• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Thursday, July 2, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

গ্ৰাহকলৈ এয়াৰটেলৰ বিশেষ সুবিধা প্ৰদান : তিনিটা প্লেনত গ্ৰাহকে লাভ কৰিব ফ্ৰী ডাটা

এন ই নাও নিউজ by এন ই নাও নিউজ
August 30, 2020 7:36 pm
index.jpgn
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

কিছুদিন পূৰ্বে এয়াৰেটলৰ অধ্যক্ষ সুনীল মিট্টালে এয়াৰটেলৰ ডাটা প্লেনসমূহৰ মূল্য বৃদ্ধি কৰা হ’ব বুলি ইয়াৰ গ্ৰাহকসকলক জনাইছিল।

মিট্টালে এক ইঙ্গিত প্ৰদান কৰি কৈছিল যে এয়াৰটেলৰ প্ৰতি ১ জিবি ডাটাৰ বাবে গ্ৰাহকসকলে ১০০ টকা ভৰিবলৈ সাজু থাকিব লাগিব।

Apply Now

কিন্তু সেই ইঙ্গিতৰ মাজতে এয়াৰটেলে ইয়াৰ গ্ৰাহকসকলৰ বাবে কিছু স্বস্তি প্ৰদান কৰি ফ্ৰী ডাটা কুপন আগবঢ়াইছে।

টেলিকম সেৱাৰ প্ৰতিষ্ঠানটোৱে এক নতুন ঘোষণা কৰি জনাইছে যে এয়াৰটেলৰ ডাটা ইউজাৰসকলে তিনিটা প্লেন ৰিচাৰ্জ কৰিলে ডাটা ফ্ৰীৰ কুপন লাভ কৰিব।

প্ৰতিষ্ঠানটোৱে জনোৱা অনুসৰি ২৮৯ টকা, ৪৪৮ টকা আৰু ৫৯৯ টকা মূল্যৰ প্ৰিপেইড প্লেন কেইটা এয়াৰটেল থেংকছ এপছৰ দ্বাৰা ৰিচাৰ্জ কৰিলে এই ফ্ৰী ডাটাৰ কুপন লাভ কৰিবলৈ সক্ষম হ’ব।

উক্ত থেংকছ এপছৰ দ্বাৰা উপৰোক্ত প্ৰিপেইড প্লেন কেইটাৰ যিকোনো এটা ৰিচাৰ্জ কৰাৰ পিছত গ্ৰাহকে ফ্ৰীকৈ লাভ কৰা সুবিধাসমূহ এছ এম এছ দ্বাৰা গ্ৰাহকজনক জানোৱা হ’ব।

২৮৯ টকাৰ প্ৰিপেইড প্লেনত ইউজাৰে প্ৰতিদিনে ডেৰ জিবিকৈ ডাটা লাভ কৰাৰ লগতে আনলিমিটেড কল আৰু ১০০ এছ এম এছৰ সুবিধা লাভ কৰিব। ইয়াৰ লগতে ইউজাৰে XStrem চাৰ্ভিছ, ফ্ৰী হেল্ল’টিউন আৰু Zee5 প্ৰিমিয়ামৰ চাবস্ক্ৰীপশ্যনো পাব। ইয়াৰ বাবে ১ জিবি কৈ দুখন কুপন লাভ কৰিব ইউজাৰে। প্লেনটোৰ ম্যাদ ২৮ দিন।

৪৪৮ টকা প্ৰিপেইড ৰিচাৰ্জ কৰিলে গ্ৰাহকে Disney+HotStarৰ VIP চাবস্ক্ৰীপশ্যন লাভ কৰিব। ইয়াৰ লগতে দৈনিক ৩ জিবিকৈ ডাটা, আনলিমিটেড কল আৰু ১০০ টা এছ এম এছৰ সুবিধা লাভ কৰিব গ্ৰাহকে। XStrem চাৰ্ভিছ আৰু হেল্ল’টিউন ফ্ৰী পাব লগীয়া এই প্লেনৰ ম্যাদ ২৮ দিন। এই প্লেনটো ১ জিবিকৈ দুটা কুপন লাভ কৰিব গ্ৰাহকে।

৫৯৯ টকাৰ প্লেনত ৪৪৮ টকাৰ প্লেনত পোৱা আটাইবোৰ সুবিধা লাভ কৰিব গ্ৰাহকে। অৱশ্যে এই ২৮ দিনীয়া ম্যাদৰ প্লেনটোত ১ জিবিকৈ গ্ৰাহকে ৪ টা কুপন লাভ কৰিব আৰু ইয়াৰ ম্যাদ হ’ব ৫৬ দিন।

ইয়াৰ উপৰি ২৪৯, ২৭৯, ২৯৮, ৩৪৯, ৩৮৯, ৩৯৯, ৪৪৯, ৫৫৮, ৫৯৮ আৰু ৬৯৮ টকাৰ প্লেনবোৰতো গ্ৰাহকে ফ্ৰী কুপন ব্যৱহাৰ কৰাৰ সুবিধা উপভোগ কৰিব পাৰিব।

এন ই নাও নিউজ

এন ই নাও নিউজ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

অত্যাধিক প্ৰটিন আপোনাৰ কিডনীৰ বাবে বিপদজনক নেকি? চিকিৎসকৰ ডাঙৰ সতৰ্কবাণী

অত্যাধিক প্ৰটিন আপোনাৰ কিডনীৰ বাবে বিপদজনক নেকি? চিকিৎসকৰ ডাঙৰ সতৰ্কবাণী

July 2, 2026 6:40 am
হোৱাটছএপৰ ইউজাৰনেম ব্যৱস্থা বন্ধ কৰিবলৈ মেটাক নিৰ্দেশ চৰকাৰৰ, ৩ দিনৰ ভিতৰত বিচাৰিলে উত্তৰ

হোৱাটছএপৰ ইউজাৰনেম ব্যৱস্থা বন্ধ কৰিবলৈ মেটাক নিৰ্দেশ চৰকাৰৰ, ৩ দিনৰ ভিতৰত বিচাৰিলে উত্তৰ

July 1, 2026 9:26 pm
কৰ্পোৰেট পৃথিৱীৰ মানসিক চাপে মাতি আনিছে নেকি মৃত্যু? আন্তৰ্জাতিক শ্ৰম সংস্থাৰ এক উদ্বেগজনক প্ৰতিবেদন

কৰ্পোৰেট পৃথিৱীৰ মানসিক চাপে মাতি আনিছে নেকি মৃত্যু? আন্তৰ্জাতিক শ্ৰম সংস্থাৰ এক উদ্বেগজনক প্ৰতিবেদন

July 1, 2026 9:16 pm
তামিলনাডু চৰকাৰৰ পাঠ্যক্ৰম প্ৰস্তুতকৰণ সমিতি পুনৰ গঠন: ইছৰোৰ প্ৰাক্তন মুৰব্বী ময়িলস্বামী আন্নাডুৰাইক অধ্যক্ষৰ দায়িত্ব

তামিলনাডু চৰকাৰৰ পাঠ্যক্ৰম প্ৰস্তুতকৰণ সমিতি পুনৰ গঠন: ইছৰোৰ প্ৰাক্তন মুৰব্বী ময়িলস্বামী আন্নাডুৰাইক অধ্যক্ষৰ দায়িত্ব

July 1, 2026 8:58 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

অত্যাধিক প্ৰটিন আপোনাৰ কিডনীৰ বাবে বিপদজনক নেকি? চিকিৎসকৰ ডাঙৰ সতৰ্কবাণী

অত্যাধিক প্ৰটিন আপোনাৰ কিডনীৰ বাবে বিপদজনক নেকি? চিকিৎসকৰ ডাঙৰ সতৰ্কবাণী

July 2, 2026 6:40 am
হোৱাটছএপৰ ইউজাৰনেম ব্যৱস্থা বন্ধ কৰিবলৈ মেটাক নিৰ্দেশ চৰকাৰৰ, ৩ দিনৰ ভিতৰত বিচাৰিলে উত্তৰ

হোৱাটছএপৰ ইউজাৰনেম ব্যৱস্থা বন্ধ কৰিবলৈ মেটাক নিৰ্দেশ চৰকাৰৰ, ৩ দিনৰ ভিতৰত বিচাৰিলে উত্তৰ

July 1, 2026 9:26 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd