• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Saturday, January 16, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

গুগলৰ চিইঅ’ই কৰোনাভাইৰাছ সম্পৰ্কে সজাগতা বিয়পোৱাৰ বাবে গ্ৰহণ কৰিছে বিশেষ পদ্ধতি

NE NOW NEWS এন ই নাও নিউজ
গুৱাহাটী , March 9, 2020 5:22 pm

1 min read

Story-3-1140x570

গুগলৰ চিইঅ' সুন্দৰ পিচাই।

2k
VIEWS
Share on FacebookShare on Twitter

গোটেই বিশ্বতে কৰোনাভাইৰাছৰ ঘটনা বৃদ্ধি পোৱাৰ সময়তে, জনপ্ৰিয় চাৰ্চ ইঞ্জিণ গুগলেও সজাগত কাৰ্যসূচী গ্ৰহণ কৰিছে যাতে এই ভাইৰাছৰ প্ৰসাৰ ৰোধ কৰিব পৰা যায়।

গুগলৰ চিইঅ’ সুন্দৰ পিচাইয়ে তেওঁৰ ব্লগ’ৰ জৰিয়তে কৰোনাভাইৰাছৰ বিষয়ে বিতং তথ্য দাঙি ধৰিছে আৰু তেওঁ জানিবলৈ দিছে যে গুগল চাৰ্চ, গুগল মেপছ, য়ুটিউব আৰু অন্যান্য টীমে কৰোনাভাইৰাছ সম্পৰ্কত জনসাধাৰণক সজাগ কৰাত নিয়োজিত হৈছে।

তেওঁ জানিবলৈ দিয়ে যে এই টীমবোৰে কৰোনাভাইৰাছ সম্পৰ্কীয় ভুৱা বাতৰি আৰু ভিডিঅ’সমূহ পৰীক্ষা কৰি আছে।

পিচাই জানিবলৈ দিয়ে যে গুগলৰ SOS এলাৰ্টে  বিশ্ব স্বাস্থ্য সংস্থাৰ পৰা প্ৰত্যক্ষভাৱে লাভ কৰা শুদ্ধ বাতৰি, প্ৰতিৰোধ ব্যৱস্থা আৰু তথ্যসমূহ জনসাধাৰণক প্ৰেৰণ কৰাৰ প্ৰস্তুতি চলাই আছে।

পিচাইয়ে লগতে লিখিছে যে গুগলৰ “ট্ৰাষ্ট এণ্ড ছেফটি’ টীমে কৰোনাভাইৰাছ সম্পৰ্কীয় ভুৱা বাতৰিৰ পৰা ব্যৱহাৰকাৰীক সুৰক্ষা দিয়াৰ বাবে নিৰৱিচ্ছিন্নভাৱে কাম কৰি আছে।

পিচাইয়ে আৰু কয় যে গুগলে লগতে কৰোনাভাইৰাছ সম্পৰ্কীয় ভুৱা বিজ্ঞাপন বন্ধ কৰাৰ বাবেও কাম কৰি আছে।

গুগলৰ চিইঅ’গৰাকীয়ে জানিবলৈ দিয়ে যে এনেধৰণৰ হাজাৰ সংখ্যক বিজ্ঞাপন ইতিমধ্যে উঠাই দিয়া হৈছে আৰু সেইদৰে তেওঁলোকে বিশ্ব স্বাস্থ্য সংস্থা তথা কেইবাটাও চৰকাৰী সংস্থাক বিজ্ঞাপনৰ জৰিয়তে সহায় কৰি আহিছে।

Recent News

WhatsApp Image 2021-01-16 at 6.46.03 PM

অজাপৰ যোগদান সমাৰোহ; এইবাৰ অসমত জাতীয়তাবাদৰ চৰকাৰ অহাটো নিশ্চিত: লুৰীণজ্যোতি গগৈ

IMG-20210116-WA0008

কেৱল গোৰ্খা ভোটেৰে জয়ী হৈ দেখুৱাওক বিধায়ক ভাস্কৰ শৰ্মাই; লেখাপানীত ১০ সংগঠনৰ হুংকাৰ

arrest-istock-1591718285

প্ৰেয়সীক হত্যা কৰি ফ্লেটৰ ৱালত লুকুৱাই ৰাখিছিল প্ৰেমিকে : প্ৰেমিকক গ্ৰেপ্তাৰ আৰক্ষীৰ

IMG-20210114-WA0012

মেজিৰ ‘জুইত জাহ যাওক অপসংস্কৃতি, কুসংস্কাৰ আদি’ : মাৰ্ঘেৰিটাৰ ভোগালী উৎসৱত মুখ্যমন্ত্ৰী সোণোৱাল

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd