• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Wednesday, September 17, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

গ্ৰাহকলৈ এয়াৰটেলৰ বিশেষ সুবিধা প্ৰদান : তিনিটা প্লেনত গ্ৰাহকে লাভ কৰিব ফ্ৰী ডাটা

এন ই নাও নিউজ by এন ই নাও নিউজ
August 30, 2020 7:36 pm
index.jpgn
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

কিছুদিন পূৰ্বে এয়াৰেটলৰ অধ্যক্ষ সুনীল মিট্টালে এয়াৰটেলৰ ডাটা প্লেনসমূহৰ মূল্য বৃদ্ধি কৰা হ’ব বুলি ইয়াৰ গ্ৰাহকসকলক জনাইছিল।

মিট্টালে এক ইঙ্গিত প্ৰদান কৰি কৈছিল যে এয়াৰটেলৰ প্ৰতি ১ জিবি ডাটাৰ বাবে গ্ৰাহকসকলে ১০০ টকা ভৰিবলৈ সাজু থাকিব লাগিব।

কিন্তু সেই ইঙ্গিতৰ মাজতে এয়াৰটেলে ইয়াৰ গ্ৰাহকসকলৰ বাবে কিছু স্বস্তি প্ৰদান কৰি ফ্ৰী ডাটা কুপন আগবঢ়াইছে।

টেলিকম সেৱাৰ প্ৰতিষ্ঠানটোৱে এক নতুন ঘোষণা কৰি জনাইছে যে এয়াৰটেলৰ ডাটা ইউজাৰসকলে তিনিটা প্লেন ৰিচাৰ্জ কৰিলে ডাটা ফ্ৰীৰ কুপন লাভ কৰিব।

প্ৰতিষ্ঠানটোৱে জনোৱা অনুসৰি ২৮৯ টকা, ৪৪৮ টকা আৰু ৫৯৯ টকা মূল্যৰ প্ৰিপেইড প্লেন কেইটা এয়াৰটেল থেংকছ এপছৰ দ্বাৰা ৰিচাৰ্জ কৰিলে এই ফ্ৰী ডাটাৰ কুপন লাভ কৰিবলৈ সক্ষম হ’ব।

উক্ত থেংকছ এপছৰ দ্বাৰা উপৰোক্ত প্ৰিপেইড প্লেন কেইটাৰ যিকোনো এটা ৰিচাৰ্জ কৰাৰ পিছত গ্ৰাহকে ফ্ৰীকৈ লাভ কৰা সুবিধাসমূহ এছ এম এছ দ্বাৰা গ্ৰাহকজনক জানোৱা হ’ব।

২৮৯ টকাৰ প্ৰিপেইড প্লেনত ইউজাৰে প্ৰতিদিনে ডেৰ জিবিকৈ ডাটা লাভ কৰাৰ লগতে আনলিমিটেড কল আৰু ১০০ এছ এম এছৰ সুবিধা লাভ কৰিব। ইয়াৰ লগতে ইউজাৰে XStrem চাৰ্ভিছ, ফ্ৰী হেল্ল’টিউন আৰু Zee5 প্ৰিমিয়ামৰ চাবস্ক্ৰীপশ্যনো পাব। ইয়াৰ বাবে ১ জিবি কৈ দুখন কুপন লাভ কৰিব ইউজাৰে। প্লেনটোৰ ম্যাদ ২৮ দিন।

৪৪৮ টকা প্ৰিপেইড ৰিচাৰ্জ কৰিলে গ্ৰাহকে Disney+HotStarৰ VIP চাবস্ক্ৰীপশ্যন লাভ কৰিব। ইয়াৰ লগতে দৈনিক ৩ জিবিকৈ ডাটা, আনলিমিটেড কল আৰু ১০০ টা এছ এম এছৰ সুবিধা লাভ কৰিব গ্ৰাহকে। XStrem চাৰ্ভিছ আৰু হেল্ল’টিউন ফ্ৰী পাব লগীয়া এই প্লেনৰ ম্যাদ ২৮ দিন। এই প্লেনটো ১ জিবিকৈ দুটা কুপন লাভ কৰিব গ্ৰাহকে।

৫৯৯ টকাৰ প্লেনত ৪৪৮ টকাৰ প্লেনত পোৱা আটাইবোৰ সুবিধা লাভ কৰিব গ্ৰাহকে। অৱশ্যে এই ২৮ দিনীয়া ম্যাদৰ প্লেনটোত ১ জিবিকৈ গ্ৰাহকে ৪ টা কুপন লাভ কৰিব আৰু ইয়াৰ ম্যাদ হ’ব ৫৬ দিন।

ইয়াৰ উপৰি ২৪৯, ২৭৯, ২৯৮, ৩৪৯, ৩৮৯, ৩৯৯, ৪৪৯, ৫৫৮, ৫৯৮ আৰু ৬৯৮ টকাৰ প্লেনবোৰতো গ্ৰাহকে ফ্ৰী কুপন ব্যৱহাৰ কৰাৰ সুবিধা উপভোগ কৰিব পাৰিব।

এন ই নাও নিউজ

এন ই নাও নিউজ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

ট্ৰাম্পৰ পাছত পুটিনে ফোনযোগে মোদীক জনালে জন্মদিনৰ শুভেচ্ছা

ট্ৰাম্পৰ পাছত পুটিনে ফোনযোগে মোদীক জনালে জন্মদিনৰ শুভেচ্ছা

September 17, 2025 9:31 pm
কেগৰ প্ৰতিবেদনত উন্মোচিত হৈছে গুজৰাটৰ শ্ৰমিক কল্যাণ ব’ৰ্ডৰ বৃ্হৎ অনিয়ম

কেগৰ প্ৰতিবেদনত উন্মোচিত হৈছে গুজৰাটৰ শ্ৰমিক কল্যাণ ব’ৰ্ডৰ বৃ্হৎ অনিয়ম

September 17, 2025 8:36 pm
EVM বেলটত এতিয়াৰে পৰা থাকিব প্ৰাৰ্থীৰ ৰঙীণ ফটো! বিহাৰৰ পৰাই আৰম্ভ হ’ব এই ব্যৱস্থা

EVM বেলটত এতিয়াৰে পৰা থাকিব প্ৰাৰ্থীৰ ৰঙীণ ফটো! বিহাৰৰ পৰাই আৰম্ভ হ’ব এই ব্যৱস্থা

September 17, 2025 7:24 pm
ধীৰৌলি কয়লা খনি প্ৰকল্পৰ বিৰুদ্ধে উত্থাপিত অভিযোগ খণ্ডন কৰাৰ বাবে কেন্দ্ৰক তীব্ৰ সমালোচনা জয়ৰাম ৰমেশৰ

ধীৰৌলি কয়লা খনি প্ৰকল্পৰ বিৰুদ্ধে উত্থাপিত অভিযোগ খণ্ডন কৰাৰ বাবে কেন্দ্ৰক তীব্ৰ সমালোচনা জয়ৰাম ৰমেশৰ

September 17, 2025 7:04 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

ট্ৰাম্পৰ পাছত পুটিনে ফোনযোগে মোদীক জনালে জন্মদিনৰ শুভেচ্ছা

ট্ৰাম্পৰ পাছত পুটিনে ফোনযোগে মোদীক জনালে জন্মদিনৰ শুভেচ্ছা

September 17, 2025 9:31 pm
কেগৰ প্ৰতিবেদনত উন্মোচিত হৈছে গুজৰাটৰ শ্ৰমিক কল্যাণ ব’ৰ্ডৰ বৃ্হৎ অনিয়ম

কেগৰ প্ৰতিবেদনত উন্মোচিত হৈছে গুজৰাটৰ শ্ৰমিক কল্যাণ ব’ৰ্ডৰ বৃ্হৎ অনিয়ম

September 17, 2025 8:36 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd