• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Friday, June 26, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

এইবাৰ মহানগৰবাসীয়ে ঘৰতে লাভ কৰিব ছাগলীৰ মাংস; পশুধন আৰু হাঁহ-কুকুৰা উন্নয়ন নিগমে লৈছে ব্যৱস্থা

দীপজ্যোতি শৰ্মা by দীপজ্যোতি শৰ্মা
April 18, 2020 2:32 pm
index
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

ল’কডাউনৰ ফলত মাংসৰ সোৱাদৰ পৰা বঞ্চিত আছিল মহানগৰ বাসী৷ নিজ নিজ স্থানত ব্ৰয়লাৰ মাংসৰ যোগান ধৰিছিল পশু পালন বিভাগে ৷

আজিৰে পৰা মহানগৰ বাসীয়ে সোৱাদ ল’ব পাৰিব ছাগলী মাংসৰ। ফোন কৰি ঘৰতে লাভ কৰিব পাৰিব ছাগলীৰ মাংস। গুৱাহাটীবাসীৰ বাবে এই বিশেষ ব্যৱস্থা জিলা প্ৰশাসনৰ ৷

Apply Now

যাৰ বাবে গুৱাহাটীত স্থাপন কৰা হৈছে কেইবাটাও নিয়ন্ত্ৰণ কক্ষ। নিজৰ ইচ্ছামতে ছাগলী বিক্ৰেতাই বিক্ৰী কৰিব নোৱাৰিব ছাগলী মাংস।

পশু চিকিৎসকে পৰীক্ষা কৰি ষ্টাম্প মাৰিলে কচাইসকলে বিক্ৰী কৰিব পাৰিব ছাগলী মাংস। স্বাস্থ্যসন্মত ছাগলী মাংসহে বিক্ৰী কৰিব পাৰিব।

কোনোবাই ছাগলী বিক্ৰী কৰিব খুজিলে যোগাযোগ কৰিব লাগিব নিয়ন্ত্ৰণ কক্ষৰ সৈতে ৷

খানাপাৰা নিয়ন্ত্ৰণ কক্ষৰ নম্বৰ- 9435185593
পশু খাদ্যৰ বাবে- 9435146959
পশু স্বাস্থ্যৰ বাবে- 9435298832

প্ৰশাসনে নিৰ্ধাৰণ কৰি দিছে এই মাংসৰ দাম। প্ৰতিকেজি ছাগলী মাংসৰ দাম ৬৫০ টকাকৈ নিৰ্দ্ধাৰণ কৰিছে প্ৰশাসনে।

গুৰুত্বপূৰ্ণ কথা এই যে প্ৰশাসনে নিৰ্ধাৰণ কৰি দিয়া মূল্যতকৈ কোনো কচাইয়ে অধিক মূল্য যদি লয় তেন্তে সেই ব্যক্তি বিৰুদ্ধে বিহিত ব্যৱস্থা গ্রহণ কৰিব প্রশাসনে।

উল্লেখ্য যে মহানগৰবাসীয়ে মাংস-কণী লাভ কৰাৰ বাবে প্ৰশাসনে নিধাৰণ কৰি দিয়া ভেণ্ডৰ সকলক ফোন কৰি অৰ্ডাৰ কৰিব লাগিব।

এই দায়িত্ব লৈছে পশুধন আৰু হাঁহ-কুকুৰা উন্নয়ন নিগমে। এই সমগ্ৰ বিষয়টো তদাৰক কৰিবৰ বাবে গঠন হৈছে ২০জনীয়া টাস্ক ফৰ্চ।

দীপজ্যোতি শৰ্মা

দীপজ্যোতি শৰ্মা

নৰ্থ-ইষ্ট নাওৰ সাংবাদিক

Stay Connected

  • 117k Fans

Recent News

নাগৰিকত্ব প্ৰমাণৰ বাবে পাছপ’ৰ্ট হ’ব বৈধ নথি, কেন্দ্ৰীয় চৰকাৰৰ মন্তব্য নাকচ কৰিলে নিৰ্বাচন আয়োগে

নাগৰিকত্ব প্ৰমাণৰ বাবে পাছপ’ৰ্ট হ’ব বৈধ নথি, কেন্দ্ৰীয় চৰকাৰৰ মন্তব্য নাকচ কৰিলে নিৰ্বাচন আয়োগে

June 25, 2026 9:27 pm
ব্যৱসায়িক এলপিজি চিলিণ্ডাৰৰ সকলো নিষেধাজ্ঞা প্ৰত্যাহাৰ: হোটেল আৰু ৰেষ্টুৰেণ্টৰ গৰাকীসকললৈ সুখবৰ

ব্যৱসায়িক এলপিজি চিলিণ্ডাৰৰ সকলো নিষেধাজ্ঞা প্ৰত্যাহাৰ: হোটেল আৰু ৰেষ্টুৰেণ্টৰ গৰাকীসকললৈ সুখবৰ

June 25, 2026 9:14 pm
শিৱৰাজ সিং চৌহানৰ পুত্ৰৰ মানহানিৰ গোচৰ: ৰাহুল গান্ধীয়ে আদালতত প্ৰকাশ কৰিলে অনুশোচনা

শিৱৰাজ সিং চৌহানৰ পুত্ৰৰ মানহানিৰ গোচৰ: ৰাহুল গান্ধীয়ে আদালতত প্ৰকাশ কৰিলে অনুশোচনা

June 25, 2026 8:41 pm
চাঞ্চল্যকৰ ঘটনা! অভিনেত্ৰীৰ ফ্লেটৰ পৰা উদ্ধাৰ যুৱ ব্যৱসায়ীৰ মৃতদেহ; তদন্ত আৰম্ভ আৰক্ষীৰ

চাঞ্চল্যকৰ ঘটনা! অভিনেত্ৰীৰ ফ্লেটৰ পৰা উদ্ধাৰ যুৱ ব্যৱসায়ীৰ মৃতদেহ; তদন্ত আৰম্ভ আৰক্ষীৰ

June 25, 2026 8:32 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

নাগৰিকত্ব প্ৰমাণৰ বাবে পাছপ’ৰ্ট হ’ব বৈধ নথি, কেন্দ্ৰীয় চৰকাৰৰ মন্তব্য নাকচ কৰিলে নিৰ্বাচন আয়োগে

নাগৰিকত্ব প্ৰমাণৰ বাবে পাছপ’ৰ্ট হ’ব বৈধ নথি, কেন্দ্ৰীয় চৰকাৰৰ মন্তব্য নাকচ কৰিলে নিৰ্বাচন আয়োগে

June 25, 2026 9:27 pm
ব্যৱসায়িক এলপিজি চিলিণ্ডাৰৰ সকলো নিষেধাজ্ঞা প্ৰত্যাহাৰ: হোটেল আৰু ৰেষ্টুৰেণ্টৰ গৰাকীসকললৈ সুখবৰ

ব্যৱসায়িক এলপিজি চিলিণ্ডাৰৰ সকলো নিষেধাজ্ঞা প্ৰত্যাহাৰ: হোটেল আৰু ৰেষ্টুৰেণ্টৰ গৰাকীসকললৈ সুখবৰ

June 25, 2026 9:14 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd