• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Sunday, September 14, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

এইবাৰ মহানগৰবাসীয়ে ঘৰতে লাভ কৰিব ছাগলীৰ মাংস; পশুধন আৰু হাঁহ-কুকুৰা উন্নয়ন নিগমে লৈছে ব্যৱস্থা

দীপজ্যোতি শৰ্মা by দীপজ্যোতি শৰ্মা
April 18, 2020 2:32 pm
index
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

ল’কডাউনৰ ফলত মাংসৰ সোৱাদৰ পৰা বঞ্চিত আছিল মহানগৰ বাসী৷ নিজ নিজ স্থানত ব্ৰয়লাৰ মাংসৰ যোগান ধৰিছিল পশু পালন বিভাগে ৷

আজিৰে পৰা মহানগৰ বাসীয়ে সোৱাদ ল’ব পাৰিব ছাগলী মাংসৰ। ফোন কৰি ঘৰতে লাভ কৰিব পাৰিব ছাগলীৰ মাংস। গুৱাহাটীবাসীৰ বাবে এই বিশেষ ব্যৱস্থা জিলা প্ৰশাসনৰ ৷

যাৰ বাবে গুৱাহাটীত স্থাপন কৰা হৈছে কেইবাটাও নিয়ন্ত্ৰণ কক্ষ। নিজৰ ইচ্ছামতে ছাগলী বিক্ৰেতাই বিক্ৰী কৰিব নোৱাৰিব ছাগলী মাংস।

পশু চিকিৎসকে পৰীক্ষা কৰি ষ্টাম্প মাৰিলে কচাইসকলে বিক্ৰী কৰিব পাৰিব ছাগলী মাংস। স্বাস্থ্যসন্মত ছাগলী মাংসহে বিক্ৰী কৰিব পাৰিব।

কোনোবাই ছাগলী বিক্ৰী কৰিব খুজিলে যোগাযোগ কৰিব লাগিব নিয়ন্ত্ৰণ কক্ষৰ সৈতে ৷

খানাপাৰা নিয়ন্ত্ৰণ কক্ষৰ নম্বৰ- 9435185593
পশু খাদ্যৰ বাবে- 9435146959
পশু স্বাস্থ্যৰ বাবে- 9435298832

প্ৰশাসনে নিৰ্ধাৰণ কৰি দিছে এই মাংসৰ দাম। প্ৰতিকেজি ছাগলী মাংসৰ দাম ৬৫০ টকাকৈ নিৰ্দ্ধাৰণ কৰিছে প্ৰশাসনে।

গুৰুত্বপূৰ্ণ কথা এই যে প্ৰশাসনে নিৰ্ধাৰণ কৰি দিয়া মূল্যতকৈ কোনো কচাইয়ে অধিক মূল্য যদি লয় তেন্তে সেই ব্যক্তি বিৰুদ্ধে বিহিত ব্যৱস্থা গ্রহণ কৰিব প্রশাসনে।

উল্লেখ্য যে মহানগৰবাসীয়ে মাংস-কণী লাভ কৰাৰ বাবে প্ৰশাসনে নিধাৰণ কৰি দিয়া ভেণ্ডৰ সকলক ফোন কৰি অৰ্ডাৰ কৰিব লাগিব।

এই দায়িত্ব লৈছে পশুধন আৰু হাঁহ-কুকুৰা উন্নয়ন নিগমে। এই সমগ্ৰ বিষয়টো তদাৰক কৰিবৰ বাবে গঠন হৈছে ২০জনীয়া টাস্ক ফৰ্চ।

দীপজ্যোতি শৰ্মা

দীপজ্যোতি শৰ্মা

নৰ্থ-ইষ্ট নাওৰ সাংবাদিক

Stay Connected

  • 117k Fans

Recent News

‘বাংকাৰ’ত লৈছিল আশ্ৰয়, খাটিছিল জেলো; এইবাৰ ৰাষ্ট্ৰপতি পদৰ প্ৰাৰ্থী আইভৰি কোষ্টৰ ‘লৌহ মানৱী’

‘বাংকাৰ’ত লৈছিল আশ্ৰয়, খাটিছিল জেলো; এইবাৰ ৰাষ্ট্ৰপতি পদৰ প্ৰাৰ্থী আইভৰি কোষ্টৰ ‘লৌহ মানৱী’

September 14, 2025 12:46 pm
ভাইৰেল নেপালৰ ভিডিঅ’ক লৈ ইউটিউবাৰ অৰ্পিত শৰ্মাৰ বিৰুদ্ধে দেশদ্ৰোহৰ গোচৰ ৰুজু

ভাইৰেল নেপালৰ ভিডিঅ’ক লৈ ইউটিউবাৰ অৰ্পিত শৰ্মাৰ বিৰুদ্ধে দেশদ্ৰোহৰ গোচৰ ৰুজু

September 14, 2025 12:27 pm
অনলাইন ভিডিঅ’ চাই নিজেই কৰিছিল লিংগ পৰিৱৰ্তনৰ অস্ত্ৰোপচাৰ! তাৰপিছতে যুৱকৰ লটিঘটি

অনলাইন ভিডিঅ’ চাই নিজেই কৰিছিল লিংগ পৰিৱৰ্তনৰ অস্ত্ৰোপচাৰ! তাৰপিছতে যুৱকৰ লটিঘটি

September 14, 2025 12:03 pm
‘প্ৰেম সম্পৰ্কত শাৰীৰিক সম্পৰ্কক ধৰ্ষণ বুলি গণ্য কৰিব নোৱাৰি’- এলাহাবাদ উচ্চ ন্যায়ালয়ৰ গুৰুত্বপূৰ্ণ মন্তব্য

‘প্ৰেম সম্পৰ্কত শাৰীৰিক সম্পৰ্কক ধৰ্ষণ বুলি গণ্য কৰিব নোৱাৰি’- এলাহাবাদ উচ্চ ন্যায়ালয়ৰ গুৰুত্বপূৰ্ণ মন্তব্য

September 14, 2025 11:38 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

‘বাংকাৰ’ত লৈছিল আশ্ৰয়, খাটিছিল জেলো; এইবাৰ ৰাষ্ট্ৰপতি পদৰ প্ৰাৰ্থী আইভৰি কোষ্টৰ ‘লৌহ মানৱী’

‘বাংকাৰ’ত লৈছিল আশ্ৰয়, খাটিছিল জেলো; এইবাৰ ৰাষ্ট্ৰপতি পদৰ প্ৰাৰ্থী আইভৰি কোষ্টৰ ‘লৌহ মানৱী’

September 14, 2025 12:46 pm
ভাইৰেল নেপালৰ ভিডিঅ’ক লৈ ইউটিউবাৰ অৰ্পিত শৰ্মাৰ বিৰুদ্ধে দেশদ্ৰোহৰ গোচৰ ৰুজু

ভাইৰেল নেপালৰ ভিডিঅ’ক লৈ ইউটিউবাৰ অৰ্পিত শৰ্মাৰ বিৰুদ্ধে দেশদ্ৰোহৰ গোচৰ ৰুজু

September 14, 2025 12:27 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd