• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Monday, September 14, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

কিয় কমিছে GST সংগ্ৰহৰ পৰিমাণ, তদাৰকৰ বাবে কমিটি গঠন চৰকাৰৰ

১৩ শতাংশৰ বিপৰীতে সংগ্ৰহ হৈছে মাত্ৰ ৫ শতাংশ GST

এন ই নাও নিউজ by এন ই নাও নিউজ
October 11, 2019 11:46 am
GST
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

নিৰ্ধাৰিত লক্ষ্যতকৈ জি এছ টি সংগ্ৰহৰ পৰিমাণ কম হোৱা বাবে চিন্তিত হৈ পৰা কেন্দ্ৰীয় চৰকাৰে বিষয়টো তদাৰক কৰিবলৈ এখন ১২ জনীয়া নতুন কমিটি গঠন কৰি দিছে।

কি কাৰণত জি এছ টি সংগ্ৰহৰ পৰিমাণ ১৩ শতাংশৰ পৰা ৫ শতাংশলৈ অৱনমিত হ’ল সেই সন্দৰ্ভত কমিটিখনে অহা ১৫ দিনত ইয়াৰ প্ৰথমখন ৰিপ’ৰ্ট কেন্দ্ৰীয় চৰকাৰক প্ৰদান কৰিব।

Apply Now

কমিটিখনত মহাৰাষ্ট্ৰ, তামিলনাডু, উত্তৰ প্ৰদেশ, পশ্চিম বংগ, পঞ্জাৱৰ জি এছ টি কাউন্সিলৰ আয়ুক্ত আৰু কেন্দ্ৰীয় জি এছ টি কাউন্সিলৰ যুটীয়া সচিব আৰু কাৰ্যকৰী উপাধ্যক্ষও আছে।

ইয়াৰ উপৰি অন্য ৰাজ্যৰ আয়ুক্ত সকলে যদি এই নতুন কমিটিখনৰ সদস্য হিচাপে অন্তৰ্ভুক্ত হ’ব বিচাৰে তেন্তে ইয়াৰ বাবে তেওঁলোকে জি এছ টি কাউন্সিলৰ সচিবালয়ক পত্ৰযোগে জনাব পাৰিব।

হ্ৰাস পোৱা জি এছ টি সংগ্ৰহৰ পৰিমাণ কেনেদৰে বৃদ্ধি কৰিব পৰা যাব, কেনেদৰে বাণিজ্য ক্ষেত্ৰত জি এছ টি সুলভ কৰিব পৰা যাব আদি ক্ষেত্ৰত এই কমিটিখনে কাম কৰিব।

উল্লেখ্য যে ধাৰাবাহিকভাৱে হ্ৰাস পাইছে জি এছ টি সংগ্ৰহৰ পৰিমাণ। ছেপ্তেম্বৰ মাহত জি এছ টি সংগ্ৰহৰ পৰিমান হৈছে ৯১,৯১৬ কোটি টকা, তাৰ বিপৰীতে আগষ্ট মাহত এই পৰিমান আছিল ৯৮,২০২ কোটি টকা।

এইদৰে জি এছ টি সংগ্ৰহৰ পৰিমাণ ধাৰাবাহিকভাৱে হ্ৰাস পাই অহাৰ ফলত ২০১৯-২০ বিত্তীয় বৰ্ষত আশা কৰাতকৈ ৪০ হাজাৰ কোটি টকা কম হোৱাৰ আশংকা ব্যক্ত কৰিছে। ইয়াকে লৈ এতিয়া চিন্তিত হৈ পৰিছে ৰাজ্যসমূহ।

এটা সূত্ৰৰ মতে, অলপতে গোৱাত অনুষ্ঠিত হোৱা জি এছ টি কাউন্সিলৰ বৈঠকত এই সম্পৰ্কে ৰাজ্য সমূহৰ বিত্ত মন্ত্ৰীসকলক অৱগত কৰা হৈছে।

উল্লেখ্য যে অলপতে কেন্দ্ৰীয় বিত্ত মন্ত্ৰী নিৰ্মলা সীতাৰমণে ঘৰুৱা প্ৰতিষ্ঠানসমূহৰ ক্ষেত্ৰত কৰ্পোৰেট কৰ হ্ৰাস কৰাৰ কথা ঘোষণা কৰিছিল। বিত্ত মন্ত্ৰীৰ এই ঘোষণাক আদৰণি জনাইছিল জি এছ টি কাউন্সিল পৰিষদে।

ইয়াৰ উপৰি যোৱা ২০ ছেপ্তেম্বৰত গোৱাত অনুষ্ঠিত হোৱা জি এছ টি কাউঞ্চিলৰ ৩৭ সংখ্যক বৈঠকত অটোমোবাইল, বিস্কুট আদি সামগ্ৰীৰ ক্ষেত্ৰতো জি এছ টিৰ সালসলনি দিশত পৰ্যালোচনা কৰা হৈছিল।

এন ই নাও নিউজ

এন ই নাও নিউজ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

অসম সন্তান চাৰ্লিন-প্ৰাচিতাই মস্কোত প্ৰতিনিধিত্ব কৰিব ভাৰতক, ৰাছিয়াৰ আন্তঃৰাষ্ট্ৰীয় ৰুছপ্ৰেমী সন্মিলনত অংশগ্ৰহণ

অসম সন্তান চাৰ্লিন-প্ৰাচিতাই মস্কোত প্ৰতিনিধিত্ব কৰিব ভাৰতক, ৰাছিয়াৰ আন্তঃৰাষ্ট্ৰীয় ৰুছপ্ৰেমী সন্মিলনত অংশগ্ৰহণ

September 14, 2026 9:42 pm
পকেটত মাত্ৰ ১০ হাজাৰ টকা লৈ বিয়া পাতিছিল প্ৰেয়সীক; কিন্তু আজি কোটি কোটি টকাৰ মালিক! কেনেকৈ সফল অভিনেতা হ’ল আয়ুষ্মান খুৰানা?

পকেটত মাত্ৰ ১০ হাজাৰ টকা লৈ বিয়া পাতিছিল প্ৰেয়সীক; কিন্তু আজি কোটি কোটি টকাৰ মালিক! কেনেকৈ সফল অভিনেতা হ’ল আয়ুষ্মান খুৰানা?

September 14, 2026 9:20 pm
ভেনিছ চলচ্চিত্ৰ মহোৎসৱত বঁটা লাভৰ পাছতে ‘নাজা’ৰ নিৰ্মাতালৈ ভাবুকি: ইজৰাইলী নাগৰিকত্ব বাতিলৰ হুংকাৰ মন্ত্ৰীৰ

ভেনিছ চলচ্চিত্ৰ মহোৎসৱত বঁটা লাভৰ পাছতে ‘নাজা’ৰ নিৰ্মাতালৈ ভাবুকি: ইজৰাইলী নাগৰিকত্ব বাতিলৰ হুংকাৰ মন্ত্ৰীৰ

September 14, 2026 8:29 pm
তিনিচুকীয়া আৰক্ষীৰ সন্মুখত আত্মসমৰ্পণ কৰিলে ম্যানমাৰত আত্মগোপন কৰি থকা আলফা(স্বাঃ)ৰ জ্যেষ্ঠ সদস্যই

তিনিচুকীয়া আৰক্ষীৰ সন্মুখত আত্মসমৰ্পণ কৰিলে ম্যানমাৰত আত্মগোপন কৰি থকা আলফা(স্বাঃ)ৰ জ্যেষ্ঠ সদস্যই

September 14, 2026 8:18 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

অসম সন্তান চাৰ্লিন-প্ৰাচিতাই মস্কোত প্ৰতিনিধিত্ব কৰিব ভাৰতক, ৰাছিয়াৰ আন্তঃৰাষ্ট্ৰীয় ৰুছপ্ৰেমী সন্মিলনত অংশগ্ৰহণ

অসম সন্তান চাৰ্লিন-প্ৰাচিতাই মস্কোত প্ৰতিনিধিত্ব কৰিব ভাৰতক, ৰাছিয়াৰ আন্তঃৰাষ্ট্ৰীয় ৰুছপ্ৰেমী সন্মিলনত অংশগ্ৰহণ

September 14, 2026 9:42 pm
পকেটত মাত্ৰ ১০ হাজাৰ টকা লৈ বিয়া পাতিছিল প্ৰেয়সীক; কিন্তু আজি কোটি কোটি টকাৰ মালিক! কেনেকৈ সফল অভিনেতা হ’ল আয়ুষ্মান খুৰানা?

পকেটত মাত্ৰ ১০ হাজাৰ টকা লৈ বিয়া পাতিছিল প্ৰেয়সীক; কিন্তু আজি কোটি কোটি টকাৰ মালিক! কেনেকৈ সফল অভিনেতা হ’ল আয়ুষ্মান খুৰানা?

September 14, 2026 9:20 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd