• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Friday, July 11, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

বহু এণ্ড্ৰইড ফোনত আৰু কাম নকৰিব Google Chrome! আপোনাৰটোও আছে নেকি তালিকাত?

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
June 29, 2025 7:50 am
169
VIEWS
Share on FacebookShare on Twitter

আপুনি এজন এণ্ড্ৰইড ব্যৱহাৰকাৰী? বহুদিনৰ পৰা একেটা ফোন ব্যৱহাৰ কৰি আহিছে নেকি? তেতিয়া আপুনি সমস্যাৰ সন্মুখীন হ’ব পাৰে। কাৰণ, অহা আগষ্টৰ পৰা বহু এণ্ড্ৰইড ফোনত ক্ৰোমে আৰু কাম নকৰে!

দৰাচলতে কথাটো কি? গুগলৰ সূত্ৰ অনুসৰি এণ্ড্ৰইড ৮ (অৰিঅ’) আৰু এণ্ড্ৰইড ৯ (পাই) এইবাৰ বিদায়ৰ পথত। ইয়াৰ ওপৰত কোনো নতুন আপডেট উপলব্ধ নহ’ব। অন্ততঃ নূন্যতম আপডেট পাবলৈ হ’লে আপোনাৰ ফোনটোৰ অপাৰেটিং চিষ্টেম এণ্ড্ৰইড ১০ হ’ব লাগিব।

দীৰ্ঘদিন ধৰি একেটা ফোন ব্যৱহাৰ কৰি অহা বহুতৰে অ’ এছ সংস্কৰণ এণ্ড্ৰইড ৮ বা ৯। ফলত আগষ্টৰ পিছত তেওঁলোকে কোনো আপডেট নাপাব। সেইবুলি এনে নহয় যে গুগল ক্ৰোমে এই অপাৰেটিং ছিষ্টেম সংস্কৰণ থকা ফোনত কাম কৰাটো নিশাটোৰ ভিতৰতে বন্ধ কৰি দিব। ফোনত ক্ৰ’ম ব্যৱহাৰ কৰিব পাৰিব, কিন্তু কোনো সুৰক্ষা নাথাকিব।

ইপিনে, সকলো কাম কৰিবলৈ ক্ৰোমৰ প্ৰয়োজন। আৰু এই ক্ষেত্ৰত তথ্য লিক হোৱাৰ আশংকা বেছি। বিশেষকৈ ফোনটোৰ জৰিয়তে বিভিন্ন স্পৰ্শকাতৰ এপ বা চাইট খুলিলে ডাটা লিকেজ হোৱাৰ সম্ভাৱনা কেইবাগুণো বৃদ্ধি পাব।

তথ্য অনুসৰি এণ্ড্ৰইড ৯ ব্যৱহাৰকাৰীৰ ৬ শতাংশই এতিয়াও ইয়াক ব্যৱহাৰ কৰি আছে। ৮ আৰু ৮.১ ব্যৱহাৰকাৰী ৪ শতাংশ । কোম্পানীয়ে জনাইছে যে যিসকলে এই চফটৱেৰৰ এই সংস্কৰণ ব্যৱহাৰ কৰে তেওঁলোকে সম্ভৱ হ’লে তৎক্ষণাত অ’ এছ আপডেট কৰিব লাগে। নহ’লে ফোনটো সলনি কৰক। অন্যথা সমস্যাৰ সন্মুখীন হ’ব লাগিব।

সেয়ে আৰু পলম নকৰাকৈয়ে আপোনাৰ ফোনটোৰ অপাৰেটিং চিষ্টেমৰ সংস্কৰণটো দ্ৰুতভাৱে পৰীক্ষা কৰক আৰু তাৰ পিছতহে নতুন ফোন এটা কিনাৰ সিদ্ধান্ত লওক।

Recent News

কৃত্ৰিম বুদ্ধিমত্তাই ৰাহি কৰিলে মাইক্ৰ’ছফ্টৰ ৪০০০ কোটি টকাঃ ৯ হাজাৰ লোকক চাকৰিৰ পৰা বৰ্খাস্ত কৰাৰ পাছত দাবী কোম্পানীটোৰ

কৃত্ৰিম বুদ্ধিমত্তাই ৰাহি কৰিলে মাইক্ৰ’ছফ্টৰ ৪০০০ কোটি টকাঃ ৯ হাজাৰ লোকক চাকৰিৰ পৰা বৰ্খাস্ত কৰাৰ পাছত দাবী কোম্পানীটোৰ

অসমৰ চাদৰ-মেখেলাক আন্তৰ্জাতিক মঞ্চত প্ৰতিষ্ঠা কৰা অন্যতম অসমীয়া – সংযুক্তা দত্ত

অসমৰ চাদৰ-মেখেলাক আন্তৰ্জাতিক মঞ্চত প্ৰতিষ্ঠা কৰা অন্যতম অসমীয়া – সংযুক্তা দত্ত

উত্তৰ-পূব সীমান্ত ৰে’লৱেই ১২ জুলাইত গুৱাহাটী, ডিমাপুৰ আৰু শিলিগুড়িত অনুষ্ঠিত কৰিব ৰোজগাৰ মেলা

উত্তৰ-পূব সীমান্ত ৰে’লৱেই ১২ জুলাইত গুৱাহাটী, ডিমাপুৰ আৰু শিলিগুড়িত অনুষ্ঠিত কৰিব ৰোজগাৰ মেলা

বেলুচিস্তানত বাছৰ পৰা নমাই নি ৯জন যাত্ৰীক গুলীয়াই হত্যা উগ্ৰপন্থীৰ; আক্ৰমণত জড়িত কোন?

বেলুচিস্তানত বাছৰ পৰা নমাই নি ৯জন যাত্ৰীক গুলীয়াই হত্যা উগ্ৰপন্থীৰ; আক্ৰমণত জড়িত কোন?

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd