• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Tuesday, July 21, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

চীনক আৰু এক আঘাত ভাৰতৰ; এইবাৰ নিষিদ্ধ কৰা হ’ল ৰঙীণ টিভি ছেটৰ আমদানি

এন ই নাও নিউজ by এন ই নাও নিউজ
July 31, 2020 9:12 am
WhatsApp Image 2020-07-31 at 8.57.38 AM

প্ৰতিনিধিত্বমূলক ফটো।

2
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

চীনক ভাতে মৰাৰ বাবে ভাৰতে যৎপৰোনাস্তি চেষ্টা অব্যাহত ৰাখিছে। এইবাৰ ভাৰত চৰকাৰে ৰঙীণ টেলিভিশ্বন ছেটৰ আমাদানি নিষিদ্ধ কৰা হৈছে।

চীনৰ পৰিমানে বৃহৎ পৰিমানৰ ৰঙীণ টিভি ভাৰতলৈ আমদানি কৰা হয়। চৰকাৰে এইবাৰ ইয়াৰ ওপৰত তাৎক্ষণিকভাৱে নিষেধাজ্ঞা বলবৎ কৰিছে।

Apply Now

চৰকাৰে ঘৰুৱা উৎপাদনক উৎসাহ যোগোৱাৰ উদ্দেশ্যেই এনে পদক্ষেপ গ্ৰহণ কৰা বুলি জানিব দিছে।

আমদানিত নিষেধাজ্ঞা আৰোপ কৰাৰ ফলত মেক ইন ইণ্ডিয়াই বিশেষ উদগনি লাভ কৰিব।

ইপিনে, ভাৰতৰ এই সিদ্ধান্তৰ ফলত চীন বৃহৎ লোকচানৰ সন্মুখীন হ’ব।

বাতৰি অনুসৰি, বৈদেশিক বাণিজ্য মহানিৰ্দেশালয়ে (ডিজিএফটি) এক অধিসূচনা যোগে ৰঙীণ টেলিভিশ্বনৰ আমদানি নীতিৰ পৰিৱৰ্তন কৰি ইয়াক প্ৰতিবন্ধকতা ৰখা শাখাত অন্তৰ্ভুক্ত কৰিছে।

প্ৰতিবন্ধকতা ৰখা শাখাত কোনো সামগ্ৰী অন্তৰ্ভুক্ত হোৱাৰ পাছত সেই সামগ্ৰীৰ আমদানি কৰা ব্যৱসায়ীসকলে বাণিজ্য মন্ত্ৰ্যালয়ৰ অন্তৰ্গত ডিজিএফটিৰ পৰা আমদানিৰ লাইচেন্স ল’ব লাগিব।

ভাৰতত ৰঙীণ টিভি ৰপ্তানি কৰা দেশসমূহৰ ভিতৰত চীন আটাইতকৈ শীৰ্ষত আছে।

চীনৰ পাছতে এইক্ষেত্ৰত স্থান লাভ কৰিছে ক্ৰমে ভিয়েটনাম, মালয়েছিয়া, হংকং, কোৰিয়া, ইণ্ডোনেছিয়া, থাইলেণ্ড আৰু জাৰ্মানীয়ে।

সীমান্তত চীনৰ সেনাই প্ৰদৰ্শন কৰা আগ্ৰাসী ভূমিকাৰ পাছতে ভাৰতে চীনৰ বিৰুদ্ধে অৰ্থনৈতিক ক্ষেত্ৰত বিভিন্ন চাপ সৃষ্টি কৰাৰ বাবে দৃঢ়তাৰে পদক্ষেপ গ্ৰহণ কৰিছে।

এন ই নাও নিউজ

এন ই নাও নিউজ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

অপাৰেচন কগাৰৰ ভয়ংকৰ তথ্য : বস্তৰত ২৭ মাহত ৬০৭ জনৰ মৃত্যু, পি ইউ ডি আৰৰ প্ৰতিবেদনত উত্থাপন হৈছে বহু প্ৰশ্ন

অপাৰেচন কগাৰৰ ভয়ংকৰ তথ্য : বস্তৰত ২৭ মাহত ৬০৭ জনৰ মৃত্যু, পি ইউ ডি আৰৰ প্ৰতিবেদনত উত্থাপন হৈছে বহু প্ৰশ্ন

July 21, 2026 5:06 pm
দিল্লী উচ্চ ন্যায়ালয়ৰ নিৰ্দেশ : ২৪ দিনৰ অনশনৰ অন্তত সোণম ৱাংচুকক চিকিৎসালয় সলনিৰ অনুমতি, কেন্দ্ৰৰো নাই কোনো আপত্তি

দিল্লী উচ্চ ন্যায়ালয়ৰ নিৰ্দেশ : ২৪ দিনৰ অনশনৰ অন্তত সোণম ৱাংচুকক চিকিৎসালয় সলনিৰ অনুমতি, কেন্দ্ৰৰো নাই কোনো আপত্তি

July 21, 2026 4:05 pm
নাকচ ডাঙৰ ছবিৰ প্ৰস্তাৱ! কিয়াৰাৰ অন্তৰংগ দৃশ্যক লৈ বিতৰ্কৰ মাজতে কি ক’লে কাজলে?

নাকচ ডাঙৰ ছবিৰ প্ৰস্তাৱ! কিয়াৰাৰ অন্তৰংগ দৃশ্যক লৈ বিতৰ্কৰ মাজতে কি ক’লে কাজলে?

July 21, 2026 2:32 pm
মেছিৰ আৰ্জেণ্টিনাক ফিফাই ফাইনেললৈ নিয়াৰ অভিযোগ! ইনষ্টাগ্ৰামত ভিডিঅ’ লাইক কৰি বিতৰ্কৰ আৱৰ্তত খ্ৰিষ্টিয়ানো ৰোনাল্ডো

মেছিৰ আৰ্জেণ্টিনাক ফিফাই ফাইনেললৈ নিয়াৰ অভিযোগ! ইনষ্টাগ্ৰামত ভিডিঅ’ লাইক কৰি বিতৰ্কৰ আৱৰ্তত খ্ৰিষ্টিয়ানো ৰোনাল্ডো

July 21, 2026 2:14 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

অপাৰেচন কগাৰৰ ভয়ংকৰ তথ্য : বস্তৰত ২৭ মাহত ৬০৭ জনৰ মৃত্যু, পি ইউ ডি আৰৰ প্ৰতিবেদনত উত্থাপন হৈছে বহু প্ৰশ্ন

অপাৰেচন কগাৰৰ ভয়ংকৰ তথ্য : বস্তৰত ২৭ মাহত ৬০৭ জনৰ মৃত্যু, পি ইউ ডি আৰৰ প্ৰতিবেদনত উত্থাপন হৈছে বহু প্ৰশ্ন

July 21, 2026 5:06 pm
দিল্লী উচ্চ ন্যায়ালয়ৰ নিৰ্দেশ : ২৪ দিনৰ অনশনৰ অন্তত সোণম ৱাংচুকক চিকিৎসালয় সলনিৰ অনুমতি, কেন্দ্ৰৰো নাই কোনো আপত্তি

দিল্লী উচ্চ ন্যায়ালয়ৰ নিৰ্দেশ : ২৪ দিনৰ অনশনৰ অন্তত সোণম ৱাংচুকক চিকিৎসালয় সলনিৰ অনুমতি, কেন্দ্ৰৰো নাই কোনো আপত্তি

July 21, 2026 4:05 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd