• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Monday, April 19, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

গুগলে ডিলিট কৰিলে ভুৱা খৱৰ বিয়পোৱা চীনৰ সৈতে সম্পৰ্কিত ২৫০০য়ুটিউব চেনেল

NE NOW NEWS এন ই নাও নিউজ
গুৱাহাটী , August 7, 2020 8:06 am

1 min read

you tube images

প্ৰতিনিধিত্বমূলক ফটো

672
VIEWS
Share on FacebookShare on Twitter

চীনক যেন লাহে লাহে গোটেই বিশ্বতে একাষৰীয়া কৰি তোলাৰ পদক্ষেপ ক্ষিপ্ৰতাৰে আগবাঢ়িছে।

এইবাৰ বিশ্বৰ সৰ্ববৃহৎ ভিডিঅ’ প্লেটফৰ্মৰ নজৰত পৰিছে বেইজিং।

জানিবলৈ দিছে যে ভুৱা তথা বিতৰ্কিত বিষয়বস্তু সন্নিৱিষ্ট থকাৰ অভিযোগত ২,৫০০তকৈয়ো অধিক চীনৰ সৈতে সম্পৰ্কিত য়ুটিউব একাউন্ট ডিলিট কৰা হৈছে।

বাতৰি অনুসৰি, চলিত বছৰৰ এপ্ৰিল মাহৰ পৰা জুন মাহলৈকে য়ুটিউবত চীন সম্পৰ্কীয় ভুৱা খৱৰৰ তদন্ত কৰা হয়।

তদন্তৰ পাছত অভিযুক্ত হোৱা প্ৰায় ২,৫০০তকৈয়ো অধিক চেনেল গুগলে ডিলিট কৰে।

গুগল পৰা জানিবলৈ দিয়া মতে বেছিভাগ অৰাজনৈতিক ভিডিঅ থকা চেনেলবিলাকৰ ভিডিঅ’সমূহত ভুৱা তথ্য থাকে যাৰ বাবে কমিউনিটি গাইডলাইন অনুসৰি এইদৰে ব্যৱস্থা গ্ৰহণ কৰা হৈছে।

উক্ত বিষয়ত এতিয়াও চীনৰ ফালৰ পৰা কোনো প্ৰতিক্ৰিয়া প্ৰকাশ কৰা নাই। অৱশ্যে ইয়াৰ পূৰ্বে এনেধৰণৰ কাৰ্যত দেশখন জড়িত থকাৰ কথা চীনে অস্বীকাৰ কৰিছিল।

আনহাতে, ছচিয়েল মিডিয়া এনালাইটিক্স সংস্থা গ্ৰাফিকাই এনে ধৰণৰ ভুৱা চেনেল তথা টুইটাৰ একাউন্টৰ বিষয়ে পূৰ্বে সদৰী কৰিছিল।

Recent News

Forest-Department-750x375

ৰহস্য কি? নতুন চৰকাৰ গঠন নোহোৱাকৈয়েই বন বিভাগত বিষয়াক পদোন্নতিৰ জোৱাৰ! একাধিকক বদলি

a-vac-640x375

কৰ’নাৰ সংক্ৰমণ ৰোধ কৰিবলৈ এইবাৰ ১৮ বছৰৰ ওপৰৰ সকলোকে দিয়া হ’ব ভেকচিন

india-covid-1

গোলাঘাটত ক’ভিডৰ দ্বিতীয় ঢৌত প্ৰথমজন ক’ভিড ৰোগীৰ মৃত্যু

VideoCapture_20210419-191438

পুৰণিগুদামত অংগাভিনয় অসমৰ দ্বাৰা “এজাক বিহুবলীয়াৰ দপদপনি” শীৰ্ষক সাংস্কৃতিক অনুষ্ঠান সম্পন্ন

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd