DMCA.com Protection Status
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Thursday, May 19, 2022
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home Popular Stories

আশাৰ ৰেঙনি, কিছুদিনৰ পিছতে কমিব ক’ৰ’না ভাইৰাছৰ সংক্ৰমণ! গৱেষকৰ দাবী

এন ই নাও নিউজ by এন ই নাও নিউজ
March 28, 2020 6:21 pm
48 persons test COVID-19 positive in Tripura on Friday

প্ৰতিনিধিত্বমূলক ফটো

82.5k
VIEWS
Share on FacebookShare on Twitter

ইতিমধ্যে দেশত ৮৭৩ জন লোক মাৰাত্মক ক’ৰ’না ভাইৰাছৰ দ্বাৰা আক্ৰান্ত হোৱাৰ বিপৰীতে ১৯ জন আক্ৰান্তৰ মত্যু ঘটিছে।

ক’ৰ’না ভাইৰাছ প্ৰতিৰোধৰ বাবে দেশত জাৰি কৰা হৈছে ২১ দিনীয়া ল’কডাউন।

তেনে এক পৰিৱেশৰ মাজতে এক আশাৰ ৰেঙনি আনিছে কিছুসংখ্যক চিকিৎসক-গৱেষকে।

ক’ৰ’না আক্ৰান্তৰ শৰীৰত বিভিন্ন ঔষধ তথা প্ৰতিষেধক ব্যৱহাৰ কৰিও অদ্যপৰিমিত সফল হোৱা নাই চিকিৎসা বিজ্ঞানী তথা গৱেষকসকল। বৰ্তমানলৈকে আৱিস্কাৰ হোৱা নাই মাৰাত্মক ক’ৰ’না ভাইৰাছৰ প্ৰতিষেধক।

অৱেশ্যে প্ৰতিষেধক তথা ঔষধ আৱিস্কাৰৰ বাবে যথেষ্ট পৰিশ্ৰম কৰা দেখা গৈছে বিশ্বৰ বিভিন্ন চিকৎসাবিজ্ঞানীসকল।

তেনে সময়তে মাচাচুচেট্ছ ইন্সটিটিউট অফ টেকন’লজিৰ গৱেষকসকলে কিছু আশাৰ বতৰা আনিছে। তেওঁলোকৰ গৱেষণাত প্ৰকাশ পাইছে যে ক’ৰ’না সংক্ৰমণৰ মূলত দুটি মানদণ্ড পোৱা গৈছে, তাপামাত্ৰা আৰু আৰ্দ্ৰতা। গৱেষণাৰ মতে বিশ্বৰ ৯০ শতাংশ সংক্ৰমিত ব্যক্তিৰ দেশৰ তাপমাত্ৰাৰ হৈছে ৩ ডিগ্ৰীৰ পৰা ১৭ ডিগ্ৰী।

গৱেষক ইউচুফ জামিলে জানিবলৈ দিয়া মতে নিম্ন তাপমাত্ৰা আৰু আৰ্দ্ৰতা সৈতেহে এই ভাইৰাছৰ সংযোগ অধিক ঘনিষ্ঠৰূপত দেখা গৈছে। তেওঁৰ বৰ্ধিত তাপমানৰ সৈতে ভাইৰাছ বিধৰ কোনো সংযোগ নাই।

গৱেষণাৰ মতে যিসমূহ ঠাইত আৰ্দ্ৰতা বৃদ্ধি পাব সেইবোৰ ঠাইতহে ভাইৰাছবিধ সংক্ৰমণৰ বৃদ্ধি পোৱাৰ সম্ভাৱনা আছে। উষ্ণতা বৃদ্ধি পোৱা ঠাই যেনে আমেৰিকাৰ ফ্ল’ৰিডাৰ তথা গ্ৰীষ্ম প্ৰধান দেশ ভাৰত, ব্ৰাজিল, মালয়েছিয়া আদিতো ভাইৰাছবিধ সংক্ৰমণ হ’লেও উষ্ণতা বৃদ্ধি পোৱাৰ ফলত ভাইৰাছবিধৰ সংক্ৰমণৰ মাত্ৰা কমি আহিব বুলি ধাৰণা কৰিছে গৱেষকসকলে।

উল্লেখ্য যে ভাৰতত এপ্ৰিলৰ শেষ তথা মে’ মাহৰ পৰা তাপমান বৃদ্ধি পায়।

Tags: COVID19

Recent News

SC to hear Gyanvapi Mosque case

জ্ঞানৱাপী মছজিদ বিতৰ্ক: শুকুৰবাৰে শুনানি গ্ৰহণ কৰিব উচ্চতম ন্যায়ালয়ে

Navjot Sidhu Gets 1 Year In jail

৩৪ বছৰ পুৰণি গোচৰত এবছৰ কাৰাদণ্ডৰ শাস্তিৰে দণ্ডিত প্ৰাক্তন ক্ৰিকেটাৰ, কংগ্ৰেছ নেতা নৱজ্যোত সিং সিদ্ধু

ৰাইজৰ দলৰ প্ৰতিবাদত বাধা আৰক্ষী প্ৰশাসনৰ; সমদলকাৰীক আধা বাটতে আৱদ্ধ কৰিলে আৰক্ষীয়ে

ৰাইজৰ দলৰ প্ৰতিবাদত বাধা আৰক্ষী প্ৰশাসনৰ; সমদলকাৰীক আধা বাটতে আৱদ্ধ কৰিলে আৰক্ষীয়ে

শালকোচাত দুই চোৰাং চিকাৰীক আটক, দুটা মৃত কেটেলা পহু উদ্ধাৰ

শালকোচাত দুই চোৰাং চিকাৰীক আটক, দুটা মৃত কেটেলা পহু উদ্ধাৰ

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd