্দ্ৰলৈ লৈ যায়।

Apply Now

ইয়াৰ পিছতে এই ঘটনাৰ যাতে পুনাৰাবৃত্তি নহয় তাৰ বাবে জিলা প্ৰশাসন আৰু বন বিভাগে আলোচনা কৰি কেইটামান সিদ্ধান্ত গ্ৰহণ কৰে। সেই সিদ্ধান্ত অনুসৰি ৰাষ্ট্ৰীয় ঘাইপথ-১১৭ ৰ হাপাচাৰাৰ পৰা টুলুঙীয়ালৈকে বন্যপ্ৰাণী( সোণালী বান্দৰ) ক’ৰিডৰ এলেকাৰ কেইবা ঠাইতো গাড়ীচালকৰ দৃষ্টিগোচৰ হোৱাকৈ কেবাখনো চাইনবোৰ্ড লগোৱা হ’ব যাতে গাড়ীচালকে সেই ঠাইখিনিত গাড়ী লাহে লাহে চলায়।

আনহাতে হাপাচাৰা বীট অফিচৰ পৰা উজান ৰাভাপাৰা পৰ্যন্ত ঠাইখিনিত নতুন ঘাইপথ নিৰ্মাণৰ সময়ত ওপৰেৰে সোণালী বান্দৰ সুকলমে পাৰ হৈ যাব পৰাকৈ জখলা পথ বনোৱাৰ সিদ্ধান্ত গ্ৰহণ কৰে ৰাষ্ট্ৰীয় ঘাইপথ আৰু আন্তঃগাঁথনি উন্নয়ন নিগমে।

আনহাতে ইতিমধ্যে সোণালী বান্দৰৰ বিচৰণস্থলী কাকৈজানা সংৰক্ষিত বনাঞ্চলৰ ওচৰত সোণালী বান্দৰৰ সুৰক্ষাৰ বাবে বৈদ্যুতিক তাঁৰসমূহ নিলগাই ৰখা হৈছে ৷ সোণালী বান্দৰ দুৰ্ঘটনাগ্ৰস্ত হোৱা ঘটনা ভৱিষ্যতে নহ’বলৈ জিলা উপায়ুক্তগৰাকীয়ে এই সন্দৰ্ভত ব্যৱস্থা গ্ৰহণৰ বাবে কি পদক্ষেপ ল’লে ভাল হ’ব তাৰ বাবে জিলা উন্নয়ন আয়ুক্তৰ অধীনত এখন সমিতি গঠন কৰি দিছে।

এই সমিতিত জিলা উন্নয়ন আয়ুক্তৰ উপৰি বন বিভাগ, পৰিবহন বিভাগ আৰু লোক নিৰ্মাণ বিভাগৰ বিষয়াকো অন্তৰ্ভূক্ত কৰা হৈছে। উক্ত সমিতিৰ শনিবাৰে প্ৰথমখন সভাত কেইটামান পৰামৰ্শ আগবঢ়ায়।

সেইমতে বন বিভাগে সোণালী বান্দৰে পথ অতিক্ৰম কৰা স্থানসমূহত চাইনবোৰ্ড লগাব যাতে গাড়ীচালকসকলে সেই ঠাইখিনিত গাড়ী লাহে লাহে চলায়।

তদুপৰি যিহেতু মূৰৰ ওপৰেৰে যাব পৰাকৈ জখলা পথ বনাওঁতে কিছু পলম হ’ব গতিকে তৎকালীন ব্যৱস্থা হিচাপে সদ্যহতে ৰাষ্ট্ৰীয় ঘাইপথ আৰু আন্তঃগাঁথনি উন্নয়ন নিগমে উক্ত ঠাইত ১২ টা গতি ৰোধক থকাকৈ ৰাম্বল ষ্ট্ৰীপ বনাব লাগিব৷ ইপিনে শনিবাৰৰ ঘটনাটো যিহেতু বন্যপ্ৰাণী( সোণালী বান্দৰ) ক’ৰিডৰৰ বাহিৰৰ বেলেগ ঠাইত সংঘটিত হৈছে, গতিকে বন বিভাগে সোণালী বান্দৰৰ নতুন বিচৰণস্থলী চিনাক্ত কৰি এইবিলাকৰ সুৰক্ষিত বিচৰণ নিশ্চিত কৰিব লাগিব ৷

সমিতিখনৰ এই পৰামৰ্শসমূহ জিলা উপায়ুক্তগৰাকীয়ে সোণালী বান্দৰৰ সুৰক্ষাৰ বাবে সংশ্লিষ্ট বিভাগসমূহক যথা সম্ভৱ সোনকালে বাস্তৱায়িত কৰিবলৈ নিৰ্দেশ দিয়ে।

প্ৰণৱ কুমাৰ ডেকা

প্ৰণৱ কুমাৰ ডেকা

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

ভাৰতীয় পুতলা নিৰ্মাতাসকলক বিশ্বৰ বৃহৎ বজাৰ দখল কৰিবলৈ আহ্বান নিৰ্মলা সীতাৰমণৰ

ভাৰতীয় পুতলা নিৰ্মাতাসকলক বিশ্বৰ বৃহৎ বজাৰ দখল কৰিবলৈ আহ্বান নিৰ্মলা সীতাৰমণৰ

July 7, 2026 8:43 pm
প্ৰকৃত তৃণমূল কোনটো? উত্তৰৰ বাবে ঋতব্ৰত গোটক সময়সীমা বান্ধি দিলে নিৰ্বাচন আয়োগে

প্ৰকৃত তৃণমূল কোনটো? উত্তৰৰ বাবে ঋতব্ৰত গোটক সময়সীমা বান্ধি দিলে নিৰ্বাচন আয়োগে

July 7, 2026 8:41 pm
তাজমহল আচলতে হিন্দু মন্দিৰ ‘তেজো মহালয়’ নেকি? কেন্দ্ৰীয় চৰকাৰৰ পৰা উত্তৰ বিচাৰিলে এলাহাবাদ উচ্চ ন্যায়ালয়ে

তাজমহল আচলতে হিন্দু মন্দিৰ ‘তেজো মহালয়’ নেকি? কেন্দ্ৰীয় চৰকাৰৰ পৰা উত্তৰ বিচাৰিলে এলাহাবাদ উচ্চ ন্যায়ালয়ে

July 7, 2026 8:22 pm
পুৰণি গাড়ীৰ মটৰ আৰু ৰবৰৰ অংশ নষ্ট কৰিব পাৰে ই ২০ ইন্ধনে, পোহৰলৈ আহিল এআৰএআইৰ গোপন প্ৰতিবেদন

পুৰণি গাড়ীৰ মটৰ আৰু ৰবৰৰ অংশ নষ্ট কৰিব পাৰে ই ২০ ইন্ধনে, পোহৰলৈ আহিল এআৰএআইৰ গোপন প্ৰতিবেদন

July 7, 2026 7:33 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

ভাৰতীয় পুতলা নিৰ্মাতাসকলক বিশ্বৰ বৃহৎ বজাৰ দখল কৰিবলৈ আহ্বান নিৰ্মলা সীতাৰমণৰ

ভাৰতীয় পুতলা নিৰ্মাতাসকলক বিশ্বৰ বৃহৎ বজাৰ দখল কৰিবলৈ আহ্বান নিৰ্মলা সীতাৰমণৰ

July 7, 2026 8:43 pm
প্ৰকৃত তৃণমূল কোনটো? উত্তৰৰ বাবে ঋতব্ৰত গোটক সময়সীমা বান্ধি দিলে নিৰ্বাচন আয়োগে

প্ৰকৃত তৃণমূল কোনটো? উত্তৰৰ বাবে ঋতব্ৰত গোটক সময়সীমা বান্ধি দিলে নিৰ্বাচন আয়োগে

July 7, 2026 8:41 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd