• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Tuesday, January 26, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

যিবোৰ জি-মেইল একাউন্ট ২০২১চনত বন্ধ হৈ যাব পাৰে; গুগলে আনিছে নতুন নিয়ম

NE NOW NEWS এন ই নাও নিউজ
গুৱাহাটী , December 6, 2020 1:58 pm

1 min read

WhatsApp Image 2020-12-06 at 1.51.18 PM
780
VIEWS
Share on FacebookShare on Twitter

গুগলে ২০২১চনত বহু নতুন নিয়ম লৈ আনিছে। ইয়াৰ ভিতৰত গুগল ফটোজে বিনামূলীয়াকৈ ছবি ৰখাৰ সুবিধা তুলি দিয়াৰ লগতে নিষ্ক্ৰিয় একাউন্ট বন্ধ কৰি দিয়াটোও আছে।

নতুন নিয়ম অনুসৰি দুবছৰৰো অধিক সময় ধৰি যিবোৰ একাউন্ট নিষ্ক্ৰিয় হৈ আছে, সেইবোৰ সম্পূৰ্ণ ডিলিট কৰি পেলোৱা হ’ব।

অহা বছৰৰ জুন মাহৰ ১তাৰিখৰ পৰাই এই নিয়ম কাৰ্যকৰী হ’ব। অৱশ্যে, এই একাউন্টসমূহ বন্ধ কৰাৰ আগতে গুগল কৰ্তৃপক্ষৰ ফালৰ পৰা একাউন্টৰ গৰাকীসকলক ই-মেইলৰ জৰিয়তে সতৰ্ক কৰি মেচেজ দিয়া হ’ব।

গুগলৰ পৰা জনোৱা মতে, য়ুজাৰসকলে আৰু বিনামূলীয়াকৈ গুগল ফটোজ ব্যৱহাৰ কৰিব নোৱাৰিব।

তদুপৰি, কোৱা হৈছে যে যিসকল একাউন্টধাৰীয়ে জি-মেইল, গুগল ড্ৰাইভ, ডকুমেন্টছ, ছিটছ, স্লাইডছ, ড্ৰইংছ, ফৰ্মছ তথা জ্যামব’ৰ্ড ফাইলছ দুবছৰতকৈ অধিক সময় ধৰি ব্যৱহাৰ কৰা নাই, তেওঁলোকৰ সেই সকলো একাউন্ট বন্ধ কৰি দিয়া হ’ব।

আনহাতে, কোনো যুজারর একাউন্টটো দি ৩মাহৰ পরা ১৮ মাহ পর্যন্ত নিষ্ক্ৰিয় থাকে তেতিয়াহ’লে তেওঁলোকৰ বিশ্বাসযোগ্য কন্টেক্টছৰ ওচৰলৈ তেওঁলোকৰ একাউন্ট সম্বন্ধীয়া সকলো গুৰুত্বপূৰ্ণ তথ্য টেক জায়েন্টৰ পক্ষৰ পৰা পঠিয়াই দিয়াৰ আশ্বাস দিয়া হৈছে।

Recent News

ঐতিহাসিক লাল কিল্লাত প্ৰৱেশ প্ৰতিবাদী কৃষকৰ; উৰুৱালে নিজৰ পতাকা

ঐতিহাসিক লাল কিল্লাত প্ৰৱেশ প্ৰতিবাদী কৃষকৰ; উৰুৱালে নিজৰ পতাকা

কোকিলা গাঁও পঞ্চায়তৰ সভাপতিৰ বিৰুদ্ধে অনাস্থা প্ৰস্তাৱ

কোকিলা গাঁও পঞ্চায়তৰ সভাপতিৰ বিৰুদ্ধে অনাস্থা প্ৰস্তাৱ

Bokakhat republic day

ৰাষ্ট্ৰৰ লগতে বোকাখাততো ৭২ সংখ্যক গণৰাজ্য দিৱস উদযাপন; বিভিন্ন জনক সম্বৰ্ধনা

বেৰিকেড ভাঙি দিল্লীত প্ৰৱেশ কৃষকৰ, প্ৰতিবাদকাৰীৰ ওপৰত আৰক্ষীৰ কন্দুৱা গেছ, লাঠীচালনা

বেৰিকেড ভাঙি দিল্লীত প্ৰৱেশ কৃষকৰ, প্ৰতিবাদকাৰীৰ ওপৰত আৰক্ষীৰ কন্দুৱা গেছ, লাঠীচালনা

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd