• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Thursday, August 27, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home দেশ

আবেদনৰ বাবে মুকলি কৰা হ’ল পৰ্টেল : নাগৰিকত্ব সংশোধনী আইনৰ অধীনত নাগৰিকত্ব লাভ কৰিবলৈ লাগিব এইসমূহ ‘ডকুমেন্ট’

নৰ্থ ইষ্ট নাও, গুৱাহাটী by নৰ্থ ইষ্ট নাও, গুৱাহাটী
March 12, 2024 6:46 pm
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

বিতৰ্কিত নাগৰিকত্ব সংশোধনী আইন, ২০১৯ গৃহীত হোৱাৰ চাৰি বছৰতকৈও অধিক সময়ৰ পাছত সোমবাৰে আইনখন বলৱৎ কৰে মোডী চৰকাৰে। এই সংশোধনীৰ অধীনত আফগানিস্তান, পাকিস্তান আৰু বাংলাদেশৰ পৰা ভাৰতলৈ অহা সংখ্যালঘু সম্প্ৰদায়ৰ লোকে নাগৰিকত্ব লাভ কৰিব।

এই সংশোধনী অনুসৰি ২০১৪ চনৰ ৩১ ডিচেম্বৰৰ পূৰ্বে এই তিনিখন দেশৰ ছটা সংখ্যালঘু সম্প্ৰদায়ৰ ব্যক্তিক আৰু অবৈধ শৰণাৰ্থী বুলি কোৱা নহ’ব। যদি তেওঁলোকে যোৱা ১৪ বছৰৰ ভিতৰত কমেও পাঁচ বছৰ বা যোৱা এবছৰ ভাৰতত থকা বুলি প্ৰমাণ কৰিব পাৰে তেন্তে ভাৰতীয় নাগৰিকত্বৰ বাবে আবেদন কৰিব পাৰিব। এই আবেদনৰ বাবে ইতিমধ্যে চৰকাৰে এটা ৱেবচাইট মুকলি কৰিছে আৰু অতি সোনকালে এটা এপ্লিকেশ্যনো মুকলি কৰিব বুলি জনা গৈছে।

Apply Now

যদি আপুনি বাংলাদেশ, পাকিস্তান বা আফগানিস্তানৰ পৰা ভাৰতলৈ অহা হিন্দু, বৌদ্ধ, জৈন, শিখ, খ্ৰীষ্টান বা পাৰ্চী, তেন্তে ভাৰতীয় নাগৰিকত্ব পাবলৈ কি নথি দেখুৱাব লাগিব?

কেন্দ্ৰীয় গৃহ মন্ত্ৰালয়ে নাগৰিকত্ব সংশোধনী আইন কাৰ্যকৰী কৰিবলৈ সোমবাৰে জাৰি কৰা অধিসূচনাত শৰণাৰ্থীক ভাৰতীয় নাগৰিকত্ব প্ৰদানৰ বাবে প্ৰপত্ৰ ৮এ (ফৰ্ম viiiA) মুকলি কৰা হৈছে। এই প্ৰ-পত্ৰ অনুসৰি আবেদনকাৰীয়ে দুখন নথি-পত্ৰ দিব লাগিব। ‘তফছিল ১ (ক)’ত তালিকাভুক্ত ৯টা বিকল্পৰ ভিতৰত এটা আৰু তফছিল ১(খ)ত তালিকাভুক্ত ২০টা বিকল্পৰ পৰা এটা নথিপত্ৰ দেখুৱাব লাগিব। নথি-পত্ৰৰ ম্যাদ উকলি গ’লেও গ্ৰহণ কৰা হ’ব।

‘তফছিল ১(ক)’ত তালিকাভুক্ত নথিসমূহৰ ভিতৰত আছে – আফগানিস্তান, বাংলাদেশ বা পাকিস্তানে প্ৰদান কৰা পাছপ’ৰ্ট, ভাৰতৰ বিদেশী আঞ্চলিক পঞ্জীয়ন বিষয়া বা বিদেশী পঞ্জীয়ন কাৰ্যালয়ে প্ৰদান কৰা পঞ্জীয়ন প্ৰমাণপত্ৰ বা আৱাসিক অনুমতি পত্ৰ, তেওঁলোকৰ গৃহ দেশ, বিদ্যালয়, মহাবিদ্যালয়ৰ দ্বাৰা প্ৰদান কৰা জন্মৰ প্ৰমাণ পত্ৰ , বা বিশ্ববিদ্যালয়ে প্ৰদান কৰা শিক্ষা ক্ষেত্ৰৰ প্ৰমাণ পত্ৰ, তিনিওখন দেশৰ যিকোনো ধৰণৰ চৰকাৰী পৰিচয় পত্ৰ, মাটিৰ কাগজ বা ঘৰ ভাড়াৰ নথি।

তফছিল ১(খ)ত তালিকাভুক্ত নথি-পত্ৰসমূহৰ ভিতৰত আছে – ভাৰতত লোকপিয়লৰ সময়ত জাৰি কৰা লোকপিয়লৰ স্লিপৰ প্ৰতিলিপি, ভাৰতত উপস্থিত হোৱাৰ সময়ত ভিছা বা ইমিগ্ৰেচন ষ্টাম্প, আবেদনকাৰীৰ ৰেচন কাৰ্ড, চৰকাৰী প্ৰমাণপত্ৰ বা অনুমতি পত্ৰ (ড্ৰাইভিং লাইচেন্স, আধাৰ কাৰ্ড ইত্যাদি), আবেদনকাৰীৰ জন্মৰ প্ৰমাণ পত্ৰ, পেন কাৰ্ড, বীমা পলিচিৰ নথিপত্ৰ, বিদ্যুৎ বিল, ভাৰতীয় আদালতে প্ৰদান কৰা নথিপত্ৰ ।

ইয়াৰ উপৰিও আবেদনকাৰীয়ে বৈধ বা ম্যাদ উকলি যোৱা বিদেশী পাছপ’ৰ্টৰ প্ৰতিলিপি জমা দিব পাৰিব। যদি প্ৰযোজ্য হয় তেন্তে বৈধ বা ম্যাদ উকলি যোৱা আৱাসিক অনুমতি পত্ৰও দাখিল কৰিব লাগিব। লগতে আবেদনকাৰীয়ে প্ৰ-পত্ৰত দিয়া সকলো তথ্য সত্য বুলি উল্লেখ কৰি শপতনামা দিব লাগিব।

ইয়াৰ উপৰিও আবেদনকাৰীয়ে ভাৰতীয় সংবিধানৰ অষ্টম অনুসূচীত উল্লেখ কৰা ভাষাসমূহৰ ভিতৰত অন্ততঃ এটা ভাষা জানে বুলি ঘোষণা কৰিব লাগিব। নিয়ম অনুসৰি আবেদনকাৰীয়ে সেই ভাষাটো পঢ়িব, লিখিব বা ক’ব পাৰিলেহে সেই ভাষা জনা বুলি গণ্য কৰা হ’ব।

নৰ্থ ইষ্ট নাও, গুৱাহাটী

নৰ্থ ইষ্ট নাও, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

ৰাষ্ট্ৰীয় নিৰাপত্তা আইনত আটক প্ৰণৱ দলে: ১৪ ছেপ্টেম্বৰত অসম চৰকাৰক হাজিৰ হ’বলৈ নিৰ্দেশ গুৱাহাটী উচ্চ ন্যায়ালয়ৰ

ৰাষ্ট্ৰীয় নিৰাপত্তা আইনত আটক প্ৰণৱ দলে: ১৪ ছেপ্টেম্বৰত অসম চৰকাৰক হাজিৰ হ’বলৈ নিৰ্দেশ গুৱাহাটী উচ্চ ন্যায়ালয়ৰ

August 27, 2026 8:34 pm
মানসজ্যোতি চেতিয়া ফুকনৰ ৰহস্যজনক মৃত্যু; এক উচ্চপৰ্যায়ৰ আৰু নিৰপেক্ষ তদন্তৰ দাবী দেবব্ৰত শইকীয়াৰ

মানসজ্যোতি চেতিয়া ফুকনৰ ৰহস্যজনক মৃত্যু; এক উচ্চপৰ্যায়ৰ আৰু নিৰপেক্ষ তদন্তৰ দাবী দেবব্ৰত শইকীয়াৰ

August 27, 2026 7:17 pm
নেপালৰ প্ৰলয়ংকাৰী বান! ২৮৮ জন ভাৰতীয়ৰ সৈতে যোগাযোগ বিছিন্ন, বাঢ়িছে উদ্বেগ

নেপালৰ প্ৰলয়ংকাৰী বান! ২৮৮ জন ভাৰতীয়ৰ সৈতে যোগাযোগ বিছিন্ন, বাঢ়িছে উদ্বেগ

August 27, 2026 5:59 pm
ঘৰত প্ৰৱেশ কৰি ২১ বছৰীয়া যুৱতীক হত্যা! জিম প্ৰশিক্ষকৰ পিনে অভিযোগৰ আঙুলি

ঘৰত প্ৰৱেশ কৰি ২১ বছৰীয়া যুৱতীক হত্যা! জিম প্ৰশিক্ষকৰ পিনে অভিযোগৰ আঙুলি

August 27, 2026 5:08 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

ৰাষ্ট্ৰীয় নিৰাপত্তা আইনত আটক প্ৰণৱ দলে: ১৪ ছেপ্টেম্বৰত অসম চৰকাৰক হাজিৰ হ’বলৈ নিৰ্দেশ গুৱাহাটী উচ্চ ন্যায়ালয়ৰ

ৰাষ্ট্ৰীয় নিৰাপত্তা আইনত আটক প্ৰণৱ দলে: ১৪ ছেপ্টেম্বৰত অসম চৰকাৰক হাজিৰ হ’বলৈ নিৰ্দেশ গুৱাহাটী উচ্চ ন্যায়ালয়ৰ

August 27, 2026 8:34 pm
মানসজ্যোতি চেতিয়া ফুকনৰ ৰহস্যজনক মৃত্যু; এক উচ্চপৰ্যায়ৰ আৰু নিৰপেক্ষ তদন্তৰ দাবী দেবব্ৰত শইকীয়াৰ

মানসজ্যোতি চেতিয়া ফুকনৰ ৰহস্যজনক মৃত্যু; এক উচ্চপৰ্যায়ৰ আৰু নিৰপেক্ষ তদন্তৰ দাবী দেবব্ৰত শইকীয়াৰ

August 27, 2026 7:17 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd