• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Sunday, July 6, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

কৰদাতালৈ সুখবৰ : ৩০ নৱেম্বৰলৈ বৃদ্ধি আয়কৰ প্ৰদানৰ দিন

এন ই নাও নিউজ by এন ই নাও নিউজ
July 4, 2020 3:09 pm
download
802
VIEWS
Share on FacebookShare on Twitter

দেশৰ কোটি কোটি কৰদাতাক সকাহ দি আয়কৰ বিভাগে আজি এক বিশেষ নিৰ্দেশনা প্ৰকাশ কৰে।

আয়কৰ বিভাগৰ শেহতীয়া নিৰ্দেশনা অনুসৰি কৰদাতা সকলে চলিত বৰ্ষৰ ৩০ নৱেম্বৰ পৰ্য্যন্ত আয়কৰ প্ৰদান কৰিব পাৰিব।

অৰ্থাৎ ২০১৯-২০ বৰ্ষৰ আয়কৰ প্ৰদানৰ দিন বৃদ্ধি কৰা হ’ল ৩০ নৱেম্বৰ পৰ্য্যন্ত।

দেশত সৃষ্টি হোৱা ক’ৰ’ণাতংকৰ পৰিপ্ৰেক্ষিততে আয়কৰ বিভাগে আয়কৰ প্ৰদানৰ অন্তিম সময়সীমা বৃদ্ধি কৰাৰ সিদ্ধান্ত লোৱা বুলি আয়কৰ বিভাগৰ টুইটত উল্লেখ কৰা  হৈছে।

টেক্স চাৰ্ভিছ ইনভেষ্টমেন্টৰ ক্ষেত্ৰতো আয়কৰ বিভাগে অন্তিম সময়সীমা ৩১ জুলাইলৈ বৃদ্ধি কৰিছে।একেদৰে টিডিএছৰ তথ্য জমা দিয়াৰ তাৰিখো বৃদ্ধি কৰা হৈছে বুলি আয়কৰ বিভাগৰ টুইটত কোৱা হৈছে।

টিডিএছৰ তথ্য জমা দিয়াৰ তাৰিখ ৩১ জুলাইলৈ বঢ়াই দিয়া হৈছে। কৰদাতা সকলে যাতে আয়কৰৰ সকলো তথ্য নিয়াৰিকৈ জমা দিব পাৰে তাৰ বাবে  হৈছে।টিডিএছৰ তথ্য জমা দিয়াৰ তাৰিখ ৩১ জুলাইলৈ বঢ়াই দিয়া হৈছে বুলি কোৱা হৈছে।

কৰদাতাসকলৰ সুবিধাৰ্থে আয়কৰ বিভাগে তাৰিখ বৃদ্ধি কৰাৰ লগতে টি ডি এছ চাৰ্টিফিকেট প্ৰদানৰো দিন নতুনকৈ ঘোষণা কৰিছে। সেইমৰ্মে টি ডি এছ চাৰ্টিফিকেট প্ৰদান কৰা হ’ব ১৫ আগষ্টত।

Recent News

পঞ্জাৱ নেছনেল বেংকৰ কেলেংকাৰীত জড়িত নেহাল মোদীক আমেৰিকাত গ্ৰেপ্তাৰ

পঞ্জাৱ নেছনেল বেংকৰ কেলেংকাৰীত জড়িত নেহাল মোদীক আমেৰিকাত গ্ৰেপ্তাৰ

ইংলেণ্ডত নতুন অভিলেখ গঢ়িলে ১৪ বছৰীয়া বৈভৱ সূৰ্যবংশীয়ে

ইংলেণ্ডত নতুন অভিলেখ গঢ়িলে ১৪ বছৰীয়া বৈভৱ সূৰ্যবংশীয়ে

চাৰিটা ইনিংছত তৃতীয়টো দৰ্শনীয় শতকৰে ইংলেণ্ডৰ বিৰুদ্ধে দমনীয় প্ৰদৰ্শন শুভমন গীলৰ

চাৰিটা ইনিংছত তৃতীয়টো দৰ্শনীয় শতকৰে ইংলেণ্ডৰ বিৰুদ্ধে দমনীয় প্ৰদৰ্শন শুভমন গীলৰ

এখন দেৱালত চাৰি লিটাৰ ৰং ব্যৱহাৰৰ বাবে প্ৰয়োজন ২৩৩ জন ৰাজমিস্ত্ৰীৰ! বিদ্যালয়ৰ বিল দেখি চকু উঠিল কপালত

এখন দেৱালত চাৰি লিটাৰ ৰং ব্যৱহাৰৰ বাবে প্ৰয়োজন ২৩৩ জন ৰাজমিস্ত্ৰীৰ! বিদ্যালয়ৰ বিল দেখি চকু উঠিল কপালত

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd