DMCA.com Protection Status
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Friday, January 27, 2023
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

নীতি উলংঘনৰ অভিযোগত গুগল প্লে ষ্টোৰৰ পৰা আতঁৰিল Paytm এপ

এন ই নাও নিউজ by এন ই নাও নিউজ
September 18, 2020 4:35 pm
paytm-3-
354
VIEWS
Share on FacebookShare on Twitter

ডিজিটেল লেনদেনৰ ক্ষেত্ৰত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰি অহা Paytm  এপ গুগলে অৱশেষত ইয়াৰ প্লে ষ্টোৰৰ পৰা আঁতৰালে।

সেয়ে এতিয়াৰে পৰা এণ্ড্ৰইড ব্যৱহাৰকাৰীসকলে Paytm  এপ ব্যৱহাৰ কৰি ধনৰ লেন-দেন কৰিব নোৱাৰিব।

প্ৰতিমাহে প্ৰায় ৫০ নিযুত গ্ৰাহকে দনৰ লেন-দেনৰ বাবে ব্যৱহাৰ কৰা Paytm  এপৰ সহায়ত এটা চক্ৰই ধনৰ অবৈধ লেন-দেন সম্পন্ন কৰি থকাৰ প্ৰমাণ পোৱাৰ পিছতে এপটো গুগল প্লে ষ্টোৰৰ পৰা আঁতৰাই পেলোৱা হয়।

উল্লেখ্য Paytm এপৰ জৰিয়তে অবৈধ ভাবে সৰবৰাহ কৰা ৪৭ কোটি টকা কালি এনফোৰ্চমেণ্ট সঞ্চালকালয়ে বিভিন্ন বেংকৰ একাউণ্টৰ পৰা জব্দ কৰিবলৈ সক্ষম হৈছিল।

ইয়াৰ পূৰ্বেও Paytm  এপ ব্যহাৰ কৰি দুষ্ট চক্ৰই ব্যাপক হাৰত ধনৰ অবৈধ লেন-দেন কৰাৰ তথ্য এনফোৰ্চমেণ্ট বিভাগে ধৰা পেলাইছিল।

এই ঘটনাৰ সৈতে চীনৰ দুজন আৰু ভাৰতৰ এজন লোক জৰিত থকাৰ প্ৰমাণো পোৱা গৈছিল।

ইয়াৰ পিছতে এপটো গুগল প্লে ষ্টোৰৰ পৰা আঁতৰাই পেলোৱাৰ বাবে গুগলে পদক্ষেপ গ্ৰহণ কৰে।

অৱশ্যে মূল এপটো আঁতৰালেও wealth management app, Paytm money; merchant app, Paytm Business; movie ticketing application, Paytm Insider  আদি পেটিএমৰ অধীনষ্ঠ আন এপ সমূহ সক্ৰিয় হৈ থাকিব বুলি জানিব পৰা গৈছে।

Paytm  এপৰ মাধ্যমেৰে বহুতে জুৱা খেলি থকাৰো তথ্য পোহৰলৈ আহিছে।

চীনৰ এটা চক্ৰয়ো কিছুসংখ্যক ভাৰতীয় লোকক ব্যৱহাৰ কৰি এই এফৰ জৰিয়তে ধনৰ অবৈধ লেন-দেন কৰি থকাৰ সন্দেহ কৰা হৈছে।

Paytm –এ টুইটাৰত প্ৰকাশ কৰিছে যে এপটো শীঘ্ৰে পুনৰ কাৰ্যক্ষম হৈ উঠিব ।

Recent News

“টেংকেৰে আৰম্ভ, ইয়াৰ পিছত পাৰমাণৱিক বোমা”-বিডেন প্ৰশাসনক তীব্ৰ সমালোচনা ডোনাল্ড ট্ৰাম্পৰ

“টেংকেৰে আৰম্ভ, ইয়াৰ পিছত পাৰমাণৱিক বোমা”-বিডেন প্ৰশাসনক তীব্ৰ সমালোচনা ডোনাল্ড ট্ৰাম্পৰ

ডুবি যোৱা শিশুৰ মৃতদেহ ঘূৰাই দিলে কুম্ভীৰে! দেখি চকু কপালত উঠিল উদ্ধাৰকাৰীৰ

ডুবি যোৱা শিশুৰ মৃতদেহ ঘূৰাই দিলে কুম্ভীৰে! দেখি চকু কপালত উঠিল উদ্ধাৰকাৰীৰ

ইউক্ৰেইনত পুনৰ ৰাছিয়াৰ মিছাইল আক্ৰমণ; নিহত কমেও ১১ জন

ইউক্ৰেইনত পুনৰ ৰাছিয়াৰ মিছাইল আক্ৰমণ; নিহত কমেও ১১ জন

ফিটনেছৰ প্ৰমাণ! প্ৰত্যাৱৰ্তন কৰিয়েই এটা ইনিংছত ৭ উইকেট জাডেজাৰ

ফিটনেছৰ প্ৰমাণ! প্ৰত্যাৱৰ্তন কৰিয়েই এটা ইনিংছত ৭ উইকেট জাডেজাৰ

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd