• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Tuesday, January 26, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home Popular Stories

গ্ৰাহকৰ বাবে সুখবৰ : পহিলা আগষ্টৰ পৰা কমিব বাইকসহ চাৰিচকীয়া গাড়ীৰ মূল্য

NE NOW NEWS এন ই নাও নিউজ
গুৱাহাটী , July 30, 2020 12:03 pm

1 min read

images.jpgm
8.5k
VIEWS
Share on FacebookShare on Twitter

পহিলা আগষ্টৰ পৰা দুচকীয়া আৰু চাৰিচকীয়া বাহনৰ দাম কমিব।

ভাৰতৰ বীমা নিয়ন্ত্ৰক সংস্থা ইঞ্চুৰেন্স ৰেগুলেটৰী এণ্ড ডেভল’পমেন্ট অৰ্থ’ৰিটি অৱ ইণ্ডিয়া (Insurance Regulatory and Development Authority of India)এ প্ৰৱৰ্তন কৰা এক নতুন নিয়মৰ বাবে কমিব বাহনসমূহৰ মূল্য।

বীমা নিয়ন্ত্ৰক সংস্থাটোৰ নতুন নিয়ম অনুসৰি দুচকীয়া আৰু চাৰিচকীয়া বাহনৰ দীৰ্ঘম্যাদী বীমা আৰু বাধ্যতামূলক কৰা নহ’ব।

ইয়াৰ ফলত বাহনসমূহৰ অন ৰোৰ্ড মূল্য কমিব।

জুন মাহতে বীমা নিয়ন্ত্ৰক সংস্থা আইআৰডিএআই(IRDAI)এ বীমা সংস্থাসমূহলৈ এক নিৰ্দেশনা প্ৰেৰণ কৰি কৈছিল যে, নতুন গাড়ীৰ গৰাকীৰ দীৰ্ঘম্যাদী থাৰ্ড পাৰ্টি বীমা পেকেজ আৰু বাধ্যতামূলক কৰিব নোৱাৰিব।

পহিলা আগষ্টৰ পৰা এই নতুন নিয়ম কাৰ্যকৰী কৰিবলৈ বীমা প্ৰতিষ্ঠানসমূহক নিৰ্দেশ দিছে আইআৰডিএআই-এ।

বাহনৰ অন ৰোড দাম কমোৱাৰ স্বাৰ্থতে আইআৰডিএআই-এ এই নতুন নিয়ম কাৰ্যকৰী কৰা বুলি জানিব পৰা গৈছে।

উল্লেখ্য যে, বৰ্তমান চাৰিচকীয়া বাহন ক্ৰয় কৰিলে গ্ৰাহকে তিনি বছৰৰ কাৰণে দীৰ্ঘম্যাদী বীমা কৰাতো বাধ্যতামূলক।

ইফালে দুচকীয়া বাহনৰ ক্ষেত্ৰত এই বীমা পাঁচ বছৰৰ বাবে বাধ্যতামূলক কৰা হয়।

ইয়াৰ ফলত গ্ৰাহকে বাহন ক্ৰয় কৰাৰ সময়ত বীমাৰ নামত অতিৰিক্ত এক মোটা অংকৰ ধন ভৰিবলগীয়া লগা হয়।

নতুন বীমা নিয়ম কাৰ্যকৰী কৰাৰ ফলত অহা পহিলা আগষ্টৰ পৰা গ্ৰাহকে এই অতিৰিক্ত ধন ভৰাৰ পৰা ৰেহাই পাব।

Recent News

WhatsApp Image 2021-01-26 at 9.33.43 AM

শাৰীৰিক সম্পৰ্ক স্থাপনত ৰাজী নহ’ল ষষ্ঠ পত্নী; সপ্তম পত্নীৰ সন্ধান ৬৩বছৰীয়া বৃদ্ধৰ

760672-traffic-08-dna-750x375

পুৰণি গাড়ী পুহি ৰখাসকলৰ বাবে নতুন ‘বোজা’ৰ সংকেত! ‘সেউজ কৰ’ লগাব চৰকাৰে

santosh babu

গণতন্ত্ৰ দিৱসত মহাবীৰ চক্ৰৰে সন্মানিত কৰা হ’ব গালৱানৰ শ্বহীদ কৰ্ণেল সন্তোষ বাবুক

tarun-gogoi-1200x600-750x375

প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈলৈ মৰণোত্তৰভাৱে পদ্মভূষণ; আন ৮গৰাকী ব্যক্তিলৈ পদ্মশ্ৰী সন্মান

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd