• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Thursday, October 1, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

কেতিয়া চৰকাৰী কৰ্মচাৰীয়ে লাভ কৰিব সম্পূৰ্ণ দৰমহা, জনালে মন্ত্ৰী হিমন্ত বিশ্বই

কল্পজ্যোতি শইকীয়া by কল্পজ্যোতি শইকীয়া
April 4, 2020 6:28 pm
3
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

ৰাজ্য চৰকাৰৰ কৰ্মচাৰী আৰু পেন্সনাৰসকলৰ মাৰ্চ মাহৰ সম্পূৰ্ণ দৰমহা মুকলি কৰি দিয়া হ’ব বুলি ঘোষণা কৰিছে মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। ৯ এপ্ৰিলত এই দৰমহা মুকলি কৰি দিব ৰাজ্য চৰকাৰৰ বিত্ত বিভাগে। ৰাষ্ট্ৰীয় স্বাস্থ্য অভিযানৰ খ্ৰীষ্টামবস্তিস্থিত মুখ্য কাৰ্য্যালয়ত এক সংবাদমেল সম্বোধন কৰি এই কথা ঘোষণা কৰিছে মন্ত্ৰীগৰাকীয়ে।

অৱশ্যে কৰ্মচাৰী পৰিষদে কৰা আবেদনৰ ভিত্তিত কৰ্মচাৰীসকলৰ এদিনৰ দৰমহা কৰ্তন কৰি সেই ধনৰে এখন হাস্পতাল নিৰ্মাণ কৰা হ’ব বুলি মন্ত্ৰীগৰাকীয়ে সদৰী কৰে।

Apply Now

‘মন্ত্ৰী-বিধায়কৰ পৰা আৰম্ভ কৰি ৰাজ্য চৰকাৰৰ অধীনৰ শেষৰজন কৰ্মচাৰীলৈকে এদিনৰ দৰমহা প্ৰায় ৬০ কোটি টকা হ’ব। সেইখিনি টকাৰে এখন হাস্পতাল নিৰ্মাণ কৰিব পাৰিব।‘

অৱশ্যে কোনো কৰ্মচাৰীৰ দৰমহা কৰ্তনত আপত্তি থাকিলে তেওঁলোকে ডিডিঅ’ক আপত্তি দৰ্শাব পাৰে বুলি মন্ত্ৰীগৰাকীয়ে জনায়।

আনহাতে, ৰাজ্যৰ অৰ্থনীতি স্বাভাৱিক অৱস্থাত নাই বুলি মন্তব্য কৰি হিমন্তই কয় ‘এই মাহত আমি একেবাৰে কৰ সংগ্ৰহ কৰিব পৰা নাই। পেট্ৰ’ল ডিপোসমূহো চলা নাই। সামান্য ডিজেল পেট্ৰ’লৰ পৰা পোৱা কৰখিনিও আমি এইমাহত নাপাওঁ।‘

ইপিনে, ৰাজ্য চৰকাৰৰ কৰ্মচাৰীসকললৈ অনুৰোধ জনাই হিমন্তই কয় ‘আপোনালোকে দৰমহা লাভ কৰাৰ পাছত ঘৰৰ কাষৰ ৫ টা দুখীয়া পৰিয়ালক কিবা এটা অন্তত সহায় কৰিব লাগে। চাউল দালি আলুকে ধৰি অন্যান্য খাদ্য সামগ্ৰী যোগান ধৰি তেওঁলোকক সহায় কৰিব লাগে।‘

তদুপৰি, অচিৰেই আছাম কেয়াৰ্ছ নামৰ এক ৱেবচাইট মুকলি কৰা হ’ব বুলি উল্লেখ কৰি হিমন্তই আৰু কয় ‘কৰ্মচাৰীসকলে যিধৰণে সহায় কৰে, সেয়া ফটোসহ এই ৱেবচাইটত আপলোড কৰিব পাৰিব। এয়া দৰিদ্ৰ ৰাইজৰ বাবে কৰ্মচাৰীসকলৰ এক বহাগ বিহুৰ উপহাৰ বুলিও ধৰি ল’ব পাৰে।‘

আনহাতে, ১০৮ আৰু ১০৪ সেৱাৰ কৰ্মচাৰীৰ বাবে ৫০ লাখ টকাৰ বীমা ঘোষণা কৰে মন্ত্ৰীগৰাকীয়ে।

ইয়াৰোপৰি অহা ৩ মাহলৈ আশাকৰ্মীলৈ আৰু ১০৮ সেৱাৰ কৰ্মচাৰীকো অতিৰিক্তভাৱে এহেজাৰ টকাকৈ দিয়া হ’ব বুলি মন্ত্ৰীয়ে সদৰী কৰে।

আনহাতে,  ১০৮ সেৱাৰ গাড়ী চালক আৰু EMTয়েও পাব অতিৰিক্ত ১০০০ টকা। দৰমহাৰ উপৰিও ১০০০ টকা ১০৮ সেৱাৰ গাড়ী চালক আৰু EMTলৈ।

তেওঁ লগতে জনাই যে ৭ দিন COVID-19 ৰোগীক চিকিৎসা কৰা চিকিৎসক আৰু নাৰ্ছক ১৪ দিন একেৰাহে মহানগৰীৰ তাজ ভিভাণ্টাত আড়ম্বৰপূৰ্ণভাৱে ৰখা হ’ব।

কল্পজ্যোতি শইকীয়া

কল্পজ্যোতি শইকীয়া

নৰ্থ-ইষ্ট নাওৰ সাংবাদিক

Stay Connected

  • 117k Fans

Recent News

ন্যায়াধীশৰ ব্যক্তিগত নৈতিকতাৰ ভিত্তিত নাকচ কৰিব নোৱাৰিব জামিন! উচ্চতম ন্যায়ালয়ৰ গুৰুত্বপূৰ্ণ নিৰ্দেশ

ন্যায়াধীশৰ ব্যক্তিগত নৈতিকতাৰ ভিত্তিত নাকচ কৰিব নোৱাৰিব জামিন! উচ্চতম ন্যায়ালয়ৰ গুৰুত্বপূৰ্ণ নিৰ্দেশ

October 1, 2026 7:42 am
চৰকাৰক দুৰ্বল কৰাৰ ষড়যন্ত্ৰ! এন আই এৰ শেহতীয়া গ্ৰেপ্তাৰৰ পাছতেই বিস্ফোৰক দাবী এন বীৰেণ সিঙৰ

চৰকাৰক দুৰ্বল কৰাৰ ষড়যন্ত্ৰ! এন আই এৰ শেহতীয়া গ্ৰেপ্তাৰৰ পাছতেই বিস্ফোৰক দাবী এন বীৰেণ সিঙৰ

October 1, 2026 6:32 am
সংগীৰ লগত একেলগে বহি খোৱাৰ অভ্যাসেই কমাব পাৰে মধুমেহ! শেহতীয়া গৱেষণাত পোহৰলৈ আহিল আচৰিত তথ্য

সংগীৰ লগত একেলগে বহি খোৱাৰ অভ্যাসেই কমাব পাৰে মধুমেহ! শেহতীয়া গৱেষণাত পোহৰলৈ আহিল আচৰিত তথ্য

October 1, 2026 6:30 am
 ১ নৱেম্বৰৰ পৰা বেচৰকাৰী কাৰ্যালয়ৰ ৫০ শতাংশ কৰ্মচাৰীৰে কৰিব লাগিব ৱৰ্ক ফ্ৰম হোম

 ১ নৱেম্বৰৰ পৰা বেচৰকাৰী কাৰ্যালয়ৰ ৫০ শতাংশ কৰ্মচাৰীৰে কৰিব লাগিব ৱৰ্ক ফ্ৰম হোম

September 30, 2026 9:30 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

ন্যায়াধীশৰ ব্যক্তিগত নৈতিকতাৰ ভিত্তিত নাকচ কৰিব নোৱাৰিব জামিন! উচ্চতম ন্যায়ালয়ৰ গুৰুত্বপূৰ্ণ নিৰ্দেশ

ন্যায়াধীশৰ ব্যক্তিগত নৈতিকতাৰ ভিত্তিত নাকচ কৰিব নোৱাৰিব জামিন! উচ্চতম ন্যায়ালয়ৰ গুৰুত্বপূৰ্ণ নিৰ্দেশ

October 1, 2026 7:42 am
চৰকাৰক দুৰ্বল কৰাৰ ষড়যন্ত্ৰ! এন আই এৰ শেহতীয়া গ্ৰেপ্তাৰৰ পাছতেই বিস্ফোৰক দাবী এন বীৰেণ সিঙৰ

চৰকাৰক দুৰ্বল কৰাৰ ষড়যন্ত্ৰ! এন আই এৰ শেহতীয়া গ্ৰেপ্তাৰৰ পাছতেই বিস্ফোৰক দাবী এন বীৰেণ সিঙৰ

October 1, 2026 6:32 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd