• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Wednesday, July 2, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

ক’ৰ’না আতংক: ২০২১ৰ জুনলৈকে ঘৰৰ পৰাই কাম কৰিব পাৰিব Googleৰ কৰ্মচাৰীয়ে

এন ই নাও নিউজ by এন ই নাও নিউজ
July 28, 2020 2:01 pm
সুন্দৰ পিচাই

সুন্দৰ পিচাই

28.8k
VIEWS
Share on FacebookShare on Twitter

ক’ৰ’না ভাইৰাছৰ দ্ৰুত সংক্ৰমণে গোটেই বিশ্বকে উদ্বিগ্ন কৰি ৰাখিছে। এনে পৰিস্থতিত গুগলে তেওঁলোকৰ কৰ্মচাৰীসকলৰ ঘৰৰ পৰাই কাম কৰাৰ (ৱৰ্ক ফ্ৰম হোম) সুবিধাৰ ম্যাদ বৃদ্ধি কৰিছে।

সংস্থাটোৱে ইয়াৰ কৰ্মচাৰীসকলক অহা ২০২১ৰ জুন পৰ্যন্ত ঘৰৰ পৰাই বিচাৰিলে কাম কৰাৰ সুবিধা আগবঢ়াইছে। 

গুগলত কাম কৰা ভাৰতীয় কৰ্মচাৰীসকলেও এই সুবিধা লাভ কৰিব। 

সংস্থাটোৰ কৰ্মচাৰীসকললৈ চি ই অ’ সুন্দৰ পিচাইয়ে দিয়া ইমেইলখনত কোৱা হৈছে যে কৰ্মচাৰীসকলে যাতে আগন্তুক দিনৰ পৰিকল্পনা কৰি ৰাখিব পাৰে তাৰ বাবে ৱৰ্ক ফ্ৰম হোমৰ সুবিধাৰ ম্যাদ বৃদ্ধিৰ সিদ্ধান্ত লোৱা হৈছে। 

সংস্থাটোৱে ইয়াৰ গোটেই বিশ্বতে থকা কৰ্মচাৰীসকলক ২০২১চনৰ জুনলৈকে ঘৰৰ পৰা কাম কৰাৰ সুবিধা আগবঢ়াইছে। 

অৱশ্যে, কাৰ্যালয়লৈ অহাৰ প্ৰয়োজন নোহোৱা কামৰ ক্ষেত্ৰতহৈ এই সুবিধা লাভ কৰিব। 

গুগল আৰু ইয়াৰ পেৰেন্ট অৰ্গেনাইজেশ্যন এলফাবেটত (Alphabet Inc) তথা চুক্তিভিত্তিক মুঠ ২লাখ কৰ্মচাৰী আছে। 

ভাৰতত গুগলত কৰ্মৰত কৰ্মচাৰীৰ সংখ্যা প্ৰায় পাঁচ হাজাৰ। 

ভাৰতত গুগলৰ বজাৰ ব্যাপক সম্প্ৰসাৰিত হৈ পৰিছে। বেংগালুৰু আৰু হায়দৰাবাদত সংস্থাটোৰ কাৰ্যালয় আছে। 

ভাৰতৰ ডিজিটেলাইজেশ্যনৰ সম্প্ৰসাৰণত গুগলে ৭৫,০০০ কোটি টকাৰ বিনিয়োগৰ কথাও ঘোষণা কৰিছে।   

Recent News

জলবায়ু পৰিৱৰ্তনৰ বাবে স্থানান্তৰিত হ’বলৈ বাধ্য হ’ল প্ৰাচীন হিমালয়ৰ গাঁও ছামজুং

জলবায়ু পৰিৱৰ্তনৰ বাবে স্থানান্তৰিত হ’বলৈ বাধ্য হ’ল প্ৰাচীন হিমালয়ৰ গাঁও ছামজুং

গুৱাহাটী বিশ্ববিদ্যালয়ত ‘পেছাৰ বাবে প্ৰস্তুতি’ শীৰ্ষক অনুষ্ঠানৰ সামৰণি

গুৱাহাটী বিশ্ববিদ্যালয়ত ‘পেছাৰ বাবে প্ৰস্তুতি’ শীৰ্ষক অনুষ্ঠানৰ সামৰণি

সংসদৰ বৰ্ষাকালীন অধিৱেশনৰ পূৰ্বে বিৰোধী দলবোৰক একত্ৰিত কৰিবলৈ উদ্যোগী ছোনিয়া গান্ধী

সংসদৰ বৰ্ষাকালীন অধিৱেশনৰ পূৰ্বে বিৰোধী দলবোৰক একত্ৰিত কৰিবলৈ উদ্যোগী ছোনিয়া গান্ধী

ম্যানমাৰৰ শৰণাৰ্থীৰ প্ৰৱেশৰ অনুমতি প্ৰত্যাহাৰ! ভাৰত চৰকাৰৰ সিদ্ধান্তত তীব্ৰ সমালোচনা

ম্যানমাৰৰ শৰণাৰ্থীৰ প্ৰৱেশৰ অনুমতি প্ৰত্যাহাৰ! ভাৰত চৰকাৰৰ সিদ্ধান্তত তীব্ৰ সমালোচনা

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd