• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Friday, July 31, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

দেশৰ ক্ষুদ্ৰ ব্যৱসায়ীলৈ সুখবৰ! কোনো নথি-পত্ৰ নোহোৱাকৈ লাভ কৰিব ১ কোটি টকালৈ ঋণ

এন ই নাও নিউজ by এন ই নাও নিউজ
September 27, 2019 5:21 pm
Rupees

প্ৰতিনিধিত্বমূলক আলোকচিত্ৰ

3
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

দেশৰ ক্ষুদ্ৰ ব্যৱসায়ী সকলক কোনোধৰণৰ নথি-পত্ৰ নোহোৱাকৈ ১০ লাখৰ পৰা ১ কোটি টকালৈ ঋণ দিয়াৰ প্ৰাৰম্ভিক প্ৰস্তুতি আৰম্ভ হৈছে।

চৰকাৰী বেংক সমূহত অতি শীঘ্ৰে এই সুবিধা আৰম্ভ হোৱাৰ সম্ভাৱনা আছে। এটা আগশাৰীৰ সংবাদ মাধ্যমত প্ৰকাশ পোৱা তথ্য অনুসৰি যিসকল ব্যৱসায়ীয়ে ৬ মাহলৈ জি এছ টি আদায় দিব সেই সকল ব্যৱসায়ীয়ে ঋণ লোৱাৰ সময়ত কোনোধৰণৰ নঠি-পত্ৰ দেখুৱাৰ প্ৰয়োজন নায়।

Apply Now

সূত্ৰত বিত্ত মন্ত্ৰ্যালয়ে জি এছ টি এক্সপ্ৰেছ ঋণ যোজনাৰ বাবে ইতিমধ্যে মঞ্জুৰী জাৰি কৰিছে বুলি জানিব পৰা গৈছে।

জি এছ টি  এক্সপ্ৰেছ ঋণ যোজনাৰ বিষয়ে:

জি এছ টি আদায় দিয়া ব্যক্তি সকলৰ বাবে সুখবৰ এতিয়াৰে পৰা জি এছ টি সময়মতে আদায় দিয়া ব্যৱসায়ী সকলক বেংকত ৰঙা কাৰ্পেটেৰে আদৰণি জনোৱা হ’ব। ইয়াৰ অৰ্থ হ’ল ‘৫৯ মিনিটত ঋণ’ যোজনাৰ পাছত এতিয়া বেংকে জি এছ টি এক্সপ্ৰেছ ঋণৰ বাবে প্ৰস্তুতি অব্যাহত ৰাখিছে।

এই যোজনাৰ অধীনত ব্যৱসায়ী সকলে ১০ লাখ টকাৰ পৰা ১ কোটি টকালৈ ঋণ কোনোধৰণৰ বিত্তীয় ষ্টেটমেণ্ট নোহোৱাকৈ গ্ৰহণ কৰিব পাৰিব।

কোনে পাব এই যোজনাৰ লাভ?

বিত্ত মন্ত্ৰ্যালয়ৰ তৰফৰ পৰা জি এছ টি আদায় দিলে ঋণ দিয়াৰ প্ৰস্তাৱ মঞ্জুৰ কৰা হৈছে। ব্যৱসায় বৃদ্ধিৰ বাবে চৰকাৰী বেংকত শীঘ্ৰে নতুন যোজনা বিধ উপলব্ধ হ’ব। বিত্ত মন্ত্ৰ্যালয়ৰ প্ৰস্তাৱ অনুসৰি ক্ষুদ্ৰ ব্যৱসায়ী, কোম্পানী, ফাৰ্ম তথা চৰকাৰী সংস্থাই ইয়াৰ লাভ গ্ৰহণ কৰিব পাৰিব।

জি এছ টি আদায় দিয়াৰ ওপৰত নিৰ্ভৰ কৰি ব্যৱসায়ী সকলে এই ঋণ যোজনাৰ লাভ গ্ৰহণ কৰিব পাৰিব। ঋণৰ পৰিমাণ টাৰ্ণঅভাৰ, বিক্ৰী আদি কাৰকৰ ওপৰত নিৰ্ভৰ কৰি আদায় দিয়া হ’ব।

এ এফ ডি, কিষাণ বিকাশ পত্ৰ, ৰাষ্ট্ৰীয় জমা পত্ৰ তথা প্ৰকৃত সম্পত্তি সমান্তৰাল হ’ব। একবছৰৰ ভিতৰত পৰিশোধ কৰিবলগীয়া ঋণসমূহ প্ৰতিবছৰে পুনৰ গ্ৰহণ কৰিব পৰা যাব বুলি সূত্ৰত প্ৰকাশ পাইছে।

এন ই নাও নিউজ

এন ই নাও নিউজ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

লখিমপুৰত শিঙৰা নদীৰ বাঢ়নি পানীয়ে মথাউৰি ভাঙি বুৰাই পেলালে কেইবাখনো গাঁও

লখিমপুৰত শিঙৰা নদীৰ বাঢ়নি পানীয়ে মথাউৰি ভাঙি বুৰাই পেলালে কেইবাখনো গাঁও

July 30, 2026 8:30 pm
২৪ ঘণ্টাত ৩ বাৰ সলনি হ’ল নম্বৰ! প্ৰশ্ন ফাদিলৰ পিছত এইবাৰ আৰু নিটৰ ফলাফলত ডাঙৰ কেলেংকাৰী!

২৪ ঘণ্টাত ৩ বাৰ সলনি হ’ল নম্বৰ! প্ৰশ্ন ফাদিলৰ পিছত এইবাৰ আৰু নিটৰ ফলাফলত ডাঙৰ কেলেংকাৰী!

July 30, 2026 7:56 pm
গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ত অঘটন  : চিলিং খহি পৰি চাৰিজন ৰোগী আহত

গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ত অঘটন  : চিলিং খহি পৰি চাৰিজন ৰোগী আহত

July 30, 2026 7:27 pm
নিজৰ পৰিচয়টোৱেই হেৰুৱাব নেকি? নিজৰ নামেৰে আৰু খেলিব নোৱাৰিব ভোজিনহাই?

নিজৰ পৰিচয়টোৱেই হেৰুৱাব নেকি? নিজৰ নামেৰে আৰু খেলিব নোৱাৰিব ভোজিনহাই?

July 30, 2026 6:46 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

লখিমপুৰত শিঙৰা নদীৰ বাঢ়নি পানীয়ে মথাউৰি ভাঙি বুৰাই পেলালে কেইবাখনো গাঁও

লখিমপুৰত শিঙৰা নদীৰ বাঢ়নি পানীয়ে মথাউৰি ভাঙি বুৰাই পেলালে কেইবাখনো গাঁও

July 30, 2026 8:30 pm
২৪ ঘণ্টাত ৩ বাৰ সলনি হ’ল নম্বৰ! প্ৰশ্ন ফাদিলৰ পিছত এইবাৰ আৰু নিটৰ ফলাফলত ডাঙৰ কেলেংকাৰী!

২৪ ঘণ্টাত ৩ বাৰ সলনি হ’ল নম্বৰ! প্ৰশ্ন ফাদিলৰ পিছত এইবাৰ আৰু নিটৰ ফলাফলত ডাঙৰ কেলেংকাৰী!

July 30, 2026 7:56 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd